• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডুৰাণ্ড কাপৰ কোৱাৰ্টাৰত শক্তিশালী ইষ্টবেংগলক হৰুৱাই ছেমি ফাইনেলত শ্বিলং লাজং

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 22, 2024 10:40 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে শ্বিলঙত অনুষ্ঠিত হোৱা কোৱাৰ্টাৰ ফাইনেলত শ্বিলং লাজঙৰ হাতত ১-২ গ’লত পৰাস্ত হৈ ইষ্টবেংগল ডুৰাণ্ডৰ পৰা বাহিৰ হয়। এইটো প্ৰতিযোগিতাখনৰ আটাইতকৈ ডাঙৰ অঘটন বুলি বিবেচিত হৈছে।

গ্ৰুপ পৰ্যায়ৰ পৰাই বাহিৰ হৈছিল মহামেদান স্প’ৰ্টিং। এইবাৰ বিদায় ল’লে যোৱাবাৰৰ ৰানাৰ্ছ আপ ইষ্টবেংগলে। প্ৰতিযোগিতাত ডাঙৰ ক্লাৱৰ ভিতৰত বৰ্তি আছে কেৱল মোহন বাগান।

শ্বিলঙত ইষ্টবেংগলৰ ছন্দপতন ঘটাটো নতুন কথা নহয়। ইয়াৰ পূৰ্বেও বহুবাৰ আই-লীগত সেয়া দেখা গৈছে। শ্বিলঙৰ ফুটবলাৰসকলৰ গতি আৰু আগ্ৰাসনে ইষ্টবেংগলৰ দৰে দলৰ বাবে সমস্যাৰ সৃষ্টি কৰিছিল। বুধবাৰেও তাৰ প্ৰতিফলন ঘটিল। আৰম্ভণিতে পিছ পৰিছিল ইষ্টবেংগল।

Apply Now

লগতে পঢ়কঃ খেলৰ মাজতে খেলপথাৰৰ কোণত প্ৰস্ৰাৱ কৰি আছিল ফুটবলাৰে! ৰঙা কাৰ্ড দেখুৱালে ৰেফাৰীয়ে (চাওক ভিডিঅ’)

বুধবাৰে খেলৰ আৰম্ভণিতে দুৰ্যোগ ঘটে ইষ্টবেংগলৰ। খেলখনৰ ৮ মিনিটত মাৰ্কাছ ৰুডৱাৰৰ গ’লেৰে লাজঙে অগ্ৰগতি লাভ কৰে। কৰ্ণাৰৰ পৰা বলটো গ’লৰ ভিতৰলৈ ঠেলি দিয়ে। খেলখনৰ আৰম্ভণিতে শ্বিলঙে শক্তিশালী ফুটবল খেলে। লাজঙৰ ফুটবলাৰৰ গতিৰ সন্মুখত ইষ্টবেংগলৰ ডিফেন্সৰ কিছু অসুবিধা হৈছিল।

ঘৰুৱা দলটোৱেও প্ৰথমাৰ্ধত গ’লত অধিক শ্বট মাৰিছিল। বিৰতিৰ পূৰ্বে লাজঙে ২-০ গ’লত অগ্ৰগতি লাভ কৰাৰ সুযোগ পাইছিল। কিন্তু মাৰ্কাছৰ হেডটো ক্ৰছপিছত খুন্দা মাৰে। দিনটোৰ প্ৰথম ৪৫ মিনিটত ইষ্টবেংগলৰ চিনাকি ছন্দ দেখা পোৱা নগ’ল। অৱশ্যে ইয়াৰ পিছতো কলকাতাৰ দলটোৱে সমতা স্থাপনৰ সুযোগ লাভ কৰে। খেলখনৰ ২৩ মিনিটত ডেভিদে নন্দকুমাৰৰ ক্ৰছৰ পৰা হেড কৰাৰ সুযোগো লব নোৱাৰিলে। খেলখনৰ ২৯ মিনিটত নন্দকুমাৰৰ শ্বটটো লাজঙৰ গ’লৰক্ষকে পোনপটীয়াকৈ কৰায়ত্ত কৰে।

লাজংক প্ৰশংসা কৰিবই  লাগিব। সৰু সৰু দলবোৰে সাধাৰণতে আগবাঢ়ি গ’লে অলপ টানি ৰাখে। ডিফেন্স শক্তিশালী কৰি খেলে। কিন্তু বুধবাৰে শ্বিলঙৰ দলটোৱে একেৰাহে গ’ল দিবলৈ চেষ্টা কৰি থাকে। শেষলৈকে আক্ৰমণাত্মক ফুটবল খেলে। খেলখনৰ ৩৭ মিনিটত মাৰ্কাছৰ দীৰ্ঘ দূৰত্বৰ শ্বটটো মুঠি মাৰি বিপদ ৰক্ষা কৰে প্ৰভসুখন গিলে। লাজঙে প্ৰত্যাক্ৰমণত আগবাঢ়ে। ৫২ মিনিটত সুযোগ পোৱাৰ পিছতো ছানাই বল বাহিৰলৈ মাৰে। অৱশ্যে ইষ্টবেংগলেও গ’ল দিয়াৰ সমান সুযোগ পায়।

লগতে পঢ়কঃ অলিম্পিকৰ পিছতেই বাঢ়িল অধিক জনপ্ৰিয়তা : আয় ৩ গুণলৈ বৃদ্ধি পালে ৱিনেশ ফ’গাটৰ

খেলখনৰ ৩৯ মিনিটত মাডি তালালৰ গ’লটো অফছাইডৰ বাবে বাতিল হয়।  খেলখনৰ ৭৭ মিনিটত নন্দকুমাৰে সমতা স্থাপন কৰে। পৰিৱৰ্ত ফুটবলাৰ বিষ্ণুৰ ক্ৰছৰ পৰা নন্দকুমাৰে এটা চলন্ত বলত গ’ল কৰে। কিন্তু ডিফেন্সৰ ভুলত হাৰি থাকিল। খেলখনৰ ৮৪ মিনিটত ফিগো চেণ্টাইৰ গ’লত পুনৰ পিছ পৰি ৰ’ল ইষ্টবেংগল। খেলৰ শেষৰপিনে ৰেফাৰীয়ে ইষ্টবেংগলৰ খেলুৱৈসকলৰ হেণ্ডবলৰ আবেদনৰ প্ৰতি গুৰুত্ব নিদিলে। লাজঙে এই ব্যৱধান আৰু বৃ্দ্ধি কৰিব পাৰিলেহেঁতেন। কিন্তু শেষ মুহূৰ্তত ফিগোৰ শ্বটটো গিলে ৰক্ষা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd