• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ পৰা বহিস্কৃত হ’ল অসমীয়া বিৰোধী মন্তব্য কৰা বৰাকৰ নেতা প্ৰদীপ দত্ত ৰয়

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 13, 2019 5:56 pm
Founder-ACKHSA-President-Pradip-Dutta-Roy-calls-for-seperate-Barak-once-again-750x375

বৰাকৰ প্রাক্তন ছাত্ৰনেতা প্ৰদীপ দত্ত ৰয়। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ সময়তে সাম্প্ৰদায়িক মন্তব্যৰে বিভাজন সৃষ্টি কৰিব খোজা বৰাকৰ প্ৰাক্তন ছাত্ৰ নেতা তথা বিজেপি নেতা প্ৰদীপ দত্ত ৰয়ক অৱশেষত বিজেপিৰ পৰা বহিস্কৃত কৰা হ’ল। ১৩ জানুৱাৰিত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে বিজেপি নেতাজনক দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰা বৰ্খাস্ত কৰে।

‘দলৰ নীতি আৰু স্থিতিৰ বিৰূদ্ধে অৱস্থান গ্ৰহণ কৰা আৰু দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগত’ বিতৰ্কিত নেতাজনক দলৰ পৰা বৰ্খাস্ত কৰা বুলি ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ স্বাক্ষৰিত পত্ৰৰ জৰিয়তে জানিবলৈ দিয়ে।

Apply Now

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰূদ্ধে অসম বিশ্ববিদ্যালয়ত অধ্যয়নৰত একাংশ অসমীয়া ছাত্ৰ-ছাত্ৰীয়ে ৯ জানুৱাৰীত মমবাতি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইয়াৰ পাছতেই প্ৰদীপ দত্ত ৰয়ে বিশ্ববিদ্যালয়ত অধ্যয়নৰত অসমীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বিৰূদ্ধে সৰৱ হৈ পৰাৰ উপৰি এক প্ৰকাৰ ছাত্ৰ-ছাত্ৰীসকলক ভাবুকি প্ৰদান কৰিছিল।

তেওঁৰ এই মন্তব্যৰ বাবে সমগ্ৰ ৰাজ্যতে খিলঞ্জীয়া অসমীয়াৰ ক্ষোভ দুগুণে বৃদ্ধি পোৱাৰ লগতে ঠায়ে ঠায়ে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল হোৱাত স্বাভাৱিকতে বিজেপি নেতৃত্ব অশ্বস্তিত পৰা পৰিলক্ষিত হৈছিল।

তেওঁ বিধেয়কৰ বিৰোধিতা কৰা ছাত্ৰ-ছাত্ৰী সকলক ‘বৰাক উপত্যকা বিদ্বেষী আখ্যা দিয়াৰ লগতে ভৱিষ্যতে বিশ্ববিদ্যালয়খনত অসমীয়া ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰিব নোৱাৰাৰ ৱ্যৱস্থা কৰিব বুলিও ভাবুকি প্ৰদান কৰিছিল।

উল্লেখ্য যে, এই মন্তব্যৰ উপৰি তেওঁ সময়ে সময়ে পৃথক বৰাকৰ দাবী উত্থাপন কৰাৰ লগতে কেতবোৰ বিতৰ্কিত মন্তব্যৰে বৰাক-ব্ৰহ্মপুত্ৰৰ মাজত বিভাজনৰ সৃষ্টি কৰিব খোজা পৰিলক্ষিত হয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd