• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভংগ যুৱৰাজৰ অভিলেখ! ফাইনেলত ৪০০ ৰানৰ মাৰাথন ইনিংছ; দ্ৰাবিড়ৰ পুত্ৰৰ সতীৰ্থ `প্ৰখৰ’ৰ অনন্য অভিলেখ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 15, 2024 7:12 pm
প্ৰখৰ চতুৰ্বেদী।

প্ৰখৰ চতুৰ্বেদী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোচবিহাৰ ট্ৰফীত ইতিহাস ৰচনা হ’ল। তাকো ফাইনেলত! কৰ্ণাটক বনাম মুম্বাইৰ ফাইনেলত ৰচিত হ’ল এক অনন্য অভিলেখ! ১৯ বছৰ অনুৰ্ধ প্ৰতিযোগিতাখনত সকলোৰে দৃষ্টি কাঢ়িলে প্ৰখৰ চতুৰ্বেদীৰ অসাধাৰণ বেটিঙে। ইয়াৰ জৰিয়তে প্ৰখৰে যুৱৰাজ সিঙৰ ২৪ বছৰ পুৰণি এই টুৰ্ণামেন্টৰ ফাইনেলত খেলা ৩৫৮ ৰানৰ অভিলেখ ভংগ কৰে। এই তালিকাত তেওঁ দ্বিতীয় স্থান থাকে। ২০১১-১২ ছিজনত মহাৰাষ্ট্ৰৰ বিজয় জ’লে অসমৰ বিৰুদ্ধে খেলা ৪৫১ ৰানৰ ইনিংছটোৰ অভিলেখ অক্ষত থাকিল।

মাল্টি ডে ক্ৰিকেটত ধৈৰ্য্যৰ প্ৰয়োজন। ইয়াৰ লগত আগ্ৰাসন মিহলি হ’লে কি হ’ব পাৰে তাৰ এক অনন্য উদাহৰণ হ’ল প্ৰখৰ চতুৰ্বেদী। কৰ্ণাটকৰ এইগৰাকী বেটছমেনে কোচবিহাৰ ট্ৰফীৰ ফাইনেলত ৪০৪ ৰানৰ অপৰাজিত ইনিংছ খেলিলে। তেওঁৰ দলটোৱে ৮৯০-৮স্কোৰত ৰৈ গ’ল! আৰু সময় থাকিলে হয়তো দলটোৰ ১০০০ আৰু প্ৰখৰৰ ৫০০ ৰানো হ’লহেঁতেন।

লগতে পঢ়কঃ হত্যা কৰা হৈছিল ডিয়েগো মাৰাডোনাক; বিস্ফোৰক দাবী কিংবদন্তিৰ পুত্ৰৰ

Apply Now

বয়সভিত্তিক প্ৰতিযোগিতাত কোনো দলক শক্তিশালী বা দুৰ্বল বুলি ক’ব নোৱাৰি। সকলো সমান বুলি কোৱাই ভাল। কোচবিহাৰ ট্ৰফীৰ ফাইনেলত মুম্বাই আৰু কৰ্ণাটক মুখামুখি হয়। মুম্বাইয়ে প্ৰথমে বেট কৰে। হাৰ্দিক ৰাজৰ ৪ উইকেট, ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ সমিতৰ ২ উইকেটৰ পিছত মুম্বাইৰ ইনিংছ শেষ হয় ৩৮০ ৰানত।

যেতিয়া ফাইনেলত ইমান ডাঙৰ ৰান সন্মুখত থাকে, তেতিয়া বহু ক্ষেত্ৰত বিপক্ষ দলে আত্মবিশ্বাস হেৰুৱাই পেলায়। কিন্তু কৰ্ণাটকৰ ক্ষেত্ৰত দেখা গ’ল ইয়াৰ সম্পূৰ্ণ বিপৰীত।

কৰ্ণাটকৰ অ’পেনাৰ প্ৰখৰ চতুৰ্বেদীয়ে আৰম্ভণিৰ পৰা শেষলৈকে বেটিং কৰে! মেচখন টাই হ’লেও কৰ্ণাটক প্ৰথম ইনিংছত অগ্ৰগতি লাভ কৰি কোচবিহাৰ ট্ৰফীৰ চেম্পিয়ন হয়। প্ৰখৰে এটা ফালে দৃঢ়তাৰে থিয় হৈ ৰয়। কৰ্ণাটকৰ ইনিংছ ২২৩ অভাৰত চলিল! চাৰিদিনীয়া খেল। সময় শেষ নহ’লে মুম্বাইৰ বলাৰ-ফিল্ডাৰসকলৰ আৰু ঘাম বাহিৰ হৈ গ’লহেঁতেন ৷

𝙍𝙀𝘾𝙊𝙍𝘿 𝘼𝙇𝙀𝙍𝙏! 🚨

4⃣0⃣4⃣* runs
6⃣3⃣8⃣ balls
4⃣6⃣ fours
3⃣ sixes

Karnataka's Prakhar Chaturvedi becomes the first player to score 400 in the final of #CoochBehar Trophy with his splendid 404* knock against Mumbai.

Scorecard ▶️ https://t.co/jzFOEZCVRs@kscaofficial1 pic.twitter.com/GMLDxp4MYY

— BCCI Domestic (@BCCIdomestic) January 15, 2024

কৰ্ণাটকৰ আন এজন অ’পেনাৰ কাৰ্তিকে অৰ্ধশতক অৰ্জন কৰে। তিনি নম্বৰত নমা হৰ্শিল ধৰ্মানীয়ে ১৬৯ ৰান সংগ্ৰহ কৰে। সমিত দ্ৰাবিড়ৰ অৱদান ২২। অৱশ্যেই ইনিংছৰ মূল আকৰ্ষণ আছিল প্ৰখৰৰ মাৰাথন ইনিংছ।

প্ৰথম শ্ৰেণীৰ ক্ৰিকেটে হওক বা টেষ্টতেই হওক। সৰ্বোচ্চ নম্বৰৰ অভিলেখ আছে কিংবদন্তি ব্রায়ান চাৰ্লছ লাৰাৰ। প্ৰখৰৰ ইনিংছো তেনেকুৱাই অনবদ্য। ৬৩৮ বল, অপৰাজিত ৪০৪ ৰান! নিজৰ ইনিংছটোত প্ৰখৰ চতুৰ্বেদীয়ে ৪৬টা বাউণ্ডেৰী আৰু ৩টা অভাৰ বাউণ্ডেৰী কোবায়। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd