DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

পুনৰ মুখ্যমন্ত্ৰী পদত এন বীৰেন সিং,গোৱাত প্ৰমোদ সাৱন্তৰ দ্বিতীয় কাৰ্যকাল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2022 3:10 pm
Manipur Chief Minister
308
VIEWS
Share on FacebookShare on Twitter

অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বিজেপিৰ শীৰ্ষ মহলে ঘোষণা কৰিছে গোৱা আৰু মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নাম।

দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে পূৰ্বৰ মুখ্যমন্ত্ৰী দুগৰাকীকে বাহাল ৰাখিছে বিজেপিয়ে।

ইয়াৰ লগে লগে গোৱাত প্ৰমোদ সাৱন্ত আৰু মণিপুৰত এন বীৰেন সিঙে দ্বিতীয় কাৰ্যকাল লাভ কৰাটো নিশ্চিত হয়।

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনত কেইবালানিও আলোচনাৰ পিছত এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হয় বুলি বিজেপিৰ এক বিশ্বস্ত সূত্ৰই জানিবলৈ দিয়ে।

দুয়োগৰাকী নেতাই আজি প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰে বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।

হোলীৰ পিছতে দুয়োগৰাকী নেতাই ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

যোৱা ১০ ডিচেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত গোৱা আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী পদক লৈ যথেষ্ট চৰ্চা চলিছিল।

মণিপুৰত বিজেপিয়ে আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা নাছিল। বীৰেন সিঙৰ লগতে বিশ্বজিৎ সিঙৰ নাম মুখ্যমন্ত্ৰী পদৰ শক্তিশালী দাবীদাৰ হিচাপে চৰ্চিত হৈছিল।

Recent News

Kapil Sibal quit Congress

কংগ্ৰেছৰ পৰা পদত্যাগ জেষ্ঠ নেতা কপিল ছিবালৰ: সমাজবাদী পাৰ্টীৰ সমৰ্থনত ৰাজ্য সভাৰ নিৰ্বাচনত আগবঢ়াব প্ৰতিদ্বন্দিতা

Bengal youth jailed in Nepal

ডলাৰ নোটৰ প্ৰিণ্টআউট লগত নিয়াই হ’ল কাল! নেপালত কাৰাগাৰত দিন কটাইছে পশ্চিম বংগৰ যুৱকে

Andhra Pradesh violence over renaming district

জিলাৰ নতুন নামাকৰণক লৈ অন্ধ্ৰ প্ৰদেশত উত্তপ্ত পৰিস্থিতি: জ্বলাই দিলে মন্ত্ৰীৰ ঘৰ

Postmaster Lost 1 Crore In IPL Bets

আনৰ পিঠাৰে বিহু পাতি বিপদত পোষ্টমাষ্টৰ: পানীত পৰিল ১ কোটি টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd