DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৰিৱৰ্তন! : গৰ্ভৱতী মহিলাক ঠেলা, নাৱেৰে নিব লগা হৈছে হাস্পাতললৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 26, 2019 7:44 am
3-24-1140x570

গৰ্ভৱতী মহিলাক ঠেলাৰে নিয়া হৈছে হাস্পাতললৈ। ফটো : ইণ্ডিয়া ব্লুমছৰ সৌজন্যত

2k
VIEWS
Share on FacebookShare on Twitter

চৰকাৰে ৰাজ্যখনত স্বাস্থ্যসেৱাৰ ব্যাপক উন্নতি হোৱাৰ দাবী কৰি অহাৰ সময়তে বৰপেটাত এগৰাকী গৰ্ভৱতী মহিলাক ঠেলা, নাৱেৰে ওচৰৰ হাস্পাতললৈ নিবলগীয়া হৈছে।

সকলোৰে দৃষ্টি কঢ়া এই দৃশ্যই স্বাভাৱিকতে অসমৰ স্বাস্থ্যসেৱাৰ নগ্ন স্বৰূপ উদঙাই দিছে।

বৰপেটাৰ মাজৰচৰ গাঁৱৰ বাসিন্দা এগৰাকী মহিলাক এম্বুলেন্সৰ অভাৱত তথা সুচল পথ যোগাযোগৰ অভাৱত ঠেলাগাড়ী আৰু নাৱেৰে হাস্পাতললৈ লৈ যাবলগীয়া হৈছে।

বাতৰি অনুসৰি, মহিলাগৰাকীয়ে প্ৰসৱ বেদনাত ভোগাৰ পাছত তেওঁৰ ঠোলাগাড়ীৰে নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ যোৱা হৈছিল।

তেওঁক লগতে চৰকাৰী হাস্পাতলত ভৰ্তি কৰাবলৈ নিয়াৰ সময়ত এখন দেশী নাৱেৰে ব্ৰহ্মপুত্ৰ নদী পাৰ কৰোৱা হৈছিল।

আক্ৰান্ত মহিলাগৰাকীৰ পৰিয়ালে অভিযোগ কৰে যে তাত এম্বুলেন্স থকা সত্ত্বেও পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে এম্বুলেন্স তেওঁলোকৰ গাঁৱলৈ যাবলৈ অস্বীকাৰ কৰে।

অসমত স্বাস্থ্য আৰু গড়কাপ্তানি বিভাগৰ সমন্বয়হীনতাৰ বাবে তথা মনযোগৰ অভাৱৰ বাবে ৰাজ্যখনৰ ভিতৰুৱা অঞ্চলৰ ৰাইজে এইদৰে জীয়াতু ভূগি আহিবলগীয়া হৈছে।

Recent News

Murder for Land dispute

ওদালগুৰিত ভূমি বিবাদৰ চূড়ান্ত ৰূপ: জেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

Orang National Park

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰে সংঘৰ্ষত নিহত সন্দেহজনক চোৰাং চিকাৰী

Jasprit Bumrah

অদমনীয় বুমৰাহ! ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd