• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাত জনসাহিত্যৰ বিশাৰদ আৰু আতা সাহিত্যিকৰ স্মৃতি দিৱস পালন

NE NOW NEWS পুলেন্দ্ৰ দাস
বৰপেটা , September 16, 2018 7:55 pm

1 min read

Barpeta sahitya sabha
180
VIEWS
Share on FacebookShare on Twitter

‘জনসাহিত্যই যুগে যুগে লেখক লেখিকাসকলক অনুপ্ৰাণিত কৰি আহিছে’ এই মন্তব্য বঙাইগাঁৱৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰবক্তা ডিম্বেশ্বৰ মেধিৰ।

বৰপেটাত আজি অনুষ্ঠিত জনসাহিত্যৰ বিশাৰদ শ্ৰীৰাম চন্দ্ৰ দাস আৰু আতা সাহিত্যিক অৰ্জুন দাসৰ স্মৃতি দিৱস কাৰ্যসূচীত নিৰ্দিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ কৰি তেওঁ লগতে কয় যে, শ্ৰীৰাম চন্দ্ৰ দাস আৰু অৰ্জুন দাসে অসমীয়া সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়াই গৈছে ৷ এই সাহিত্যিক দুগৰাকীক নৱ প্ৰজন্মই জনাটো অতিকে প্ৰয়োজন বুলি তেওঁ কয়।

বৰপেটা সাহিত্য সভাৰ উদ্যোগত বৰপেটা সাহিত্য সভা ভৱনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত স্মৃতি দিৱসৰ কাৰ্যসূচী অনুসৰি বিয়লি ৫ বজাত বৰপেটা সাহিত্য সভাৰ সভাপতি উদ্ধৱ চন্দ্ৰ দাসৰ সভাপতিত্বত এই সভা অনুষ্ঠিত হয়। সভাত বৰপেটা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দীনেশ দাসেও নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি শ্ৰীৰাম চন্দ্ৰ দাস আৰু অৰ্জুন দাসৰ বিষয়ে সংক্ষিপ্ত বিবৰণ আগবঢ়ায় ৷

এই সভাতে ‘বেদান্ত দৰ্শন আৰু একশৰণ হৰিনাম তত্ত্ব’ শীৰ্ষক এখন পুস্তিকা উন্মোচন কৰে বৰপেটা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বীৰেণ মেধিয়ে ৷

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd