• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিতৰ্কৰ মাজতে IAS পূজা খেড়কাৰৰ প্ৰশিক্ষণ স্থগিত কৰাৰ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 16, 2024 7:29 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসামৰিক সেৱাৰ পৰীক্ষাত নিৰ্বাচিত হোৱাক লৈ বিতৰ্কৰ মাজতে মঙলবাৰে মহাৰাষ্ট্ৰত পৰীক্ষামূলক আই এ এছ বিষয়া পূজা খেড়কাৰৰ প্ৰশিক্ষণ স্থগিত ৰখা হয়। অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ বিশেষ সক্ষমতাৰ প্ৰমাণ পত্ৰ জাল কৰাৰ অভিযোগত তদন্তৰ আওতাত আছে খেডকাৰ।

লাল বাহাদুৰ শাস্ত্ৰী নেচনেল একাডেমী অৱ এডমিনিষ্ট্ৰেচনে (এল বি এছ এন এ এ), মৌছুৰীয়ে এক পত্ৰযোগে পূজা দিলীপ খেড়কাৰৰ প্ৰশিক্ষণ কাৰ্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত লোৱাৰ লগতে অধিক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে তাৎক্ষণিকভাৱে পুনৰ আহিবলৈ আহ্বান জনাইছে বুলি জানিবলৈ দিয়ে।

১৬ জুলাইৰ এল বি এছ এন এ এৰ আনুষ্ঠানিক জাননী অনুসৰি বৰ্তমান মহাৰাষ্ট্ৰৰ ৱাছিমত ছুপাৰ নিউমেৰী এচিষ্টেণ্ট কলেক্টৰ হিচাপে কৰ্মৰত পূজা খেড়কাৰক মহাৰাষ্ট্ৰৰ প্ৰশিক্ষণৰ কৰ্তব্যৰ পৰা অব্যাহতি দিয়া হৈছে।

Apply Now

তেওঁ যিমান পাৰি সোনকালে একাডেমীলৈ ৰিপৰ্ট দিবলৈ কোৱা হৈছে৷

মহাৰাষ্ট্ৰ কেডাৰৰ ২০২৩ বেচৰ আই এ এছ বিষয়া পূজা খেড়কাৰে পুনে কালেক্টৰৰ কাৰ্যালয়ৰ পৰা বিশেষ বিশেষাধিকাৰ বিচৰা বুলি অভিযোগ উত্থাপন কৰাৰ পিছতে সংবাদ মাধ্যমৰ চকুত পৰিছিল। তাৰ পাছত মহাৰাষ্ট্ৰ চৰকাৰে পুনেৰ পৰা ৱাছিমলৈ বদলি কৰে।

কিন্তু ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগক লৈ বিতৰ্কৰ ফলত অসামৰিক সেৱাৰ পৰীক্ষাত তেওঁৰ প্ৰচেষ্টাৰ সবিশেষ উন্মোচন হয়। ইউ পি এছ চি নিৰ্বাচনৰ সময়ত বিশেষ ৰেহাই লাভ কৰিবলৈ কেন্দ্ৰীয় লোকসেৱা আয়োগক দাখিল কৰা শপতনামাত তেওঁ আংশিকভাবে দৃষ্টিহীন আৰু মানসিকভাৱে অসুস্থ বুলি দাবী কৰা বুলি প্ৰকাশ পাইছে। পৰীক্ষাত কম নম্বৰ পোৱাৰ পাছতো এই ৰেহাইৰ বাবে পৰীক্ষাত উত্তীৰ্ণ হোৱাটো সম্ভৱ হৈ উঠিছিল, আৰু অল ইণ্ডিয়া ৰেংক (এআইআৰ) ৮২১ লাভ কৰিছিল।তেওঁ দাখিল কৰা প্ৰমাণ পত্ৰৰ সত্যতা তদন্তৰ অধীনত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ জোতা কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৪ জন শ্ৰমিক, ২ জন আহত

দিল্লীৰ জোতা কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৪ জন শ্ৰমিক, ২ জন আহত

October 31, 2026 12:20 pm
চিয়াং নদীবান্ধ বাতিলৰ দাবীত গুৱাহাটীত প্ৰতিবাদ, আটকাধীন ৬০ৰো অধিক লোকৰ মুক্তিৰ আহ্বান

চিয়াং নদীবান্ধ বাতিলৰ দাবীত গুৱাহাটীত প্ৰতিবাদ, আটকাধীন ৬০ৰো অধিক লোকৰ মুক্তিৰ আহ্বান

October 31, 2026 11:45 am
নদীত উদ্ধাৰ হাছিনাৰ দেশত্যাগৰ ভিডিঅ’তোলা বিমান বাহিনীৰ প্ৰাক্তন বিষয়াৰ মৃতদেহ! আঁৰত গভীৰ ষড়যন্ত্ৰ?

নদীত উদ্ধাৰ হাছিনাৰ দেশত্যাগৰ ভিডিঅ’তোলা বিমান বাহিনীৰ প্ৰাক্তন বিষয়াৰ মৃতদেহ! আঁৰত গভীৰ ষড়যন্ত্ৰ?

October 31, 2026 11:22 am
ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ!

ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ!

October 31, 2026 11:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ জোতা কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৪ জন শ্ৰমিক, ২ জন আহত

দিল্লীৰ জোতা কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৪ জন শ্ৰমিক, ২ জন আহত

October 31, 2026 12:20 pm
চিয়াং নদীবান্ধ বাতিলৰ দাবীত গুৱাহাটীত প্ৰতিবাদ, আটকাধীন ৬০ৰো অধিক লোকৰ মুক্তিৰ আহ্বান

চিয়াং নদীবান্ধ বাতিলৰ দাবীত গুৱাহাটীত প্ৰতিবাদ, আটকাধীন ৬০ৰো অধিক লোকৰ মুক্তিৰ আহ্বান

October 31, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd