DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Pulitzer Prize winner Sana Irshad Mattoo: বিমানবন্দৰত আটক! পুলিৎজাৰ বিজয়ী কাশ্মীৰী মহিলা ফটো সাংবাদিকক বিদেশলৈ যোৱাত বাধা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 3, 2022 10:00 am
200
VIEWS
Share on FacebookShare on Twitter

Kashmiri photojournalist stopped from flying out  এখন চিত্ৰ প্ৰদৰ্শনীত অংশ ল’বলৈ পেৰিছলৈ যোৱাৰ কথা আছিল তেওঁৰ। শনিবাৰে দিল্লী বিমানবন্দৰত ইমিগ্ৰেচন বিভাগে আটক কৰে। অৱশেষত কাশ্মীৰৰ পুলিৎজাৰ বিজয়ী ফটো সাংবাদিক ছানা ইৰশাদ মাতট্টুৰ বাবে বিমানখন ধৰা সম্ভৱ নহ’ল। তেওঁক কিয় আটক কৰা হৈছিল সেই বিষয়ে কোনো কথা জনোৱা হোৱা নাই। ইমিগ্ৰেচন বিভাগৰ বিষয়াসকলে কেৱল জনায় যে ইৰশাদ বিদেশলৈ যাব নোৱাৰিব।

বাতিল হোৱা বৰ্ডিং পাছৰ এখন ফটো টুইটাৰত পোষ্ট কৰি ইৰশাদে লিখিছে, “মই শনিবাৰে দিল্লীৰ পৰা পেৰিছলৈ এখন গ্ৰন্থ প্ৰকাশ আৰু ফটো প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিবলৈ যাবলৈ ওলাইছিলো। মই ২০২০ চনত ইৰি জে গ্ৰাণ্ট বঁটা লাভ কৰা ১০ জন লোকৰ মাজৰ ময়ো এজন। ফৰাচী ভিছা থকা স্বত্বেও মোক দিল্লী বিমানবন্দৰত আটক কৰা হয়। কোনো কাৰণ জানিবলৈ দিয়া নাই। মোক কেৱল কোৱা হৈছে যে মই বিদেশলৈ যাব নোৱাৰো।‘’

লগতে পঢ়ক: No link with Terror outfit: ”জেহাদী”ৰ ভূতে খেদিছে মহানগৰ আৰক্ষীক! জেহাদীৰে লিংক বিচাৰি নাপাই যাবলৈ দিয়া হ’ল ইনামুলক

জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ এক সূত্ৰই কয় যে কেন্দ্ৰই কিছুমান কাশ্মীৰী সাংবাদিকক বিদেশলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। ইৰশাদৰ নামো সেই তালিকাত আছে। ইয়াৰ পূৰ্বে ২০১৯ চনৰ ছেপ্টেম্বৰত কাশ্মীৰী সাংবাদিক গৌহৰ গিলানীক জাৰ্মানীলৈ যাওঁতে দিল্লী বিমানবন্দৰত ৰখাই দিয়া হৈছিল। যোৱা বছৰ, সাংবাদিক-অধ্যাপক জাহিদ ৰফিকে এখন আমেৰিকান বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিবলৈ যোৱাৰ সময়ত তেওঁকো বিমানত উঠিবলৈও অনুমতি দিয়া হোৱা নাছিল।

I was scheduled to travel from Delhi to Paris today for a book launch and photography exhibition as one of 10 award winners of the Serendipity Arles grant 2020. Despite procuring a French visa, I was stopped at the immigration desk at Delhi airport. (1/2) pic.twitter.com/OoEdBBWNw6

— Sanna Irshad Mattoo (@mattoosanna) July 2, 2022

২৮ বছৰীয়া ইৰশাদ এক আন্তৰ্জাতিক সংবাদ সংস্থাৰ ফটো সাংবাদিক। ২০২২ চনত ভাৰতত কোভিডৰ দ্বিতীয় ঢৌৰ ফটো তুলি তেওঁ পুলিৎজাৰ বঁটা লাভ কৰিছিল।

Recent News

নৰ্থ ইষ্ট নাওৰ বাতৰি প্ৰভাৱ: জীৰমিকা তিমুংপিৰ সন্ধান লাভ কৰি নগাঁওৰ পৰা লৈ গ’ল বায়েক গ্ৰেছলিয়ে

নৰ্থ ইষ্ট নাওৰ বাতৰি প্ৰভাৱ: জীৰমিকা তিমুংপিৰ সন্ধান লাভ কৰি নগাঁওৰ পৰা লৈ গ’ল বায়েক গ্ৰেছলিয়ে

দল আৰু চৰকাৰৰ স্বাৰ্থত ব্যৱহাৰ কৰা হিতাধিকাৰী ব্যৱস্থা বন্ধ হওক; সৰ্বোচ্চ আদালতৰ সিদ্ধান্তক আদৰণি মানৱ অধিকাৰ কর্মীৰ

দল আৰু চৰকাৰৰ স্বাৰ্থত ব্যৱহাৰ কৰা হিতাধিকাৰী ব্যৱস্থা বন্ধ হওক; সৰ্বোচ্চ আদালতৰ সিদ্ধান্তক আদৰণি মানৱ অধিকাৰ কর্মীৰ

independence day Hiren Gohain

ৰাষ্ট্ৰৰ মালিক যেন জনসাধাৰণ নহয়, ক্ষমতাশালী মহলহে যেন ইয়াৰ মালিক! মন্তব্য ড০ হীৰেন গোহাঁইৰ

Shashi Tharoor: কংগ্ৰেছ সাংসদ শশী থাৰুৰলৈ ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘লিজিয়ন অফ অনাৰ’

Shashi Tharoor: কংগ্ৰেছ সাংসদ শশী থাৰুৰলৈ ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘লিজিয়ন অফ অনাৰ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd