• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি ৭০ বছৰত ভৰি দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 7, 2022 8:23 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক দুৰন্ত যুৱক। ৭০ বছৰ বয়সতো তজবজীয়া যুৱকৰ দৰেই হৈ আছে তেওঁ। তেওঁ আন কোনো নহয়, তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। আজি ৬৯ টা বছৰ গৰকি ৭০ বছৰত ভৰি দিলে পুটিনে। পুটিনৰ জন্মদিন উপলক্ষে ৰাছিয়াৰ বহু চহৰত আজি আয়োজন কৰা হয় বিশেষ কাৰ্যসূচী। সংগ্ৰামৰ মাজৰে আহি আহি পুটিনে আজিৰ অৱস্থাত উপনীত হৈছে। এটা সময়ত ধন আৰ্জিবলৈ পুটিনে গাড়ী চলাইছিল। তাৰ পিছতে কেজিবি এজেণ্ট হিচাবে তেওঁ ৰাজনৈতিক ক্ষেত্ৰৰ বহুলোকক লগ পাইছিল।

পুটিনে জাৰ্মানীত ৰাছিয়াৰ চোৰাংচোৱা সংস্থা কেজিবিৰ হৈ গুপ্তচৰ হিচাপেও কাম কৰিছিল। ইউক্ৰেইনৰ ওপৰত হোৱা আক্ৰমণৰ ফলত ৰাছিয়াৰ জাতীয়তাবাদীসকলৰ মাজত পুটিনৰ ভাবমূৰ্তিও যথেষ্ট শক্তিশালী হৈ পৰিছে।

Apply Now

পুটিনৰ সম্পূৰ্ণ নাম ভ্লাদিমিৰ ভ্লাদিমিৰোভিচ পুটিন। পুটিনৰ জন্ম ১৯৫২ চনৰ ৭ অক্টোবৰত হৈছিল। তেওঁক ৰাছিয়াৰ আটাইতকৈ জনপ্ৰিয় আৰু সফল ৰাজনীতিকসকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। ২০১২ চনৰ ৭ মে’ৰ পৰা ৰাছিয়াৰ ৰাষ্ট্ৰপতি হৈ থকা পুটিনক ২০১৮ চনৰ নিৰ্বাচনত ৭৫ শতাংশতকৈও অধিক লোকে পছন্দ কৰিছিল। অৱশ্যে, পশ্চিমীয়া দেশবোৰে অভিযোগ কৰে যে ৰাছিয়াৰ নিৰ্বাচনত কোনো স্বচ্ছতা নাছিল আৰু পুটিনৰ সপক্ষে একপক্ষীয় নিৰ্বাচন অনুষ্ঠিত হৈছিল।

পুটিন ২০০৮ চনৰ পৰা ২০১২ চনলৈ ৰাছিয়াৰ প্ৰধানমন্ত্ৰীও আছিল। প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত পুটিনে ক্ষমতাসীন ইউনাইটেড ৰাছিয়া পাৰ্টিৰ সভাপতি হিচাপেও দায়িত্ব গ্ৰহণ কৰিছিল। পুনৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত, পুটিনে দলটোৰ নেতৃত্ব ত্যাগ কৰে আৰু বৰ্তমান ৰাছিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু ৰাছিয়ান ফেডাৰেচনৰ নিৰাপত্তা পৰিষদৰ উপ-সভাপতি দিমিত্রি মেদভেদেভক সেই পদ দিয়ে।

মাত্ৰ ২৩ বছৰ বয়সত তেওঁ কেজিবিৰ বাবে কাম কৰা আৰম্ভ কৰে। কেজিবিয়ে তেওঁক জাৰ্মান চহৰ ড্ৰেছডেনত নিযুক্ত কৰিছিল। অৱশ্যে কেজিবিত তেওঁৰ কামৰ বিষয়ে প্ৰায়ে প্ৰশ্ন উত্থাপিত হৈছে। ভ্লাদিমিৰ পুটিনে কেজিবিত লেফটেনেণ্ট কৰ্ণেলৰ পদত উপনীত হৈছিল। জাৰ্মানীৰ বাৰ্লিন দেৱালৰ পতনৰ পিছত পুটিন ৰাছিয়ালৈ উভতি আহে আৰু ৰাজনীতিৰ সৈতে জৰিত হৈ পৰে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd