DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Maharashtra assembly speaker polls: ৰাহুল নৰ্ৱেকাৰ মহাৰাষ্ট্ৰ বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচিত; সদনত সিন্দে শিৱিৰৰ প্ৰথমটো জয়

এন ই নাও নিউজ, মুম্বাই by এন ই নাও নিউজ, মুম্বাই
July 3, 2022 12:39 pm
মহাৰাষ্ট্ৰ বিধান সভাৰ নতুন অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে ৰাহুল নৰ্ৱেকাৰ।

মহাৰাষ্ট্ৰ বিধান সভাৰ নতুন অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে ৰাহুল নৰ্ৱেকাৰ।

113
VIEWS
Share on FacebookShare on Twitter

Maharashtra assembly speaker polls মহাৰাষ্ট্ৰ বিধানসভাত আজি নতুন অধ্যক্ষর বাবে নিৰ্বাচন অনুষ্ঠিত হয়। মহাৰাষ্ট্ৰত ক্ষমতা দখল কৰাৰ পিছত একনাথ সিন্দে আজি তেওঁৰ প্ৰথমটো প্ৰত্যাহ্বানত জয়লাভ কৰিবলৈ সক্ষম হৈছে। বিজেপি বিধায়ক ৰাহুল নৰ্ৱেকাৰ মহাৰাষ্ট্ৰ বিধানসভাৰ নতুন অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে।

আজি অনুষ্ঠিত মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ নিৰ্বাচনত বিৰোধী প্ৰাৰ্থীয়ে ১০৭ টা ভোট লাভ কৰে। ৰাহুল নৰ্ৱেকাৰে ১৬৪ টা ভোট লাভ কৰি মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ নিৰ্বাচিত হয়।

লগতে পঢ়ক: CJI Ramana: ‘ন্যায়পালিকা কেৱল সংবিধানৰ প্ৰতিহে দায়বদ্ধ’, ৰাজনৈতিক দলসমূহক সমালোচনা দেশৰ মুখ্য ন্যায়াধীশৰ

শিৱসেনাৰ নেতা আদিত্য ঠাকৰেৰ ঘনিষ্ঠ ৰাহুল নৰ্ৱেকাৰ এইবাৰ বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি প্ৰথমবাৰৰ বাবে বিধায়ক হৈছিল।

মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ নিৰ্বাচনত আজি এআইএমআইএম আৰু সমাজবাদী পাৰ্টীয়ে ভোটদানৰ পৰা বিৰত থাকে।

লগতে পঢ়ক: Pulitzer Prize winner Sana Irshad Mattoo: বিমানবন্দৰত আটক! পুলিৎজাৰ বিজয়ী কাশ্মীৰী মহিলা ফটো সাংবাদিকক বিদেশলৈ যোৱাত বাধা

সম্পূৰ্ণ প্ৰত্যাশিতভাৱেই মহাৰাষ্ট্ৰ বিধানসভাত আজি কোনো আচৰিত ঘটনা দেখা পোৱা নগ’ল। বিজেপিৰ ৰাহুল নৰ্ৱেকাৰে ১৬৪ টা ভোটলাভ কৰি বিধানসভাৰ অধ্যক্ষ নিৰ্বাচিত হোৱাৰ লগে লগে একনাথ সিন্দেৰ বাবে কাইলৈ আস্থা ভোটৰ অংক একেবাৰে সহজ হৈ পৰিল।

Recent News

নৰ্থ ইষ্ট নাওৰ বাতৰি প্ৰভাৱ: জীৰমিকা তিমুংপিৰ সন্ধান লাভ কৰি নগাঁওৰ পৰা লৈ গ’ল বায়েক গ্ৰেছলিয়ে

নৰ্থ ইষ্ট নাওৰ বাতৰি প্ৰভাৱ: জীৰমিকা তিমুংপিৰ সন্ধান লাভ কৰি নগাঁওৰ পৰা লৈ গ’ল বায়েক গ্ৰেছলিয়ে

দল আৰু চৰকাৰৰ স্বাৰ্থত ব্যৱহাৰ কৰা হিতাধিকাৰী ব্যৱস্থা বন্ধ হওক; সৰ্বোচ্চ আদালতৰ সিদ্ধান্তক আদৰণি মানৱ অধিকাৰ কর্মীৰ

দল আৰু চৰকাৰৰ স্বাৰ্থত ব্যৱহাৰ কৰা হিতাধিকাৰী ব্যৱস্থা বন্ধ হওক; সৰ্বোচ্চ আদালতৰ সিদ্ধান্তক আদৰণি মানৱ অধিকাৰ কর্মীৰ

independence day Hiren Gohain

ৰাষ্ট্ৰৰ মালিক যেন জনসাধাৰণ নহয়, ক্ষমতাশালী মহলহে যেন ইয়াৰ মালিক! মন্তব্য ড০ হীৰেন গোহাঁইৰ

Shashi Tharoor: কংগ্ৰেছ সাংসদ শশী থাৰুৰলৈ ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘লিজিয়ন অফ অনাৰ’

Shashi Tharoor: কংগ্ৰেছ সাংসদ শশী থাৰুৰলৈ ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘লিজিয়ন অফ অনাৰ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd