• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যসভা নিৰ্বাচন: মনোনয়ন পত্ৰ দাখিল অজিত কুমাৰ ভূঞাৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
March 13, 2020 3:38 pm
Rajya Sabha elections: Ajit Bhuyan files nomination

মনোনয়ন পত্ৰ দাখিলৰ সময়ত অজিত ভূঞা আৰু অন্যান্য। ছবি- নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অজিত কুমাৰ ভূঞাই শুকুৰবাৰে ৰাজ্যসভা নিৰ্বাচনত অসমৰ বিৰোধী ৰাজনৈতিক শিৱিৰৰ উমৈহতীয়া প্ৰাৰ্থীৰূপে মনোনয়ন পত্ৰ দাখিল কৰে।

ভূঞাই মনোনয়ন পত্ৰ দাখিল কৰা সময়ত সংগ দিয়ে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, এ আই ইউ ডি এফ মুৰব্বী বদৰুদ্দিন আজমলে।

Apply Now

প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক ৰেকিবুদ্দিন আহমেদ, মনজিৎ মহন্ত, হাইদৰ হুছেইন, লক্ষ্মীনাথ তামুলী আদিও ভূঞাৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত আছিল।

মনোনয়ন পত্ৰ দাখিল কৰা সময়ত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু বদৰুদ্দিন আজমলক হাতে-হাত ধৰি আগবঢ়া দেখা গ’ল।

মনোনয়ন পত্ৰ দাখিল কৰি প্ৰাৰ্থী অজিত কুমাৰ ভূঞাই তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰে।

“সকলো বিৰোধী পক্ষৰ বিধায়কৰ উপস্থিতিয়ে এক শক্তিশালী বিৰোধী পক্ষৰ উমান দিছে। বিৰোধী উমৈহতীয়া প্ৰাৰ্থী হিচাপে জয় নিশ্চিত,” ভূঞাই কয়।

আনহাতে, আন এগৰাকী জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাৰ মনোনয়ন পত্ৰ সংগ্ৰহৰ সন্দৰ্ভত ভূঞাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “সেয়া সকলোৱে পাৰে। তাত মোৰ ক’ব লগা একো নাই। সেইটো আহক সময়ত গম পোৱা যাব।”

অসমত কোন বেছি সাম্প্ৰদায়িক সেয়া যাৰ জ্ঞান আৰু বুদ্ধি বেছি আছে তাক কোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি ভূঞাই কয়, “এ আই ইউ ডি এফ যদি সাম্প্ৰদায়িক, তেন্তে তাৰ বিৰুদ্ধে তেওঁলোকে ব্যৱস্থা লওক আইনগতভাৱে। সংবিধানৰ নামত শপত খাই সাম্প্ৰদায়িক ৰাজনীতি তেওঁলোকে কৰিছে। এ আই ইউ ডি এফলৈ আঙুলি টোঁৱাই মেৰুকৰণ আৰু বিভাজনৰ ৰাজনীতি কৰিছে।”

ভূঞাই লগতে কয় যে অগপৰ সুবিধাবাদী চৰিত্ৰ ওলাই পৰিছে। কাৰ লগত তেওঁলোকক ৰিজাম সেইটোৱে ভাবিবলৈ টান হৈছে বুলি উল্লেখ কৰি ভূঞাই কয়, “কাৰণ মানুহক মূৰ্খ বুলি ভাবি আঞ্চলিকতাবাদক ধ্বংস কৰি ৰাজনীতি কৰিছে। অগপ এতিয়া নিজে বিজেপিত জাহ গৈছে।”

বিজেপিলৈ কংগ্ৰেছৰ এগৰাকী বিধায়ক যাব বুলি হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাই নাকচ কৰে।

আনহাতে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে কয়, “হিমন্ত এতিয়া সাম্প্ৰদায়িক ক’ৰণা ভাইৰাছ। যিয়ে অসমখন ভাগ ভাগ কৰিব বিচাৰিছে।”

অজিত কুমাৰ ভূঞাক কেৱল কংগ্ৰেছ বা এ আই ইউ ডি এফৰে নহয় সমগ্ৰ অসমৰ বুদ্ধিজীৱী আৰু কা-বিৰোধী প্ৰাৰ্থী বুলি গগৈয়ে অভিহিত কৰে।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

Stay Connected

  • 117k Fans

Recent News

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

August 25, 2026 6:08 pm
হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

August 25, 2026 5:10 pm
বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

August 25, 2026 4:10 pm
দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

August 25, 2026 6:08 pm
হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

August 25, 2026 5:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd