• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে মেডিকেল প্ৰৱেশ পৰীক্ষাত ৭০ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা হওক : ৰাজ্যসভাত সাংসদ বিশ্বজিৎ দৈমাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 4, 2019 6:41 pm
BPF MP
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যসভাৰ মজিয়াত উত্থাপিত ‘ভাৰতীয় চিকিৎসা পৰিষদ সংশোধনী আইন,২০১৯’ৰ মুকলি চৰ্চাত অসমৰ বি পি এফ দলৰ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে চিকিৎসা পৰিষদ সংশোধনী আইন, ২০১৯ সন্দৰ্ভত মন্তব্য কৰি চৰকাৰী বিদ্যালয়ত অধ্যায়ন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে চিকিৎসা বিজ্ঞানৰ প্ৰবেশ পৰীক্ষাত ৭০ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰাৰ বাবে দাবী জনায়।

সাংসদ বিশ্বজ্যিৎ দৈমাৰীয়ে অসমৰ লগতে দেশৰ চৰকাৰী চিকিৎসালয় সমূহত চিকিৎসকৰ অভাৱৰ বিষয়ে আঙুলিয়াই দি কয় ভাৰতৰ গাঁও বেলেগ কথা চহৰৰ চৰকাৰী চিকিৎসালয় সমূহতো চিকিৎসকৰ অভাৱ পৰিলক্ষিত হৈছে।

Apply Now

দৈমাৰীয়ে অসমৰ চিকিৎসালয় সমূহত চিকিৎসকৰ অভাৱৰ বিষয়ে উল্লেখ কৰি ৰজ্যত যিমান পৰিমাণৰ চিকিৎসকৰ প্ৰয়োজন সেই অনুপাতে দেশে চিকিৎসক সৃষ্টি কৰাত ব্যৰ্থ হৈছে বুলি মত প্ৰকাশ কৰে।

আনহাতে, সাংসদ দৈমাৰীয়ে গাঁওৰ চিকিৎসালয় সমূহত চিকিৎসক নথকাৰ মূল কাৰণ বৰ্ণনা কৰি কয় যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যায়ণ কৰা ছাত্ৰ-ছাত্ৰীসকলে পৰিয়ালৰ পৰা পোৱা আৰ্থিক সুবিধা আৰু ভাল শিক্ষাৰ বাবে মেডিকেল প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হয় কিন্তু তেওঁলোকে চিকিৎসক হৈ আহি গাঁওত সেৱা আগবঢ়াবলৈ ইচ্ছা নকৰে।

এইক্ষেত্ৰত চৰকাৰী বিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰীসকলে অভাৱ-অনাতন আৰু দৰিদ্ৰতাৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত প্ৰতিযোগিতা কৰাত ব্যৰ্থ হয় বুলি উল্লেখ কৰি দৈমাৰীয়ে মেডিকেল প্ৰৱেশ পৰীক্ষাত চৰকাৰী বিদ্যালয়ত অধ্যয়ণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৭০ শতাংশ আসন সংৰক্ষণ কৰাৰ বাবে দাবী জনায়।

উল্লেখযোগ্য যে, ভাৰতীয় চিকিৎসা পৰিষদ সংশোধনী আইন,২০১৯ত বিভিন্ন দলৰ প্ৰতিনিধিসকলে ভাৰতীয় চিকিৎসা পৰিষদৰ ব্যাপক সংস্কাৰ সাধনৰ বাবে মন্তব্য আগবঢ়ায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd