• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাজিৰা সমজিলাৰ উদ্বোধন কৰিবলৈ আহি নষ্টালজিক হৈ পৰিল মন্ত্ৰী ৰণোজ পেগু

নাজিৰা সমজিলা হিচাপে উদ্বোধন কৰিবলৈ আহি নষ্টালজিক হৈ পৰে মন্ত্ৰী ৰণোজ পেগু। নাজিৰা সমজিলা আয়ুক্ত কাৰ্যালয়ৰ কাষতে লাগি থকা বৰবৰুৱা পুখুৰীত মন্ত্ৰী গৰাকীয়ে  ল'ৰালিতে বৰশীত কান্দুলি মাছ ধৰা,বৰবৰুৱা পুখুৰীৰ পাৰত ধনগুলৈ প্ৰত্যক্ষ কৰাৰ কথা সোঁৱৰে মন্ত্ৰী গৰাকীয়ে।

নয়নমণি ভৰদ্বাজ, নাজিৰা by নয়নমণি ভৰদ্বাজ, নাজিৰা
October 5, 2024 5:29 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি শিৱসাগৰ জিলাৰ নাজিৰা মহকুমা নাজিৰা সমজিলা হিচাপে উদ্বোধন কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ১৯৯২চনতে নাজিৰা মহকুমা হিচাপে স্বীকৃতি লাভ কৰা নাজিৰা মহকুমাই আজি লাভ কৰিলে নাজিৰা সমজিলা হিচাপে।

নাজিৰা সমজিলা উদ্বোধন কৰিবলৈ আহি শিক্ষামন্ত্ৰী ৰণোজ পেগু পোনপ্ৰথমে উপস্থিত হয় নাজিৰাৰ বৰবৰুৱাৰ পুখুৰী পাৰত। নাজিৰা বৰবৰুৱা পুখুৰী পাৰত অৱস্থিত নাজিৰা মহকুমাধিপতিৰ কাৰ্যালয়ত শিক্ষামন্ত্ৰী ৰণোজ পেগু উপস্থিত হৈ নাজিৰা মহকুমাধিপতিৰ কাৰ্যালয় নাজিৰা সমজিলা আয়ুক্ত কাৰ্যালয় হিচাপে উদ্বোধন কৰে।

Apply Now

নাজিৰা সমজিলা হিচাপে উদ্বোধন কৰিবলৈ আহি নষ্টালজিক হৈ পৰে মন্ত্ৰী ৰণোজ পেগু।নাজিৰা সমজিলা আয়ুক্ত কাৰ্যালয়ৰ কাষতে লাগি থকা বৰবৰুৱা পুখুৰীত মন্ত্ৰী গৰাকীয়ে  ল’ৰালিতে বৰশীত কান্দুলি মাছ ধৰা,বৰবৰুৱা পুখুৰীৰ পাৰত ধনগুলৈ প্ৰত্যক্ষ কৰাৰ কথা সোঁৱৰে মন্ত্ৰী গৰাকীয়ে।

নাজিৰাৰ সমজিলা উদ্বোধন কৰিবলৈ আহি মন্ত্ৰী গৰাকীয়ে কয় যে এতিয়াৰ পৰা চৰকাৰী যিকোনো কামৰ বাবে শিৱসাগৰলৈ যাব নালাগে নাজিৰা সমজিলা আয়ুক্ত কাৰ্যালয়তেই সম্পন্ন হ’ব। কিয়নো নাজিৰা সমজিলা হিচাপে স্বীকৃতি লাভ কৰাৰ পিছতেই যিকোনো গুৰুত্বপূৰ্ণ চৰকাৰী কাম নাজিৰা সমজিলা আয়ুক্ত কাৰ্যালয়তেই সুবিধা হ’ব।

আজিৰ অনুষ্ঠানত টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই, আৰ্টফেডৰ উপাধ্যক্ষ প্ৰহ্লাদ গোৱালা, জিলা আয়ুক্ত আয়ুস গাৰ্গ, নৱনিযুক্ত সমজিলা আয়ুক্ত কণিকা, নাজিৰা পৌৰসভাৰ অধ্যক্ষ বৰ্ণালী চুতীয়াৰ লগতে আন বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰে।

নয়নমণি ভৰদ্বাজ, নাজিৰা

নয়নমণি ভৰদ্বাজ, নাজিৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd