• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগালেণ্ডত বাতিল নহয় আৰ্টিকল ৩৭১এ : ৰাজ্যপাল ৰৱিৰ আশ্বাস

অনুপ শৰ্মা by অনুপ শৰ্মা
August 6, 2019 6:49 pm
Ravi allays fear over scrapping of 371 (A) from Nagaland

আৰ এন ৰৱি। ছবি সৌজন্য-- India Foundation

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জম্মু আৰু কাশ্মীৰত আৰ্টিকল ৩৭০ বাতিলৰ পিছতে নাগালেণ্ডতো আৰ্টিকল ৩৭১এৰ ভৱিষ্যতক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে ৰাজ্যপাল আৰ এন ৰৱিয়ে মঙলবাৰে এক বিবৃতিযোগে ৰাইজক এই বিষয়ত অলপো উদ্বিগ্ন নহ’বলৈ আহ্বান জনাইছে।

“মৰমৰ ভাই-ককাই, ভনী-বাই আৰু নাগালেণ্ডৰ শিশুসকল। কিছুমান লোকে জম্মু আৰু কাশ্মীৰৰ ঘটনাৱলীৱে নাগালেণ্ডৰ ওপৰত পেলাব পৰা প্ৰভাৱ সম্পৰ্কে আশংকা প্ৰকাশ কৰিছে,” নৱনিযুক্ত ৰাজ্যপালজনে কয়।

Apply Now

“মই আপোনালোক সকলোকে খাটাং আশ্বাস দিব খোজো যে আপোনালোকে এই লৈ উদ্বিগ্ন হোৱাৰ কোনো সকাম নাই। আৰ্টিকল ৩৭১এ নাগালেণ্ডৰ ৰাইজৰ প্ৰতি এক গহীন প্ৰতিশ্ৰুতি। ই এক পবিত্ৰ প্ৰতিশ্ৰুতি। এক খুব আগশাৰীৰ অৱস্থাত চলিত ৰাজনৈতিক প্ৰক্ৰিয়াটো সামৰণি মাৰিবলৈ আমি খুব কঠিন চেষ্টা কৰি আছো,” ৰৱিয়ে বিবৃতিত কয়।

এইটো ইয়াতে উল্লেখ কৰিব পাৰি যে, সোমবাৰে কেন্দ্ৰই কাশ্মীৰৰ ক্ষেত্ৰত আৰ্টিকল ৩৭০ উঠাই লোৱাৰ দৰেই নাগালেণ্ডতো ৩৭১এ উঠাব পাৰে এক আশংকা সৃষ্টি হৈছিল।

দেশৰ প্ৰাক্তন উপ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু নাগা শান্তি আলোচনাত কেন্দ্ৰৰ প্ৰতিনিধি ৰৱি যোৱা ১ আগষ্টত নাগালেণ্ডৰ ৰাজ্যপালৰূপে যোগ দিছে। ৰৱিয়ে পি বি আচাৰ্য্যৰ স্থান লৈছে।

ৰাজ্যপালৰূপে যোগ দিয়াৰ পিছত ৰৱিয়ে কৈছিল যে, ভাৰত চৰকাৰে নাগা শান্তি আলোচনাটো যিমান পাৰি সোনকালে শেষ কৰিব খোজে।

অনুপ শৰ্মা

অনুপ শৰ্মা

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd