• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 5, 2026 11:51 am
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যবিত্ত শ্ৰেণীৰ সস্তাৰ ঋণৰ অপেক্ষাত সদ্যহতে চেঁচা পানী ঢালিলে দেশৰ ৰিজাৰ্ভ বেংকে। জুন মাহৰ মুদ্ৰানীতিৰ বৈঠকৰ শেষত ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰেপো ৰেট সলনি নকৰাৰ সিদ্ধান্ত ঘোষণা কৰে। ফলত বৰ্তমান দেশত ৰেপো হাৰ অপৰিৱৰ্তিত হৈ আছে ৫.২৫ শতাংশতে। বুধবাৰৰ পৰা (৩ জুন) আৰম্ভ হোৱা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিৰ তিনিদিনীয়া বৈঠক আজি শুকুৰবাৰে (৫ জুন) সমাপ্ত হয়।

সাধাৰণ মানুহৰ মনত এটা প্ৰশ্ন উত্থাপন হ’ব পাৰে, এই ৰেপ’ ৰেট কি আৰু সাধাৰণ মানুহৰ পকেটৰ সৈতে ইয়াৰ কি সম্পৰ্ক? সহজ ভাষাত ক’বলৈ গ’লে ৰেপো ৰেট হৈছে এক প্ৰকাৰৰ সুতৰ হাৰ, য’ত আৰ বি আইয়ে দেশৰ বিভিন্ন বাণিজ্যিক বেংকক ধন ধাৰে দিয়ে। ফলত যদি ৰেপো ৰেট কমি যায় তেন্তে কম সুতৰ হাৰত বাণিজ্যিক বেংকসমূহেও ধন লাভ কৰে আৰু গ্ৰাহকৰ গৃহ ঋণ বা গাড়ী ঋণৰ দৰে বিভিন্ন ঋণৰ সুতৰ হাৰ বা ই এম আই হ্ৰাস পোৱাৰ সম্ভাৱনা থাকে।

Apply Now

কিন্তু যিহেতু জুন মাহৰ বৈঠকত সুতৰ হাৰ অপৰিৱৰ্তিত ৰখা হৈছে, সেয়েহে বজাৰ বিশেষজ্ঞৰ মতে জনসাধাৰণৰ বাবে ঋণৰ মাহিলী কিস্তি আপাততঃ হ্ৰাস পোৱাৰ কোনো লক্ষণ দেখা যোৱা নাই।

মন কৰিবলগীয়া যে ২০২৫ চনৰ আৰম্ভণিৰে পৰা ৰিজাৰ্ভ বেংকে দেশৰ বজাৰত সুতৰ হাৰ ধাৰাবাহিকভাৱে হ্ৰাস কৰি আহিছে।২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত দেশৰ ৰেপো ৰেট আছিল ৬.৫০ শতাংশ। তাৰ পাছত দেশৰ অৰ্থনৈতিক অৱস্থাৰ কথা মনত ৰাখি একাধিক পৰ্যায়ত মুঠ ১২৫ বেচিছ পইণ্ট বা ১.২৫ শতাংশ সুতৰ হাৰ হ্ৰাস কৰা হ’ল। যাৰ বাবে ২০২৫ চনৰ শেষলৈকে ৰেপ’ ৰেট ৫.২৫ শতাংশলৈ হ্ৰাস পায়।

২০২৫ চনত একেৰাহে ৰেহাই দিয়াৰ পিছতো ২০২৬ চনত ৰিজাৰ্ভ বেংকে সম্পূৰ্ণ বিপৰীত পথ গ্ৰহণ কৰিছে। এই বছৰৰ ফেব্ৰুৱাৰী আৰু এপ্ৰিলৰ পিছত এইবাৰ জুন মাহত আৰ বি আইয়ে একেৰাহে তিনিখন মুদ্ৰানীতিৰ বৈঠকত সুতৰ হাৰ কৰ্তন কৰা নাই।

অৰ্থনৈতিক বিশেষজ্ঞৰ এটা অংশৰ মতে, যদিও এই মুহূৰ্তত দেশৰ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত আছে, তথাপিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভূ-ৰাজনৈতিক অস্থিৰতা আৰু বিশ্ব বজাৰত ইন্ধনৰ মূল্যৰ অনিশ্চয়তাৰ বাবে ৰিজাৰ্ভ বেংক চিন্তিত হৈ পৰিছে। আৰু সেইবাবেই গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই কোনো খৰখেদা নকৰাকৈ সদ্যহতে অতি সতৰ্ক স্থিতি অক্ষুণ্ণ ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd