• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বানপীড়িত অঞ্চললৈ হৰদত্ত বীৰদত্ত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাহায্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 7, 2026 6:11 pm
162
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উজনি অসমৰ প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হৈ সৰ্বস্বান্ত হোৱা পৰিয়ালসমূহৰ কাষত থিয় দি মানৱীয় সহায়ৰ হাত আগবঢ়াইছে কামৰূপ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অন্তৰ্গত হৰদত্ত বীৰদত্ত জ্যেষ্ঠ নাগৰিক সন্মিলনে। বানপীড়িত ৰাইজৰ দুখ-কষ্টৰ সময়ত তেওঁলোকৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি সন্মিলনৰ তৰফৰ পৰা ১১,০০০ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হয়।

উক্ত সাহায্যৰাশি অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ দিছপুৰ শাখাৰ জৰিয়তে দুৰ্যোগত ক্ষতিগ্ৰস্ত অঞ্চলৰ ৰাইজৰ সহায়ৰ বাবে আগবঢ়োৱা হ’ব। অসম জ্যেষ্ঠ নাগৰিক সন্মিলন, জিলা জ্যেষ্ঠ নাগৰিক সন্মিলন আৰু বিভিন্ন শাখাৰ সহযোগিতাত সংগৃহীত সাহায্যই বানপীড়িত ৰাইজৰ দুখৰ সময়ত কিছু হ’লেও সকাহ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰা হৈছে।

Apply Now

ৰাজ্যৰ এই কঠিন দুৰ্যোগৰ সময়ত বানপীড়িত লোকসকলৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱা হৰদত্ত বীৰদত্ত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ এই আন্তৰিক প্ৰচেষ্টাক অসম জ্যেষ্ঠ নাগৰিক সন্মিলনে আন্তৰিক শলাগ জ্ঞাপন কৰে। সন্মিলনে আশা প্ৰকাশ কৰে যে এনে সহমৰ্মিতা আৰু সহযোগিতাৰ মনোভাৱে বানপীড়িত পৰিয়ালসমূহক এই সংকটৰ সময়ত সাহস যোগোৱাৰ লগতে পুনৰ স্বাভাৱিক জীৱনলৈ ঘূৰি অহাৰ পথ কিছু পৰিমাণে হলেও সহজ কৰি তুলিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্ব ক্ষুধা সূচকত ভাৰতৰ স্থান বাংলাদেশ, নেপাল, শ্ৰীলংকাতকৈও তলত! শিশুৰ পুষ্টিহীনতাক লৈ বাঢ়িছে উদ্বেগ

বিশ্ব ক্ষুধা সূচকত ভাৰতৰ স্থান বাংলাদেশ, নেপাল, শ্ৰীলংকাতকৈও তলত! শিশুৰ পুষ্টিহীনতাক লৈ বাঢ়িছে উদ্বেগ

October 23, 2026 10:21 am
জ্ঞানেশ কুমাৰক অপসাৰণৰ প্ৰস্তাৱ আহিলে কি কৰিব? জনালে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই

জ্ঞানেশ কুমাৰক অপসাৰণৰ প্ৰস্তাৱ আহিলে কি কৰিব? জনালে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই

October 23, 2026 9:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd