DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পিতৃৰ মৃত্যুৰ ১৫ বছৰৰ পাছত ইৰাকবাসীক কি আহ্বান জনালে ছাদ্দাম হুছেইনৰ কন্যাই?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 2, 2022 1:47 pm
Saddam Daughter
481
VIEWS
Share on FacebookShare on Twitter

পিতৃক ফাঁচি দিয়াৰ ১৫বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত মুখ খুলিছে ছাদ্দাম হুছেইনৰ কন্যা ৰাঘাদ ছাদ্দাম হুছেইনে। তেওঁ ইৰাকীসকলৰ ঐক্যবদ্ধ হোৱাৰ আহ্বান জনাইছে।

ৰাঘাদে বৰ্তমান বিশ্বত যি পৰিৱৰ্তন ঘটিছে তাৰ সৈতে ইৰাকীসকলক নিজকে মিলিবলৈ আহ্বান জনাইছে।

যোৱা শুকুৰবাৰে পিতৃৰ প্ৰতিকৃতিৰ সন্মুখত বহি ৰাঘাদ ছাদ্দাম হুছেইনে এই আহ্বান জনায়। তেওঁ দেশবাসীক সম্প্ৰদায় তথা পটভূমি বিবেচনা নকৰি ইজনে  সিজনক ক্ষমা কৰি দিয়াৰ সময় আহি পৰিছে বুলি উল্লেখ কৰে।

ছাদ্দাম কন্যাই আনকি যিসকলে ভুল কৰিছে তেওঁলোককো ক্ষমাৰ দৃষ্টিৰে চোৱাৰ আহ্বান জনাইছে।

Also Read: Adil Hussain in Forbes প্ৰসিদ্ধ ‘ফৰ্বছ’ আলোচনীৰ ২০২১বৰ্ষৰ অসাধাৰণ হিন্দী অভিনেতাৰ তালিকাত অন্তৰ্ভুক্ত আদিল হুছেইন

চলিত বছৰতে এক সাক্ষাৎকাৰত ইয়াৰ পূৰ্বে ছাদ্দাম কন্যাই কৈছিল যে দেশখনত বৈধ শাসক নথকা বাবে ইৰানে ভাৱে যে তেওঁলোকে সহজেই ইৰাকক দমন কৰিব পাৰিব। তেওঁ ইৰানকো সংঘাত তথা বিৰোধিতা এৰাই চলাৰ বাবে আহ্বান জনাইছিল।

ইৰাকৰ তদানীত্বন ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনে ব্যাপক বিধ্বংসী পাৰমানৱিক অস্ত্ৰ নিৰ্মাণ কৰাৰ অভিযোগ তুলি ২০০৩ চনত  যুক্তৰাষ্ট্ৰৰ নেতৃত্বত কেইখনমান দেশে ইৰাক আক্ৰমণ কৰিছিল। যদিও দেশখনত পিছত কোনো পাৰমানৱিক অস্ত্ৰ পোৱা নগ’ল।  

Also Read: Trouble for Vicky Kaushal বিপদত ভিকি কৌশল! অভিনেতাগৰাকীৰ বিৰুদ্ধে থানাত দাখিল কৰা হৈছে অভিযোগ

২০০৩ চনৰে ১৩ ডিচেম্বৰত আমেৰিকান সেনাৰ হাতত বন্দী হয় ছাদ্দাম হুছেইন। আমেৰিকাৰ দ্বাৰা গঠন কৰা ইৰাকী চৰকাৰে বিচাৰি কৰি ছাদ্দামক অপৰাধী চিনাক্ত কৰে।

২০০৬চনৰ ৩০ ডিচেম্বৰত ইৰাকী সময় মতে ৬বাজি ৬মিনিটত ছাদ্দাম হুছেইনক ফাঁচি দিয়া হয়। 

Recent News

Asaram Bapu

আশ্ৰমত শিষ্যক ধৰ্ষণ: যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত স্বয়ম্ভু গডমেন আশাৰাম বাপু

Visakhapatnam Andhra Pradesh

বিশাখাপট্টনম হ’ব অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী: ঘোষণা মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ

death threat to Kejriwal

কেজৰিৱালৰ জীৱনলৈ সংশয়! আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি কেজৰিৱালক হত্যাৰ ভাবুকি

Adani

ফেচবুক কৰ্ণাৰ: ডুবিছে ‘মোডানি’ জাহাজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd