• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জন ‘বিভ্ৰান্তি’ত মত্ত জনসংযোগ; লতাশিলৰ পৰা সকীয়নি সাহিত্য সভাৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 23, 2019 7:27 pm
Sahitya Sabha slams Assam DIPR

ফাইল ছবি- নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাইজৰ ধনেৰে চলা অসম চৰকাৰৰ জনসংযোগ বিভাগ নামিছে জনগণৰ মাজত বিভ্ৰান্তি সৃষ্টিত, অভিযোগ সাহিত্য সভাৰ।

মুখ্য মন্ত্ৰীৰ সৈতে সভাৰ বৈঠকৰ আচল বিষয় লুকুৱাই সংবাদ মাধ্যমত দিয়া বিবৃতিৰ বাবে লতাশিলত আয়োজিত “খিলঞ্জীয়াৰ বজ্ৰনিনাদ”ৰ পৰা জনসংযোগ বিভাগক সকীয়াই দিছে সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই।

Apply Now

“আমি জনসংযোগ বিভাগক ক’ব বিচাৰিছো অসম সাহিত্য সভা আৰু জনগোষ্ঠীয় সাহিত্য সভাৰ প্ৰতিনিধিসকলে মুখ্য মন্ত্ৰী মহোদয়ক কি কৈছিলো, সাহস আছে যদি সেই কথা ৰাজহুৱা কৰক। ৰাইজক মিছাকৈ বিভ্ৰান্ত নকৰিব,” জনসংযোগক প্ৰত্যাহ্বান ৰাজখোৱাৰ।

ৰাজখোৱাই লগতে কয় যে বৈঠকত সাহিত্য সভাৰ পৰামৰ্শ “নীৰৱে” শুনিছিল মুখ্য মন্ত্ৰী সোণোৱালে, কিন্তু সেই কথা সমুলঞ্চে অনুপস্থিত জনসংযোগৰ বিবৃতিত।

“আমি মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ দিছিলো আৰু কৈছিলো যে নাগৰিকত্ব সংশোধনী বিধেয়ক আমি মানি নলওঁ। আপুনি অসমৰ ৰাইজৰ কথা শুনক। বিধেয়কখনৰ বিৰোধিতা কৰি ‘জাতীয় নায়ক’ হিচাপে আপুনি পুনৰ পৰিগণিত হওক,” মুখ্য মন্ত্ৰীক বৈঠকত আগবঢ়োৱা পৰামৰ্শৰ উদ্ধৃতিৰে এই মন্তব্য সভাৰ প্ৰধান সম্পাদকজনৰ।

মুখ্য মন্ত্ৰীক সাক্ষাৎ সন্দৰ্ভত সভাৰ বিবৃতিটোত বিধেয়ক বিৰোধিতাই অন্যতম প্ৰধান আৰু সৰ্বপ্ৰথম বিষয়ৰূপে উল্লেখ আছিল।

কিন্তু জনসংযোগে মুখ্য মন্ত্ৰীৰ হৈ দিয়া বিবৃতিত কোৱা হৈছিল যে বৈঠকত মুখ্য মন্ত্ৰীয়ে বিধেয়ক সন্দৰ্ভত চৰকাৰৰ “স্থিতি স্পষ্ট” কৰে আৰু কয় যে এই সন্দৰ্ভত অসমৰ একাংশ দল-সংগঠনে চলোৱা প্ৰচাৰ “সত্যৰ ওপৰত আধাৰিত নহয়”।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm
মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

June 6, 2026 6:54 pm
কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

June 6, 2026 6:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm
মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd