• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বাংলাদেশ প্ৰিমিয়াৰ লীগ(বি পি এল)ৰ উদ্বোধনী অনুষ্ঠানত অংশ ল’ব চলমান খান আৰু কেটৰিনা কাইফে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 3, 2019 5:34 pm

2 min read

Salman And Ketrina

চলমান আৰু কেটৰিনা, উৎস-ইণ্টাৰনেট

4.8k
VIEWS
Share on FacebookShare on Twitter

বলিউদৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী চলমান খান আৰু কেটৰিনা কাইফক বাংলাদেশ প্ৰিমিয়াৰ লীগ-টি২০ৰ উদ্বোধনী অনুষ্ঠানত একেলগে মঞ্চত দেখা যাব।

বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানৰ জন্মজয়ন্তী উপলক্ষে বাংলাদেশ ক্ৰিকেট বোৰ্ডে (বিচিবি)বিগত বৰ্ষৰ তুলনাত পৃথকভাৱে বি পি এল আয়োজনৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে।

সেইমৰ্মে বি চি বিয়ে বাংলাদেশ প্ৰিমিয়াৰ লীগৰ বিশাল উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰিছে য’ত অনুষ্ঠান পৰিৱেশনৰ বাবে বাহিৰৰ বিভিন্ন তাৰকা শিল্পীক আমন্ত্ৰণ জনোৱা হ’ব বুলি জানিব পৰা গৈছে।

বি পি এলৰ গভৰ্নিং কাউঞ্চিলৰ সচিৱ শ্বেইখ ছোহেইলে বাংলাদেশৰ শ্বেৰ-ই-বাংলা ৰাষ্ট্ৰীয় ষ্টেডিয়ামত ৮ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে চলমান আৰু কেটৰিনাই ঢাকাত উপস্থিত হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

‘‘বি পি এলৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমি চলমান খান আৰু কেটৰিনা কাইফৰ পৰা নিশ্চিতি লাভ কৰিছো। বাংলাদেশৰ জনপ্ৰিয় গায়িকা মমতাজৰ লগতে বহু বিদেশী শিল্পীও অনুষ্ঠানত উপস্থিত থাকিব,’’ ছোহেইলে দেওবাৰে সাংবাদিকৰ আগত কয়।

আনহাতে, বিভিন্ন সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী অৰজিত সিং আৰু নেহা কক্কৰৰ সৈতেও বি পি এলৰ উদ্বোধনী অনুষ্ঠানত সংগীত পৰিৱেশন কৰাক লৈ কথা বতৰা চলি আছে।

উল্লেখযোগ্য যে, ৮ ডিচেম্বৰত শ্বেৰ-ই-বাংলা ষ্টেডিয়ামত আবেলি ৪ বজাৰ পৰা উদ্বোধনী অনুষ্ঠানত অনুষ্ঠিত কৰা হ’ব।

উদ্বোধনী অনুষ্ঠানৰ টিকতৰ মূল্য ১০০০ বাংলাদেশী টাকাৰ পৰা ১০,০০০ টাকাৰ ভিতৰত হ’ব।

Recent News

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

santosh babu

গণতন্ত্ৰ দিৱসত মহাবীৰ চক্ৰৰে সন্মানিত কৰা হ’ব গালৱানৰ শ্বহীদ কৰ্ণেল সন্তোষ বাবুক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd