DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 8, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৩০ ছেপ্তেম্বৰত ‘অবৈধ’ হোৱাৰ পৰা বচাওক আপোনাৰ পেন কাৰ্ড ||সবিশেষ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 9, 2019 5:43 pm
Save your PAN card before it's too late ||Explained

পেন কাৰ্ডৰ প্ৰতীকী ছবি। সৌজন্য-- ৱিকিপিডিয়া।

83.1k
VIEWS
Share on FacebookShare on Twitter

আধাৰ কাৰ্ডৰ সৈতে সংযোগ নকৰা পেন (Permanent Account Number) কাৰ্ডসমূহ অহা ৩০ ছেপ্তেম্বৰৰ পৰা অবৈধ (invalid) ৰূপে পৰিগণিত হ’ব।

ভাৰতৰ আয়কৰ বিভাগে এবাৰ অবৈধ ঘোষণা কৰাৰ পিছত এই পেন কাৰ্ডসমূহ পুনৰ আৰু আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব, india.comৰ বাতৰিত প্ৰকাশ।

পেন কাৰ্ডৰ সৈতে আধাৰ সংযোগ কৰিবলৈ ক্লিক কৰক– ইয়াত

আপোনাৰ যদি আধাৰ আৰু পেন কাৰ্ড আছে আৰু যদি আপুনি দুয়োটাৰে সংযোগ কৰিছে, তেন্তে চিন্তাৰ কাৰণ নাই। কিন্তু বাকীসকলৰ বাবে ৩০ ছেপ্তেম্বৰ হ’ব শেষ সীমা।

India.comৰ বাতৰি মতে কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ড (Central Board of Direct Taxes)ৰ বিষয়াই জনাইছে যে ভাৰতত বৰ্তমান পেন কাৰ্ড থকা ২০ কোটি লোকৰ আধাৰ কাৰ্ড নথকাটো সম্ভৱ নহয়।

ভাৰতত এতিয়ালৈকে প্ৰায় ২০ কোটি ব্যক্তিৰ পেন আধাৰৰ সৈতে সংযোগ নোহোৱাকৈ আছে। দেশত মুঠ পেন কাৰ্ড আছে ৪৩ কোটি আৰু ইয়াৰ বিপৰীতে আধাৰ আছে ১২১ কোটি।

বাতৰিটোৰ মতে, ঋণ গ্ৰহণ আৰু ক্ৰেদিট কাৰ্ড লোৱাৰ বাবে পেন কাৰ্ডৰ অবৈধ ব্যৱহাৰ হৈ থকা বুলি পোৱা প্ৰতিবেদনৰ ফলতেই এই সিদ্ধান্ত লোৱা হৈছে।

বেংক একাউণ্ট, কৰ পৰিশোধ আদিৰ লগতে পৰিচয় পত্ৰ হিচাপেও পেন কাৰ্ডৰ ব্যৱহাৰ হৈ আহিছে।

Recent News

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

India defeat West Indies: আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ; ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ

India defeat West Indies: আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ; ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd