• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পূজাৰ বতৰত গ্ৰাহকৰ বাবে SBI ৰ ভাল খৱৰ; চাকৰিয়াল বুলিয়েই নহয়, সকলোৱে পাব এই সুবিধা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 17, 2021 11:33 am
531
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ষ্টেট বেংকে পূজাৰ পূৰ্বেই গ্ৰাহকৰ বাবে আনিছে এক সুখৱৰ। গৃহ ঋণৰ ক্ষেত্ৰত সুতৰ হাৰ হ্ৰাস কৰিছে ষ্টেট বেংকে।

পূজাৰ পূৰ্বেই গৃহ ঋণ লোৱাসকলৰ বাবে এলানি উপহাৰ ঘোষণা কৰিছে ষ্টেট বেংক অফ ইণ্ডিয়াই।

ইমান দিনে ৭৫লাখ টকাৰ অধিক গৃহ ঋণ ল’লে সুত দিব লাগিছিল ৭.১৫শতাংশ হাৰত। কিন্তু পূজাৰ বতৰত ষ্টেট বেংকে দিয়া অফাৰ অনুসৰি যিকোনো পৰিমানৰ ঋণৰ ক্ষেত্ৰতে সুতৰ হাৰ হ’ব ৬.৭শতাংশ।

Latest News: বাঘেখোৱা চাপৰিত মহিলাৰ বেগ এটা উদ্ধাৰ: নিমাতী নাও দুৰ্ঘটনাৰ কোনো যাত্ৰীৰ বুলি সন্দেহ

গ্ৰাহকসকলে ৪৫ বেছিছ পইন্ট বচাব পাৰিব। বেংকৰ কথা মতে, যদি কোনোৱে ৩০ বছৰৰ বাবে ৭৫লাখ টকাৰ ঋণ লয়, তেতিয়াহ’লে ৮লাখ টকা কম সুত ভৰিব লাগিব। তদুপৰি, ঋণৰ বাবে প্ৰচেছিং ফী-ৰ বাবদ একো দিব নালাগে।

সেইদৰে, পূৰ্বে যিসকল বেতনভোগী চাকৰিয়াল তেওঁলোকৰ তুলনাত আন গ্ৰাহকসকলে অধিক সুত দিব লাগিছিল। কিন্তু SBI ৰ নতুন অ’ফাৰ অনুসৰি সেই ভিন্নতা আৰু নাথাকে। সকলোৱে ৬.৭শতাংশ সুতৰ হাৰত ঋণ লোৱাৰ সুযোগ পাব।

ষ্টেট বেংকৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে এইবাৰ গ্ৰাহকৰ বৃত্তি যিয়েই নহওক কিয়, যি পৰিমানৰ ঋণেই নলওক কিয়, সকলোকে ৬.৭শতাংশ সুতৰ হাৰত ঋণ লোৱাৰ সুযোগ দিয়া হৈছে।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd