DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

Fast Radio Burst: মহাজাগতিক ৰহস্য! অন্য গেলেক্সিৰ পৰা পৃথিৱীলৈ আহিছে ৰেডিঅ’ সংকেত; কোনে পঠিয়ালে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2022 8:28 am
361
VIEWS
Share on FacebookShare on Twitter

পৃথিৱীৰ বাহিৰত প্ৰাণৰ সন্ধান বিজ্ঞানীসকলৰ বাবে সদায় এক প্ৰত্যাহ্বানভৰা গৱেষণা বিষয়। বহু প্ৰশ্ন, যথেষ্ট কৌতূহল আৰু বহু ব্যাখ্যা আছে ইয়াৰ ৰহস্য বিশ্লেষণত। এই সকলোবোৰ এতিয়া যথেষ্ট পৰিমাণে বৃদ্ধি পোৱা দেখা গৈছে। কিয়নো পৃথিৱীৰ বাহিৰৰ পৰা পৃথিৱীলৈ আহিছে ৰেডিঅ’ সংকেত।

চীনৰ এটা বৃহৎ ৰেডিঅ’ টেলিস্কোপৰ দ্বাৰা এই ঢৌৰ অস্তিত্ব চিনাক্ত হৈছে। এই টেলিস্কোপটোত ৫০০ মিটাৰ ছিদ্ৰ (এপাৰচাৰ) আছে।

কিন্তু এই তৰংগ নিৰৱিচ্ছিন্নভাৱে আহি থকা নাই। চকুৰ পলক পেলাবলৈ যিমান সময় লাগে তাতকৈ কম সময় ই বিদ্যমান।

লগতে পঢ়ক: IND vs SA 1st T20: মিলাৰ-ডুছেনৰ বেটিং তাণ্ডৱ! বিশাল স্ক’ৰ কৰিও শ্বাসৰুদ্ধকাৰী মেচত আত্মসমৰ্পণ পন্থ বাহিনীৰ

তথাপিও এই উৎসৰ পৰাই বিজ্ঞানীসকলে তৰংগটো ক’ৰ পৰা আহিছে, কেনেকৈ ইয়াক আৱদ্ধ কৰিব পাৰি তথা ইয়াক অনুসৰণ কৰি সেই অজান দেশৰ ৰহস্য উদ্ঘাটন কৰিব পাৰি তাৰবাবে অনু সন্ধানত নামি পৰিছে।

প্ৰাথমিকভাৱে বিজ্ঞানীসকলে এটা ধাৰণা কৰিছে। তেওঁলোকে কয় যে হয়তো এটা মহা তাৰকাই তেওঁৰ চাৰিওফালৰ তৰাবোৰ গ্ৰাস কৰিছে আৰু তেতিয়াই তৰংগটো ওলাই আহিছে। অন্যথা, ই কোনো ছুপাৰনোভাৰ (বিস্ফোৰণ ঘটা তাৰকা!) খেল। বা নিউট্ৰন নক্ষত্ৰৰ বিষয়। এই তৰংগৰ এটা ছদ্মনাম হৈছে – ফাষ্ট ৰেডিঅ’ বাৰ্ষ্ট বা এফ.আৰ.বি।

Recent News

দুখন দেশ – দুটা ৰায়

দুখন দেশ – দুটা ৰায়

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

Cyber crime এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট জিলা উপায়ুক্ত,ভুৱা ম’বাইল নম্বৰত উপায়ুক্তৰ ফটো ব্যৱহাৰ কৰি প্ৰৱঞ্চকৰ জাল

Cyber crime এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট জিলা উপায়ুক্ত,ভুৱা ম’বাইল নম্বৰত উপায়ুক্তৰ ফটো ব্যৱহাৰ কৰি প্ৰৱঞ্চকৰ জাল

Chicago attack দুৰ্বৃত্তৰ গুলীচালনাত কঁপি উঠিল চিকাগো:৬ জন নিহত, ৩৬ জন আহত

Chicago attack দুৰ্বৃত্তৰ গুলীচালনাত কঁপি উঠিল চিকাগো:৬ জন নিহত, ৩৬ জন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd