• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিজ্ঞান বিস্ময়! আঁতৰি গৈছে একমাত্ৰ উপগ্ৰহ চন্দ্ৰ, পৃথিৱীত দিন হ’ব ২৫ ঘন্টাৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2024 1:27 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৃথিৱীৰ পৰা আঁতৰি গৈছে ইয়াৰ একমাত্ৰ উপগ্ৰহ! চন্দ্ৰটো বছৰি গড়ে ৩.৮ চে.মি.কৈ দূৰলৈ আঁতৰি গৈছে। ফলত দিনটোৰ দৈৰ্ঘ্য ২৫ ঘন্টালৈ বৃদ্ধি পাব! কাৰণ, চন্দ্ৰ আঁতৰি গ’লে পৃথিৱীখন নিজৰ অক্ষৰেখাত লাহে লাহে ঘূৰিব। আমেৰিকাৰ উইচকনচিন-মেডিচন বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলৰ অধ্যয়নত এনে তথ্য পোহৰলৈ আহিছে।

কিন্তু চন্দ্ৰ কিয় আঁতৰি গৈছে? জনা যায় যে বিজ্ঞানীসকলে পৃথিৱী আৰু মহাকাশৰ মাধ্যাকৰ্ষণ শক্তি, মহাকৰ্ষণ শক্তিকে ধৰি বিভিন্ন বিষয় পৰ্যবেক্ষণ কৰিছে। ঐতিহাসিক আৰু ভূতাত্ত্বিক গঠনৰ তথ্যও পৰীক্ষা কৰা হয়। চন্দ্ৰৰ গতি, পৃথিৱীৰ কক্ষপথ আৰু অক্ষৰ ঘূৰ্ণনৰ হিচাপ কৰি তেওঁলোকে এই সিদ্ধান্তত উপনীত হয়।

লগতে পঢ়কঃ ১০০ মিটাৰৰ নতুন সম্ৰাট, বিশ্বৰ দ্ৰুততম মানৱ, ৯.৭৯ ছেকেণ্ডত অলিম্পিক চেম্পিয়ন নোৱা লাইলছ

Apply Now

উইচকনচিন-মেডিচন বিশ্ববিদ্যালয়ৰ ভূ-বিজ্ঞানৰ অধ্যাপক ষ্টিফেন মায়াৰ্ছে কয় যে পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ মহাকৰ্ষণীয় বলৰ বাবেই  একমাত্ৰ উপগ্ৰহটো আঁতৰি গৈছে। ফলত দিনটো ২৫ ঘন্টালৈ বৃদ্ধি পাব।

তেওঁ লগতে কয় যে চন্দ্ৰটো আঁতৰি যোৱাৰ লগে লগে পৃথিৱীখনে বহুপৰিমানে ঘূৰি থকা স্কেটাৰৰ দৰে আচৰণ কৰিব। যেনেকৈ ৰোলাৰ স্কেটাৰসকলে হাত দুখন প্ৰসাৰিত কৰিলে তেওঁলোকৰ গতি লেহেমীয়া হয়, ঠিক তেনেদৰে চন্দ্ৰ আঁতৰি যোৱাৰ লগে লগে পৃথিৱীৰ ঘূৰ্ণন গতিও লেহেমীয়া হ’ব। ইয়াৰ ফলত দিনটোৰ দৈৰ্ঘ্য বাঢ়ি যাব।

এই সন্দৰ্ভত অতীতৰ বিশদ তথ্যৰ ওপৰত পোহৰ পেলাবলৈ গৱেষকসকলে জ্যোতিৰ্কালবিজ্ঞানৰ সহায় ল’ব বিচাৰিছে। অধ্যাপক মায়াৰ্ছে কয় যে আমি শ শ কোটি বছৰ পুৰণি শিলৰ বিষয়ে অধ্যয়ন কৰিব বিচাৰো। আধুনিক ভূতাত্ত্বিক প্ৰক্ৰিয়াৰ সৈতে ইয়াৰ পাৰ্থক্যও পৰীক্ষা কৰা হ’ব।

লগতে পঢ়কঃ ‘লাভ জেহাদ’ আৰু আন্তঃধৰ্মীয় ভূমি বিক্ৰীৰ ক্ষেত্ৰত নতুন আইন প্ৰৱৰ্তন কৰা হ’ব অসমত

এই বিষয়টো পোহৰলৈ অহাৰ লগে লগে এলানি প্ৰশ্ন অৱতাৰণা হৈছে। তেতিয়াহ’লে দিন-ৰাতিৰ হিচাপ সলনি হৈ যাব? ঘড়ীটো কোন নিয়মত চলিব? সকলো গণনা সলনি হৈ যাব? এই সকলোবোৰ প্ৰশ্নত সদ্যহতে বিভ্ৰান্ত হবলৈ বাৰণ কৰিছে বিশেষজ্ঞসকলে। কাৰণ, পৃথিৱীত ২৫ ঘন্টাৰ দিনটো চাবলৈ আমি ২০ কোটি বছৰ অপেক্ষা কৰিব লাগিব। তেওঁলোকে কয় যে আজিৰ পৰা ১৪০ কোটি বছৰৰ আগতে ১৮ ঘণ্টাৰ দিন আছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd