• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৪ ঘণ্টাত সমগ্ৰ অসমত কমেও ৮ জন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
January 5, 2020 8:20 pm
Separate road mishaps claim 8 in 24 hours across Assam

তেজপুৰত প্ৰাণ হেৰুওৱা অঞ্জলি ৰায়।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুগৰাকী ছাত্ৰ-ছাত্ৰীকে ধৰি কমেও আঠজন লোকে যোৱা ২৪ ঘণ্টাত অসমৰ বিভিন্ন ঠাইত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে।

তেজপুৰ, মৰিগাওঁ, ধুবুৰী আদি কেইবাখনো ঠাইত এই দুৰ্ঘটনাসমূহ সংঘটিত হৈছে।

Apply Now

ৰাজ্যত নতুন বছৰটোৰ প্ৰথমটো ভয়াৱহ বৃহৎ দুৰ্ঘটনা সংঘটিত হৈছে শনিবাৰে সন্ধিয়া মৰিগাঁৱৰ মৈৰাবাৰীত। এখন ট্ৰাকৰ খুন্দাত পাঁচজন লোকৰ মৃত্যু ঘটিছে।

দুৰ্ঘটনাটোত ওচমান আলি, ৱাহিদুৰ ৰহমান আৰু মজিবুৰ ৰহমান নামৰ তিনিজনৰ ঠাইতে মৃত্যু হোৱাৰ বিপৰীতে নেকিবুৰ ৰহমান আৰু জয়নাল আবেদিন নামৰ দুজনে চিকিৎসালয়লৈ নিয়া অৱস্থাতে প্ৰাণ হেৰুৱায়।

আহত গোলাম হুছেইন নামৰ আন এজনে বৰ্তমান চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে।

“এই লোককেইজন এখন Celerio গাড়ীত বহি আছিল। ৪০৭ ট্ৰাক এখনে গাড়ীখন মহতিয়াই নিয়ে,” মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজিত বড়োৱে কয়।

দেওবাৰে পুৱা তেজপুৰত সংঘটিত আন এক দুৰ্ঘটনাত একেটা পৰিয়ালৰ তিনি বাই-ভনীৰ এগৰাকীৰ প্ৰাণ কাঢ়ি নিছে। দুগৰাকী গুৰুতৰভাৱে জখম হৈছে।

নিহত অঞ্জলি ৰায় তেজপুৰ কলেজৰ ছাত্ৰী আছিল, আহত দুগৰাকী তেওঁৰ ভনীয়েক খুচবু ৰায় আৰু প্ৰিয়ংকা ৰায়।

এন চি চিয়ে আয়োজন কৰা এক চাইকেল ৰেলিত গৈ থকা অৱস্থাত কলিয়াভোমোৰা দলঙৰ সমীপত এখন বলেৰ’ ট্ৰাকে তেওঁলোকক মহতিয়াই নিয়ে।

দৰং কলেজৰ পৰা কাজিৰঙা অভিমুখে ৰেলিটো গৈ আছিল।

আহত দুগৰাকীক তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁলোকৰ ঘৰ তেজপুৰ গাৰোৱানপট্টিত।

একেদিনাই তেজপুৰতে সংঘটিত আন এক দুৰ্ঘটনাত পল্লৱ শইকীয়া নামৰ এজন অভিযান্ত্ৰিকৰ ছাত্ৰ নিহত হৈছে। গুৰুতৰভাৱে আহত টিংকু ডেকা নামৰ আনজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ঘটনাৰ বিৱৰণীমতে তেজপুৰৰ বামপৰ্বতীয়াত পল্লৱৰ বাইকখনে টিংকুৰ স্কুটিত মুখামুখিকৈ খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

একেদিনাই মৰিগাঁৱত সংঘটিত আন এক পথ দুৰ্ঘটনাত এজন ট্ৰেক্তৰ চালক ঠাইতে নিহত হৈছে। ব্যক্তিজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

ঘটনাৰ বিৱৰণমতে, তেওঁ চলাই যোৱা মাটি পৰিবাহী ট্ৰেক্তৰখন নিয়ন্ত্ৰণ হেৰুৱাই চাৰণ বিলত বাগৰি পৰে আৰু তেওঁৰ ঘটনাস্থলীতে মৃত্যু হয়।

ধুবুৰী জিলাৰ গৌৰীপুৰত একেদিনাই সংঘটিত আন এক পথ দুৰ্ঘটনাত সাতজন লোক কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে। ঘটনাটোৰ সবিশেষ এতিয়াও জানিব পৰা হোৱা নাই।

ইফালে দেওবাৰে পুৱাই গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ফলিমাৰীৰ সমীপৰ নৈত কাঠৰ দলং ভাগি পশ্চিম বংগৰ এখন মালবাহী দহচকীয়া ট্ৰাক (No. WB3C-7679) বাগৰি পৰিছে।

ট্ৰাকৰ চালক-কৰ্মচাৰী ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে। কোনো হতাহতৰ বাতৰি পোৱা হোৱা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd