• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ৰাছিয়াত জোৰ-জবৰদস্তি যুদ্ধত নমাইছে প্ৰবাসী ভাৰতীয়ক : স্বদেশলৈ ঘূৰি যাবৰ বাবে ভাৰত চৰকাৰৰ সহায় বিচাৰি ৭ ভাৰতীয়ৰ ভিডিঅ’ মুকলি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 6, 2024 7:03 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যুদ্ধোন্মাদ ৰাছিয়াত থকা বিদেশী নাগৰিক সকলক ৰাছিয়াৰ হৈ যুদ্ধ কৰিবলৈ বাধ্য কৰাইছে ৰাছিয়াৰ চৰকাৰে। বিভিন্ন দেশৰ পৰা গৈ ৰাছিয়াত থকা নাগৰিক সকল অনিচ্ছুক হৈও ৰাছিয়াৰ চৰকাৰৰ নিৰ্দেশ অনুসৰি যুদ্ধত নামিবলৈ বাধ্য হৈ পৰিছে।

ৰাছিয়াত যুদ্ধ কৰিবলৈ বাধ্য হোৱা ৭ জন ভাৰতীয়ই চৰকাৰৰ সহায় বিচাৰিছে। তেওঁলোকে চলিত সপ্তাহত দুটাকৈ ভিডিঅ’ মুকলি কৰিছে, ভিডিঅ’ৰ যোগে তেওঁলোকে তেওঁলোকক ৰাছিয়াৰ পৰা স্বদেশলৈ ঘূৰাই আনিবলৈ ভাৰত চৰকাৰৰ সহায় বিচাৰিছে। জানিব পৰা মতে, তেওঁলোক ৰাছিয়া-ইউক্ৰেইন সীমান্তত আৱদ্ধ হৈ আছে। 

Apply Now

ৰাছিয়াত আৱদ্ধ হৈ থকা ৭ গৰাকী ভাৰতীয় হৈছে – গগনদীপ সিং (২৪), লাভপ্ৰীত সিং (২৪), নৰেইন সিং (২২), গুৰপ্ৰীত সিং (২১), গুৰপ্ৰীত সিং (২৩), হৰ্ষ কুমাৰ (২০) আৰু অভিষেক কুমাৰ (২১)। ইয়াৰে পাঁচজন শ্ৰমিক পঞ্জাৱৰ আৰু দুজন হাৰিয়ানাৰ।

এজন লোকে কয় যে তেওঁলোক পৰ্যটন ভিছাত ৰাছিয়াত উপস্থিত হৈছিল আৰু আৰক্ষীয়ে তেওঁলোকক “স্লিপ” নথকাৰ বাবে আটক কৰাৰ পিছত ৰাছিয়ান সেনাবাহিনীত “সহায়ক” হিচাপে যোগদান কৰিবলৈ বাধ্য কৰিছিল।

লোককেইজনে অভিযোগ কৰে যে আৰক্ষীয়ে তেওঁলোকক ৰাছিয়ান সেনাবাহিনীত যোগদান কৰিবলৈ বাধ্য কৰাইছিল নহ’লে ১০ বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হ’ব বুলি ভাবুকি প্ৰদান কৰিছিল।

‘আমাক কোৱা হৈছিল যে আমি কেৱল সহায়ক হিচাপে কাম কৰিব লাগিব। কিন্তু তেওঁলোকে আমাক অস্ত্ৰ আৰু গোলাবাৰুদৰ প্ৰশিক্ষণৰ দি ইউক্ৰেইনলৈ পঠিয়াবলৈ সাজু হৈছে। তেওঁলোকে আমাক বাধ্য কৰিবৰ বাবে ভোকত ৰাখিছিল আৰু আমাৰ ফোন কাঢ়ি লৈ গৈছিল।’ -পাঞ্জাবী ভাষা কোৱা এজন লোকে ৩ মাৰ্চত এটা ভিডিঅ’ত এইদৰে কয়।

তেওঁ লগতে কয় যে ৰাছিয়ানসকলক তেওঁলোকে সহায় কৰিবৰ বাবে বাৰে বাৰে অনুৰোধ জনোৱাৰ পিছতো কোনো সুফল লাভ কৰা নাই।

“ৰাছিয়ান সেনাই আমাক কয় যে আমি এবছৰৰ পিছতহে যাব পাৰিম। তেওঁলোকে আমাক যুদ্ধত জয়ী হোৱাত সহায় কৰিবলৈ কৈছে। আমি তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰো নাজানো৷ যদি আমি নকৰোঁ তেন্তে হয়তো আমি বাচি নাথাকো।’ -২০ বছৰীয়া অভিষেক কুমাৰে এইদৰে কয়।

এজন শ্ৰমিকে হিন্দীত কৈছে: “আমি আগতেও আপোনালোকক আমাৰ দুৰ্দশাৰ বিষয়ে অৱগত কৰিছিলোঁ। ইউক্ৰেইন বা ৰাছিয়াত আবদ্ধ হৈ আছে বহু ভাৰতীয়। ভাৰতীয় দূতাবাস আৰু ভাৰত চৰকাৰক আমাক সহায় কৰিবলৈ অনুৰোধ জনাইছোঁ। এইটো আমাৰ শেষ ভিডিঅ’ হ’ব পাৰে, তেওঁলোকে আমাক ইউক্ৰেইনৰ যুদ্ধক্ষেত্ৰলৈ পঠিয়াইছে।”

ইয়াৰ পূৰ্বে প্ৰকাশিত আন এটা বাতৰি অনুসৰি  তিনিজন ভাৰতীয়ই ৰাছিয়া-ইউক্ৰেইন সীমান্তত দেশখনৰ বাহিনীৰ সৈতে যুঁজিবলৈ বাধ্য হৈছিল। বিগত এবছৰত প্ৰায় ১০০ জন ভাৰতীয়ক ৰাছিয়ান সেনাই নিযুক্তি দিছে বুলি সূত্ৰই দাবী কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd