• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাস্থ্য বিভাগত অবৈধভাৱে নিযুক্ত কেইবা শতাধিক কৰ্মচাৰী; নথি-পত্ৰ জমা দিয়াৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
August 8, 2022 2:29 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অবিভক্ত শিৱসাগৰ জিলাত কৰ্মৰত হৈ আছে অবৈধভাৱে নিযুক্ত কেইবা শতাধিক কৰ্মচাৰী। স্বাস্থ্য বিভাগৰ বিভিন্ন পদত কৰ্মৰত ৯১ গৰাকী কৰ্মচাৰীৰ নিযুক্তি সংক্ৰান্তীয় নথি পত্ৰ পৰীক্ষাৰ বাবে জমা দিবলৈ দিয়া নিৰ্দেশনাই এতিয়া তুলিছে খলকনি।

জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ে এইসকল কৰ্মচাৰীক কি কি নথি-পত্ৰ আছে  অহা ১২ আগষ্টৰ ভিতৰত জমা দিবলৈ নিৰ্দেশ দিছে। ইয়াৰ পিছতে পৰীক্ষা-নিৰীক্ষাৰ বাবে গুৱাহাটীস্থিত স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব সকলো নথি পত্ৰ।

লগতে পঢ়ক: MDoNER: ৰাজ্যৰ ক্ষমতা কৰ্তন; নেডফিৰ জৰিয়তে পুঁজি আগবঢ়াব ড’নাৰ মন্ত্ৰালয়ে

Apply Now

সাক্ষাৎকাৰ, প্ৰকৃত নিযুক্তি পত্ৰ অবিহনে কেৱল বদলিকৰণৰ কাগজ লৈ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালতে এই সকল কৰ্মচাৰীয়ে ধনৰ বিনিময়ত চাকৰি লাভ কৰা বুলি অভিযোগ উত্থাপন হৈ আহিছিল।

Vaccinator, health educator, LDA, MPW(m)s, pharmacist, radiographer,  leprosy, laboratory technician আদি পদত জিলা দুখনত কেইবা শতাধিকে অনিয়মেৰে নিযুক্তি লাভ কৰি দৰমহা ভোগ কৰি আহিছে।

শেহতীয়াকৈ আৰ টি আই কৰ্মী তথা অসম নৱ নিৰ্মাণ সমিতিৰ দিগন্ত শইকীয়াই তথ্য জনা অধিকাৰ আইনৰ অধীনত লাভ কৰা তথ্যত জালয়াতিৰ ছবি স্পষ্ট হৈ পৰাত বাধ্য হৈ স্বাস্থ্য সঞ্চালকৰ নিৰ্দেশ মতে জিলা যুটীয়া স্বাস্থ্য সঞ্চালকে আৰম্ভ কৰিছে তদন্ত।

লগতে পঢ়ক: BJP-JDU Rift: বিহাৰৰ ৰাজনীতিত আলোড়ন; বিজেপিৰে দূৰত্ব বৃদ্ধিৰ মাজতেই ছোনিয়া গান্ধীলৈ ফোন নীতিশ কুমাৰৰ

লক্ষ্যণীয় যে কংগ্ৰেছ চৰকাৰৰ দিনত অৱসৰপ্ৰাপ্ত স্বাস্থ্য সঞ্চালক ধ্ৰুৱ হোজাইৰ কাৰ্যকালতে ৰাজ্যৰ বিভিন্ন জিলাত হৈছিল অবৈধ নিযুক্তি। ফলত স্বাস্থ্য খণ্ডত  অনিয়মেৰে নিযুক্ত শ শ কৰ্মচাৰীয়ে আজি পৰ্যন্ত দৰমহা ভোগ কৰি আছে।

এনে সময়তে পুনৰ নিযুক্তি কেলেংকাৰীৰ ছবি পোহৰলৈ অহাত উত্থাপন হৈছে অনেক প্ৰশ্নৰ ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ ব্যৱসায়ী অশোক ধানুকালৈ পশ্চিমবংগ চিআইডিয়ে কিয় জাৰি কৰিলে চমন?

বিভিন্ন জিলাৰ পৰা বদলি হৈ অহা দেখুৱাই শিৱসাগৰ আৰু চৰাইদেউ জিলাত কাৰ্মৰত এইসকল কৰ্মচাৰীয়ে  কাৰ আশীৰ্বাদত সাক্ষাৎকাৰ অবিহনে লাভ কৰিছিল নিযুক্তি?  ধনৰ বিনিময়ত নিযুক্তিৰ বজাৰ খোলা বিভাগীয় উচ্চ পদস্থ বিষয়া সকলৰ বিৰুদ্ধে ল’বনে উচিত পদক্ষেপ? বৰ্তমান এই প্ৰশ্ন আৰ টি আই কৰ্মী দিগন্ত শইকীয়াৰ।

পার্শ্বজোতি গগৈ, শিৱসাগৰ

পার্শ্বজোতি গগৈ, শিৱসাগৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্ষণৰ গোচৰত জামিনত মুক্তি পাইয়েই পত্নী, সন্তানসহ ৬ জনক হত্যা! কিয় কৰিলে এই নৃশংস কাণ্ড?

ধৰ্ষণৰ গোচৰত জামিনত মুক্তি পাইয়েই পত্নী, সন্তানসহ ৬ জনক হত্যা! কিয় কৰিলে এই নৃশংস কাণ্ড?

July 11, 2026 12:19 pm
ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

July 11, 2026 10:51 am
ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

July 11, 2026 9:44 am
অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

July 11, 2026 8:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্ষণৰ গোচৰত জামিনত মুক্তি পাইয়েই পত্নী, সন্তানসহ ৬ জনক হত্যা! কিয় কৰিলে এই নৃশংস কাণ্ড?

ধৰ্ষণৰ গোচৰত জামিনত মুক্তি পাইয়েই পত্নী, সন্তানসহ ৬ জনক হত্যা! কিয় কৰিলে এই নৃশংস কাণ্ড?

July 11, 2026 12:19 pm
ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ বান্ধক কেন্দ্ৰ কৰি উদ্বেগজনক সংকেত! কি ক’লে চীনা ভূতত্ত্ববিদসকলে?

July 11, 2026 10:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd