• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাঙি পৰিল যোৱা বছৰ প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰা ছত্ৰপতি শিৱাজীৰ ৩৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 27, 2024 8:25 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৩ চনৰ ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিছিল মাৰাঠা সম্ৰাট ছত্ৰপতি শিৱাজী মহাৰাজৰ ৩৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি। সেই মূৰ্তিটো ভাঙি পৰিছে। এই প্ৰতিমূৰ্তি মহাৰাষ্ট্ৰৰ সিন্ধুদুৰ্গ জিলাত আছিল। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডেই এই ঘটনা ধুমুহাৰ ফলত হোৱা বুলি দাবী কৰিছে।

বিগত কেইসপ্তাহমানৰ পৰা মহাৰাষ্ট্ৰত অবিৰতভাৱে বৰষুণ দি আছে। পৰিস্থিতি এনেকুৱা যে বানপানীৰ আশংকা কৰা হৈছে। কেইবাটাও অঞ্চল ডুব গৈছে, বহু লোক গৃহহীন হৈছে। আৰু সিন্ধুদুৰ্গৰ ৰাজকোট দুৰ্গ অঞ্চলত, য’ত এই প্ৰতিমূৰ্তিটো আছিল, তাত যোৱা কেইদিনমানৰ পৰা ধাৰাবাহিকভাৱে বৰষুণ হৈ আহিছে। তাৰ লগত ধুমুহাও আছে।

লগতে পঢ়কঃ গছ কাটি তহিলং, এনেকৈয়ে হ’ব গুৱাহাটীৰ উন্নয়ন! নতুন উৰণীয়া সেতুৰ বাবে আকৌ কাটিলে কেইবাডালো গছ

Apply Now

মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ ভাষাত, “আমি শিৱাজী মহাৰাজক পূজা কৰো। তেওঁক ভগৱান হিচাপে মানো। এই ঘটনা সঁচাই দুখজনক। কিন্তু বতৰৰ পৰিস্থিতিৰ বাবে এনে ঘটনা সংঘটিত হৈছে। আমাৰ মন্ত্ৰী তালৈ গৈ পৰিস্থিতিৰ বুজ লৈছে।”

বিগত বৰ্ষৰ ৪ ডিচেম্বৰত নৌসেনা দিৱসত প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰা এই প্ৰতিমূৰ্তিটো কেনেকৈ ইমান সহজে ভাঙি পৰিল, সেই লৈ ইতিমধ্যে বিৰোধী ৰাজনৈতিক শিবিৰত প্ৰশ্ন উত্থাপন হৈছে। স্পষ্টকৈ ক’বলৈ গ’লে মহাৰাষ্ট্ৰ চৰকাৰে কিমান বেয়া কাম কৰিছে তাৰ উদাহৰণ এইটোৱেই৷ শিৱসেনাই (উদ্ধৱ থাকৰে) কয় যে ৰাজ্য চৰকাৰে নিশ্চিতভাৱে এই গাফিলতিৰ দায়িত্ব এৰিবলৈ চেষ্টা কৰিব। কিন্তু কি কাম কৰা হৈছে সেয়া পৰীক্ষা কৰাৰ প্ৰয়োজন আছে।

লগতে পঢ়কঃ মৰ্মান্তিক! চাইকেলত উন্মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰ লাগি মৃত্যু স্কুলীয়া ছাত্ৰৰ

এন চি পিয়ে কৈছে যে শিণ্ডে চৰকাৰে কোনো চৰকাৰী কামত গুৰুত্ব দিয়া নাই। বেয়া সামগ্ৰীৰে এই মূৰ্তিটো বনাইছিল সেয়ে ইমান সোনকালে ভাঙি পৰিল। বহু কথাই সিহঁতে গুৰুত্ব নিদিয়ে। যিবোৰ সংস্থাৰ সৈতে নিজৰ সুবিধা আছে সেইবোৰক নিবিদা দিয়ে। কাৰণ তেওঁলোকে তেওঁলোকৰ পৰা কমিচন পায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

September 24, 2026 6:24 pm
২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm
প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

September 24, 2026 4:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

September 24, 2026 6:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd