DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত গান্ধী জয়ন্তী উদযাপন

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
October 2, 2020 9:26 pm
Sivasagar district administration celebrates Gandhi Jayanti
115
VIEWS
Share on FacebookShare on Twitter

জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি উদযাপিত হৈ অহা গান্ধী জয়ন্তী উপলক্ষে আজি শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বিদিত দাসে উপায়ুক্ত কাৰ্য্যালয়ৰ কাষত থকা জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পঞ্জলি অৰ্পণ কৰি তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে৷

লগতে তেওঁ দেশৰ স্বাধীনতা যুঁজত মহাত্মা গান্ধীৰ অনবদ্য বৰঙণিকো শ্ৰদ্ধাৰে স্মৰণ কৰে৷

গান্ধী জয়ন্তী উপলক্ষে এখনি সৰ্ব-ধৰ্ম প্ৰাৰ্থনা সভাও অনুষ্ঠিত হয়। এই অনুষ্ঠানত জিলা পৰিষদৰ উপ মুখ্য কাৰ্যবাহী বিষয়া টি জে ৰবাৰ্টো উপস্থিত থাকে।

পিছত শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত গান্ধী জয়ন্তীৰ সৈতে সংগতি ৰাখি জিলাখনৰ চাফাই কৰ্মচাৰীসকলৰ এক সম্বৰ্ধনা অনুষ্ঠানৰো আয়োজন কৰা হয়৷

ক’ভিড-১৯ পৰিস্থিতিৰ মাজতো ক’ভিড কেয়াৰ চেণ্টাৰত অবিৰত গতিত সেৱা আগবঢ়াই অহা চাফাই কৰ্মচাৰীসকলক তেওঁলোকৰ সেৱাৰ স্বীকৃতিস্বৰূপে আজি সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷

অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বিদিত দাসে চাফাই কৰ্মীসকলে ক’ভিড প্ৰতিৰোধী যুঁজত সন্মুখৰ পৰা যি উৎসৰ্গিত মনোভাৱৰে যুঁজ আগবঢ়াই আহিছে, তাৰ বাবে তেওঁলোকক ধন্যবাদ জনায়৷

অনুষ্ঠানত যুটীয়া স্বাস্থ্য সঞ্চালক স্যমন্ত মাধৱ শৰ্মা আৰু শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ৰাজীৱ বৰুৱাও উপস্থিত থাকে।

Recent News

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd