• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আৰক্ষীৰ জালত বিজেপি নেতা সুৰেন্দ্ৰ মাটিলায়ালাক গুলীয়াই হত্যা কৰা ৬ অভিযুক্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 22, 2023 3:01 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় জনতা পাৰ্টিৰ নেতা সুৰেন্দ্ৰ মাটিয়ালাক দ্বাৰকাস্থিত নিজ কাৰ্যালয়ত দুজন আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰাৰ কিছুদিন পিছতে দিল্লী আৰক্ষীয়ে গুলীচালনা কৰাজনকে ধৰি ছয়জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত দ্বাৰকাৰ ডিচিপি হৰ্ষবৰ্ধন মাণ্ডৱে কয় , “সুৰেন্দ্ৰ মাটিয়ালাৰ হত্যাকাণ্ডৰ গোচৰত গুলীচালনাকাৰী যোগেশকে ধৰি ছয়জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ধৰা পৰাসকলৰ ভিতৰত দুজন নাবালক।“

Apply Now

বিষয়াগৰাকীয়ে লগতে কয় যে গুলীচালনা কৰা যোগেশ ঝজ্জাৰ জিলাৰ বাসিন্দা। আত্মগোপন কৰি থকা মষ্ট ৱান্টেড গেংষ্টাৰ কপিল চাংৱানৰ ঘনিষ্ঠ সম্পৰ্ক আছে হত্যাকাৰী যোগেশৰ।

জানিব পৰা মতে যোগেশৰ হাতৰ পৰা এটা অস্ত্ৰ উদ্ধাৰ কৰা হৈছে। আন পাঁচজনৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীৰ মতে, প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে অভিযুক্তই অঞ্চলটোত নিজৰ আধিপত্য দেখুৱাব বিচৰাৰ বাবেই এই ঘটনা সংঘটিত কৰিছিল।

আৰক্ষীৰ তথ্য অনুসৰি যোৱা ১৪ এপ্ৰিলৰ সন্ধিয়া বিন্দাপুৰ অঞ্চলত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল য’ত ৬০ বছৰীয়া বিজেপি নেতাজনক গুলীয়াই হত্যা কৰা হৈছিল। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, মাটিয়ালাৰ কাৰ্যালয়ত উপস্থিত হৈ দুই দুৰ্বৃত্তই মুখ ঢাকি বিজেপি নেতাজনৰ ওপৰত ১০ জাই গুলীচালনা কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

October 29, 2026 8:30 pm
মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

October 29, 2026 7:54 pm
‘লাঠিৰ ভয় নাখাব’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লী চলো; ছাত্ৰ সংগঠনসমূহক যোগদানৰ আহ্বান ৰাহুল গান্ধীৰ

‘লাঠিৰ ভয় নাখাব’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লী চলো; ছাত্ৰ সংগঠনসমূহক যোগদানৰ আহ্বান ৰাহুল গান্ধীৰ

October 29, 2026 7:09 pm
বৰদলৈ ট্ৰফীঃ গুৱাহাটী চিটি এফ চিক ৪-১ গ’লত পৰাস্ত কৰিলে গিৰিজানন্দ এছ চি-য়ে, ৫-০ গ’লত জয়লাভ এএছইবি-ৰ

বৰদলৈ ট্ৰফীঃ গুৱাহাটী চিটি এফ চিক ৪-১ গ’লত পৰাস্ত কৰিলে গিৰিজানন্দ এছ চি-য়ে, ৫-০ গ’লত জয়লাভ এএছইবি-ৰ

October 29, 2026 6:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

October 29, 2026 8:30 pm
মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

October 29, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd