DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্বাস্থ্য বিভাগৰ নিৰ্দেশনা মানি অনুষ্টুপীয়াকৈ বিষ্ণু ৰাভা দিৱস পালন ক্ৰীড়া আৰু সংস্কৃতি বিকাশ মঞ্চ, অৰৰাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 20, 2020 10:01 pm
ফটো-নৰ্থ-ইষ্ট নাও

ফটো-নৰ্থ-ইষ্ট নাও

6.2k
VIEWS
Share on FacebookShare on Twitter

ক্ৰীড়া আৰু সংস্কৃতি বিকাশ মঞ্চ, অৰৰাৰ কৰ্মকৰ্তা সকলে আজি অনুষ্টুপীয়াভাৱে বিষ্ণু ৰাভা দিৱস উদযাপন কৰে।

সমগ্ৰ দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি চৰকাৰী নীতি-নিৰ্দেশনাৰ মাজেৰে বিষ্ণু ৰাভাক স্মৰণ কৰে সংগঠনটোৰ কৰ্মকৰ্তা সকলে।

মুখত মাস্ক পিন্ধি আৰু সামাজিক দূৰত্ব বজাই ৰাখি ক্ৰীড়া আৰু সংস্কৃতিক বিকাশ মঞ্চ, অৰৰাৰ কৰ্মকৰ্তা সকলে সন্ধিয়া বিষ্ণুৰাভাৰ আলোকচিত্ৰত পুষ্পাঞ্জলি প্ৰদান আৰু বন্তি প্ৰজ্বলন কাৰ্য্যসূচীৰে বিষ্ণু ৰাভাক স্মৰণ কৰি অসমীয়া সমাজ জীৱনলৈ তেখেতৰ অৱদান সম্পৰ্কে চৰ্চা কৰে।

উল্লেখযোগ্য যে, ২০১১ চনৰ পৰা ক্ৰীড়া আৰু সংস্কৃতিক বিকাশ মঞ্চ অৰৰাই অভিৰাম প্ৰাথমিক বিদ্যালয় প্ৰাংগনত প্ৰতিবছৰে বিষ্ণুৰাভা দিৱস উদযাপন কৰি আহিছে।

‘‘সংগীত, চিত্ৰকলাৰ মাজেৰে উলহ-মালহেৰে বিষ্ণু ৰাভা দেৱক স্মৰণ কৰাৰ মন আছিল যদিও ক’ৰ’নাৰ সংক্ৰমণৰ বাবে এইবৰ্ষত আমি আমাৰ সকলো কাৰ্য্যসূচী বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰো,’’ এগৰাকী কৰ্মকৰ্তাই কয়।

উল্লেখযোগ্য যে, এইবেলি উলহ-মালহেৰে বিষ্ণুৰাভা দিৱস উদযাপন কৰিব নোৱাৰিলেও ক্ৰীড়া আৰু সংস্কৃতিক বিকাশ মঞ্চ, অৰৰাৰ শিক্ষা গোটে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলৰ সহায় হোৱাকৈ উচ্চতৰ মাধ্যমিক শাখাত অনলাইন  নাম ভৰ্তিৰ ক্ষেত্ৰত হেল্প ডেস্কৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে।

আনহাতে, সংগঠনটোৰ সদস্য সকলে অসমৰ ৰাইজক ক’ৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে স্বাস্থ্য বিভাগে বান্ধি দিয়া নীতি-নিৰ্দেশনা সমূহ কঠোৰভাৱে পালনৰ বাবেও আহ্বান জনায়।

Recent News

ছিকিমৰ নেপালীসকল ‘বিদেশী মূলৰ’; উচ্চতম ন্যায়ালয়ৰ মন্তব্যৰ প্ৰতিবাদত উত্তাল ৰাজ্য

ছিকিমৰ নেপালীসকল ‘বিদেশী মূলৰ’; উচ্চতম ন্যায়ালয়ৰ মন্তব্যৰ প্ৰতিবাদত উত্তাল ৰাজ্য

আদানিৰ FPO বাতিলৰ ফলত ভাৰতৰ ভাবমূৰ্তিত কোনো প্ৰভাৱ নপৰে: বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

আদানিৰ FPO বাতিলৰ ফলত ভাৰতৰ ভাবমূৰ্তিত কোনো প্ৰভাৱ নপৰে: বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

১২ টা নতুন “চন্দ্ৰ”! মহাকাশত বৃহস্পতিক কেন্দ্ৰ কৰি মহাবিস্ময়ৰ সন্ধান লাভ জ্যোতিবিজ্ঞানীৰ

১২ টা নতুন “চন্দ্ৰ”! মহাকাশত বৃহস্পতিক কেন্দ্ৰ কৰি মহাবিস্ময়ৰ সন্ধান লাভ জ্যোতিবিজ্ঞানীৰ

চীনৰ ‘গুপ্তচৰ’ বেলুনটো গুলীয়াই ভূপতিত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে

চীনৰ ‘গুপ্তচৰ’ বেলুনটো গুলীয়াই ভূপতিত কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd