• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জলশক্তি অভিযানৰ অধীনত ৰাজ্য চৰকাৰে প্ৰতিটো পৰিয়াললৈ পানী যোগান নিশ্চিত কৰাৰ বাবে দায়বদ্ধ : মুখ্য মন্ত্ৰী সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
August 26, 2019 9:43 pm
Sarbananda Sonowal Bajali district: Locals welcome Sonowal cabinet decision, BJP distributes sweets

সৰ্বানন্দ সোণোৱাল ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পানী সংৰক্ষণ আৰু পানীৰ সুৰক্ষাৰ বাবে ‘জলশক্তি’ অভিযানক এক জনমুখী অভিযান হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

ৰাজ্যখনৰ বহনক্ষম নগৰৰ পানী ব্যৱস্থাপনা সম্পৰ্কত আজি অসম প্ৰশাসনীয় পদাধিকাৰ মহাবিদ্যালয়ত ইয়াৰ অংশীদাৰী সকলৰ এক আলোচনা চক্ৰত ভাষণ প্ৰদান কৰি সোণোৱালে জলশক্তি অভিযানক সফলতালৈ নিয়াৰ বাবে সাধাৰণ জনতাক জড়িত কৰাৰ বাবেও আহ্বান জনায়।

Apply Now

মুখ্য মন্ত্ৰী সোণোৱালে কয় যে জলশক্তি অভিযানক এক আন্দোলনলৈ ৰূপান্তৰ কৰিব লাগিব। পানী সংৰক্ষণৰ এই প্ৰয়াসত জনসাধাৰণক জড়িত কৰিব পাৰিলে সুফল লাভ কৰিব পৰা যাব বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

জলশক্তি অভিযানৰ অধীনত ৰাজ্য চৰকাৰে প্ৰতিটো পৰিয়াললৈ পানী যোগান নিশ্চিত কৰাৰ বাবে দায়বদ্ধ বুলিও সোণোৱালে মন্তব্য কৰে।

সকলো শক্তিৰে উৎস পানী বুলি উল্লেখ কৰি তেওঁ কয় যে অসমত প্ৰচুৰ পৰিমাণে জলসম্পদ মজুত আছে। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ ১২১ খন উপনৈ আৰু বৰাক আৰু ইয়াৰ ১১ খন উপনৈয়ে জলসম্পদত আমাৰ ৰাজ্যখনক চহকী কৰি তুলিছে বুলি উল্লেখ কৰি সোণোৱালে কয় যে খৰালি কালত হোৱা পানীৰ নাটনিৰ জোৰা মাৰিব পৰাকৈ বৰষুণৰ পানী সংৰক্ষণৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব।

পানী সংৰক্ষণৰ ক্ষেত্ৰত বাস্তৱসন্মত পদক্ষেপ লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্য মন্ত্ৰী সোণোৱালে কয় যে ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীসকলক এই ক্ষেত্ৰত সজাগ সচেতন কৰি তুলিব লাগিব।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে শিক্ষক-শিক্ষয়ত্ৰী আৰু অভিভাৱকসকলে ছাত্ৰ-ছাত্ৰীসকলক সজাগ-সচেতন কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিব লাগিব যাতে বৰষুণৰ পানী সংৰক্ষণৰ সম্পৰ্কত তেওঁলোকক জ্ঞান প্ৰদান কৰিব পৰা যায়।

অসম নগৰ পানী যোগান আৰু পয়ঃপ্ৰণালী পৰিষদে আয়োজন কৰা অনুষ্ঠানত ভাষণ প্ৰদান কৰি নগৰ উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে আধুনিক বিশ্বত পানীৰ নাটনি এটা বৃহৎ প্ৰত্যাহ্বান হিচাপে দেখা দিছে।এই সমস্যা সমাধানৰ বাবে বৰষুণৰ পানি সংৰক্ষণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিব লাগিব।

অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অসম নগৰ পানী যোগান আৰু পয়ঃপ্ৰণালী পৰিষদৰ বাৰ্ষিক প্ৰতিবেদনখন মুকলি কৰে।

অনুষ্ঠানত অসম নগৰ পানী যোগান আৰু পয়ঃপ্ৰণালী পৰিষদৰ অধ্যক্ষ নোমল মমিন, পৰিচালন সঞ্চালক ৰঞ্জিত হাজৰিকাই ভাষণ প্ৰদান কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd