• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সৰিয়হৰ ডুলিতে ভূত! স্বত্ত্বাধিকাৰীৰ ঘৰতে উদ্ধাৰ চুৰি হোৱা ১০ লাখ টকাৰ মোবাইল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 26, 2020 9:54 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীৰ ভঙাগড়ৰ উৰণীয়া সেতুৰ তলৰ এখন মোবাইল দোকানৰ পৰা যোৱা ২৩ এপ্ৰিলৰ নিশা প্ৰায় ১০ লাখ টকাৰ মোবাইল চুৰি হোৱা বুলি বাতৰি প্ৰকাশ পাইছিল।

পিছে চুৰি হোৱা মোবাইলসমূহ দোকানৰ স্বত্বাধিকাৰীৰ ঘৰতে উদ্ধাৰ হোৱা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Apply Now

কালি (শনিবাৰে) নিশা ভঙাগড় আৰক্ষীয়ে মোবাইল ষ্ট’ৰটোৰ স্বত্বাধিকাৰী তপন ভুঞাৰ বাসগৃহত অভিযান চলাই ‘চুৰি হোৱা’ মোবাইলসমূহ জব্দ কৰে।

ঘটনা সন্দৰ্ভত জানিবলৈ দি ভঙাগড় থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া খৰ্গেশ্বৰ ৰাভাই আমাৰ সাংবাদিকক কয় “লোকজনৰ বেছিভাগ মোবাইল ঘৰতে আছে। সেই মোবাইলখিনিৰ ষ্টক ৰেজিষ্টাৰ আৰু চে’লছ ৰেক’ৰ্ড আমি বিচাৰিছো যদিও তেওঁ দিব পৰা নাই। আমাৰ এইটো স্বত্ত্বাধিকাৰীৰ এটা পৰিকল্পনা যেন লাগে।”

আৰক্ষীয়ে কালি নিশা ভূঞাক বাৰম্বাৰ সোধা পোছা কৰাৰ পাছত তেওঁ মোবাইলখিনি ঘৰতে থকা স্বীকাৰ কৰে। অৱশ্যে বৰ্তমানলৈকে দোকানখনৰ স্বত্ত্বাধিকাৰী তপন ভূঞাক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে।

উল্লেখযোগ্য যে, যোৱা ২৩ এপ্ৰিলৰ নিশা মোবাইল চুৰি হোৱা বুলি ভূঞাই সংবাদমাধ্যমত জনাইছিল আৰু চোকা অস্ত্ৰৰে তলা কাটি তথা গ্লাছৰ দৰ্জা ভাঙি চোৰে মোবাইল লৈ যোৱা বুলি কৈছে।

লগতে পঢ়ক ল’কডাউনৰ মাজতে গুৱাহাটীত ১০ লাখ টকাৰ মোবাইল চুৰি

কিন্তু সৰিয়হৰ ডুলিতে ভূতৰ দৰে অতি নাটকীয়ভাৱে তেওঁৰ বাসগৃহত মোবাইলখিনি উদ্ধাৰ হোৱাত এতিয়া বিষয়টো অধিক ৰহস্যঘন হৈ উঠাৰ লগতে কি উদ্দেশ্যেৰে তেওঁ মোবাইল চুৰি হোৱাৰ নাটক ৰচিছিল তাক লৈও এতিয়া প্ৰশ্ন উঠিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am
গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ ২৫ বছৰীয়া মহিলাৰ মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ ২৫ বছৰীয়া মহিলাৰ মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

September 7, 2026 9:27 am
ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত বিধ্বস্ত অৰ্থনীতি; ৩০ হাজাৰ ড্ৰ’ন ক্ৰয় কৰিবলৈ পৰ্ণ উদ্যোগক বৈধ কৰাৰ চিন্তা ইউক্ৰেইনৰ

ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত বিধ্বস্ত অৰ্থনীতি; ৩০ হাজাৰ ড্ৰ’ন ক্ৰয় কৰিবলৈ পৰ্ণ উদ্যোগক বৈধ কৰাৰ চিন্তা ইউক্ৰেইনৰ

September 7, 2026 8:49 am
বাইক ৰখাই কথা পাতিছিল ফোনত; পিছফালৰ পৰা অহা গাড়ীৰ তীব্ৰ খুন্দাত মৃত্যু শিশুকে ধৰি সমগ্ৰ পৰিয়ালটোৰ

বাইক ৰখাই কথা পাতিছিল ফোনত; পিছফালৰ পৰা অহা গাড়ীৰ তীব্ৰ খুন্দাত মৃত্যু শিশুকে ধৰি সমগ্ৰ পৰিয়ালটোৰ

September 7, 2026 7:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am
গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ ২৫ বছৰীয়া মহিলাৰ মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ ২৫ বছৰীয়া মহিলাৰ মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

September 7, 2026 9:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd