• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়! আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে ১০ শতাংশ সংৰক্ষণক বৈধতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 7, 2022 1:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে দিয়া এক গুৰুত্বপূৰ্ণ ৰায়ত অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীকো সংৰক্ষণৰ অধীনলৈ অনাৰ সপক্ষে মতপোষণ কৰিছে। পাঁচ জনীয়া বিচাৰপীঠে কয় যে অৰ্থনৈতিকভাৱে পিছপৰা লোকসকলৰ বাবে ১০ শতাংশ সংৰক্ষণ দিব পাৰে। এই পদক্ষেপক অসাংবিধানিক বুলি ক’ব নোৱাৰি।

উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পিছত এতিয়া অৰ্থনৈতিকভাৱে পিছপৰা সাধাৰণ লোকে চৰকাৰী চাকৰি আৰু শিক্ষানুষ্ঠানত সংৰক্ষণৰ সুযোগ পাব।

মুখ্য ন্যায়াধীশ ইউ ইউ ললিতক লৈ গঠিত পাঁচজনীয়া বিচাৰপীঠে গোচৰটোৰ শুনানি লয়। তেওঁলোকৰ তিনিজনে সংৰক্ষণৰ পক্ষত বক্তব্য ৰাখে। মুখ্য ন্যায়াধীশগৰাকীয়ে অৱশ্যে সংৰক্ষণ সমৰ্থন কৰা নাছিল।

Apply Now

লগতে পঢ়ক: বাংলাদেশী নাগৰিকৰ অবৈধ বসবাসৰ বিষয়ে সতৰ্কতা জাৰি কেন্দ্ৰীয় চৰকাৰৰ

সংৰক্ষণৰ পক্ষত থকা ন্যায়াধীশসকলৰ মতে সময়ৰ লগে লগে সংৰক্ষণ প্ৰণালীও সলনি কৰিব লাগিব। কিন্তু মুখ্য ন্যায়াধীশৰ মতে অনুসূচীত জনজাতিবোৰৰ মাজত বহুতোলোক আছে যিসকল আৰ্থিকভাৱে দুৰ্বল। কিন্তু নতুন সংৰক্ষণ ব্যৱস্থাত অনুসূচীত জনজাতিৰ প্ৰতি অন্যায় কৰা হ’ব।

সংবিধান সংশোধনৰ পিছতে প্ৰশ্ন উত্থাপিত হৈছিল, সংবিধানত কেৱল শৈক্ষিক ক্ষেত্ৰত পিছপৰা লোকসকলক অনগ্ৰসৰ বুলি উল্লেখ কৰা হৈছে। সংবিধানত আৰ্থিক অৱস্থাৰ বিষয়ে একো কোৱা নাই। তেতিয়াহ’লে এই সংৰক্ষণ অসাংবিধানিক। একে সময়তে এইটোও দাবী কৰা হৈছিল যে কেন্দ্ৰই সাধাৰণ শ্ৰেণীৰ বাবে নিৰ্ধাৰিত আসনবোৰ হ্ৰাস কৰি বঞ্চনা কৰা হৈছে।

কিন্তু কেন্দ্ৰই জনাইছিল যে সাধাৰণ শ্ৰেণীৰ বাবে আৱণ্টন কৰা ৫০ শতাংশ আসনত কোনো কৰ্তন কৰা নহ’ব। পৃথকে অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে ১০ শতাংশ সংৰক্ষণ দিয়া হ’ব।  

লগতে পঢ়ক: আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিমাৰ্ছ মিছাইলেৰে কাখোভকা শক্তি প্ৰকল্পত আক্ৰমণ ইউক্ৰেনৰ

উল্লেখ্য যে ২০১৯ চনত সংবিধানৰ সংশোধনৰ জৰিয়তে আৰ্থিক সংৰক্ষণক স্বীকৃতি দিয়া হৈছিল। তাৰ পিছত আৰ্থিক সংৰক্ষণৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰা হয়। উচ্চতম ন্যায়ালয়ত প্ৰায় ৪০ টা গোচৰৰ শুনানি হৈছিল। গোচৰটোৰ শুনানি ছেপ্টেম্বৰত সমাপ্ত হৈছিল। উচ্চতম ন্যায়ালয়ে সোমবাৰে ইয়াৰ ৰায় প্ৰদান কৰে।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd