• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উৎকোচৰ বিনিময়ত ভোটদানৰ অভিযোগত ৰেহাই নাপাব সাংসদ-বিধায়কে; ঐতিহাসিক ৰায় উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 4, 2024 1:30 pm
উচ্চতম ন্যায়ালয়।

উচ্চতম ন্যায়ালয়।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাংসদ-বিধায়কে ধনৰ বিনিময়ত ভোটদানৰ গোচৰত ৰেহাই নাপাব। সোমবাৰে উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দানত এইদৰে কয়। সংসদ হওক বা বিধানসভা হওক, আইন প্ৰণেতাসকল আৰু উৎকোচৰ অভিযোগৰ পৰা মুক্ত নহ’ব। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ সাতজনীয়া সাংবিধানিক বিচাৰপীঠে আজি এই ৰায়দান কৰে।

১৯৯৮ চনত পি ভি নৰসিংহ ৰাও গোচৰত পাঁচজনীয়া বিচাৰপীঠে ৩:২ সংখ্যাগৰিষ্ঠতাৰে ৰায় দিছিল যে সংবিধানৰ ১০৫(২) আৰু ১৯৪(২) অনুচ্ছেদ অনুসৰি সাংসদ বা বিধায়কে ভাষণ দিয়া বা ভোটদানৰ পৰিৱৰ্তে উৎকোচ ল’লে বিশেষ ৰেহাই পাব পাৰে। তেওঁলোকৰ বিৰুদ্ধে গোচৰ চলাব নোৱাৰিব। এনে অভিযোগত সাংসদ-বিধায়কসকল ৰেহাইৰ যোগ্য। আজি উচ্চতম ন্যায়ালয়ৰ বৃহত্তৰ বিচাৰপীঠে পূৰ্বৰ ৰায় বাতিল কৰে।

লগতে পঢ়কঃ কাৰাগাৰত সশস্ত্ৰ আক্ৰমণ চলাই ৪ হাজাৰ কয়দীক উলিয়াই নিলে দুৰ্বৃত্তই!

Apply Now

বিচাৰপীঠে ৰায়দানত কয় যে বিধায়ক-সাংসদৰ বিৰুদ্ধে দুৰ্নীতি আৰু উৎকোচৰ অভিযোগে সংসদীয় প্ৰক্ৰিয়াৰ প্ৰতি মানুহৰ বিশ্বাস শেষ কৰি দিব পাৰে। দুৰ্নীতি আৰু উৎকোচ সংবিধানৰ মৌলিক উদ্দেশ্যৰ পৰিপন্থী।

সংবিধানৰ কথা উল্লেখ কৰি বিচাৰপীঠে আৰু কয় যে দেশৰ সংবিধানে নিৰ্বাচিত প্ৰতিনিধিসকলক নিৰ্ভয়ে কাম কৰাৰ অধিকাৰ প্ৰদান কৰিছে। দুটা ধাৰাত সেই সন্দৰ্ভত জনপ্ৰতিনিধিক আইনী ৰক্ষাকৱচ প্ৰদান কৰা হৈছে। কিন্তু, এই দুটা ধাৰাৰ পূৰ্বৰ ৰায়দানত ভুল ব্যাখ্যা কৰা হৈছিল বুলি বৃহত্তৰ সংবিধান বিচাৰপীঠে কয়।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কয় যে আমি পূৰ্বৰ ৰায়দানৰ সৈতে একমত নহয়। এই বিচাৰপীঠে খণ্ডন কৰে যে জনপ্ৰতিনিধিয়ে ভোটদান বা সভাত কথা কোৱাৰ বিনিময়ত ধন লোৱাৰ অভিযোগৰ পৰা মুক্ত হ’ব পাৰে।

লগতে পঢ়কঃবিজেপিক তীব্ৰ প্ৰত্যাহ্বনেৰে বিহাৰত I.N.D.I.A.ৰ বিশাল জনসভা; বজালে নিৰ্বাচনী ৰণশিঙা

উল্লেখ্য যে ১৯৯৩ চনৰ জুলাই মাহত লোকসভাত হোৱা অনাস্থা ভোটৰ পৰা ‘সংখ্যালঘু’ চৰকাৰখন অতি সংকীৰ্ণ ব্যৱধানত বৰ্তি যায়। চৰকাৰে ২৫১টা ভোটৰ পৰিৱৰ্তে ২৬৫টা ভোটহে লাভ কৰে। এবছৰৰ পাছত জনা যায় যে ঝাৰখণ্ড মুক্তি মৰ্চাই নৰসিংহ ৰাওৰ চৰকাৰক ধনৰ বিনিময়ত সমৰ্থন কৰিছিল। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd