Tag: COVID-19

ব্ৰিটেইনত মানৱ শৰীৰত প্ৰথম কৰ’না ভাইৰাছৰ ভেকচিনৰ পৰীক্ষা আৰম্ভ

ব্যাপক চৰ্চাৰ মাজতে বৃহস্পতিবাৰে অক্সফ’ৰ্ড য়ুনিভাৰ্ছিটিয়ে  মানৱ শৰীৰত এক সম্ভাৱ্য কৰ’না ভাইৰাছৰ ভেকচিনৰ পৰীক্ষা আৰম্ভ কৰিছে। যদি এই পৰীক্ষা সফল ...

Read moreDetails

লকডাউনত মূল্যবৃদ্ধিৰ তীব্ৰ প্ৰতিবাদ আছুৰ সভাপতিৰ

শিক্ষা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ব্যক্তিগত খণ্ড বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক ৫০শতাংশ মাচুল ৰেহাই দিয়াৰ ঘোষণা কৰাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া ...

Read moreDetails

কৰ’না ভাইৰাছৰ আতংক: আমেৰিকাত এবছৰৰ বাবে বন্ধ স্কুল-কলেজ!

আমেৰিকাত কৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণলৈ লক্ষ্য কৰি সম্পূৰ্ণ এটা শৈক্ষিক শিক্ষাবৰ্ষৰ বাবে চৰকাৰে স্কুল-কলেজসমূহ বন্ধ কৰাৰ নিৰ্দেশ দিছে। ৱাশ্বিংটন ডিচিকে ...

Read moreDetails

কমিছে কৰ’নাৰ সংক্ৰমণ; কাইলৈৰ পৰা সাধাৰণ ৰোগীৰ বাবে মুকলি হ’ব ৰাজ্যৰ সকলো চিকিৎসালয়

ৰাজ্যৰ মেডিকেল কলেজ হাস্পতাল সমূহৰ লগতে জিলা অসামৰিক চিকিৎসালয় সমূহ কোভিড-১৯ ৰোগীৰ চিকিৎসাৰ বাবে খোলা ৰখা হৈছিল যাৰ বাবে সাধাৰণ ...

Read moreDetails

ৰাজ্যিক কর্মচাৰীৰো মৰগীয়া বানচ কৰ্তন হ’ব নেকি! কি ক’লে মন্ত্ৰী হিমন্তই বিশ্ব শৰ্মাই?

ক’ৰ’না ভাইৰাছৰ সংহাৰৰ বাবে দেশৰ আৰ্থিক ব্যৱস্থাত এতিয়া সংকটৰ আগজাননী দেখা দিছে। যাৰ বাবে ভাৰত চৰকাৰে আজি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ ...

Read moreDetails

গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনত আৰম্ভ কৰ’নাৰ ৰেপিড টেষ্ট

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ অনুমোদনমৰ্মে অসমত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ল ক’ভিড-১৯ৰ ৰেপিড টেষ্ট। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক ...

Read moreDetails

কঠোৰ আইন অনাৰ পাছতো দিল্লীৰ এলএনজেপি হাস্পাতলৰ চিকিৎসকৰ গাত হাত তুলিলে ৰোগীয়ে

দিল্লীৰ এলএনজেপি হাস্পাতালত কৰ’না ভাইৰাছৰ বিৰুদ্ধে চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলে নিৰন্তৰ যুঁজ অব্যাহত ৰখাৰ সময়তে বৃহস্পতিবাৰে চিকিৎসকক ৰোগীয়ে অভব্য আচৰণ কৰাৰ ...

Read moreDetails

কিডনি,হাওঁফাও আৰু মগজুত তেজৰ মখা বনাইছে কৰ’না ভাইৰাছে! উদ্বিগ্ন চিকিৎসক

কৰ’না ভাইৰাছে গোটেই বিশ্বতে সংহাৰ সৃষ্টি কৰাৰ সময়তে এই ভাইৰাছবিধৰ বিষয়ে বহু নতুন তথ্য ক্ৰমাৎ পোহৰলৈ আহিবলৈ লৈছে। শেহতীয়াভাৱে পোহৰলৈ ...

Read moreDetails

অসমত আৰু এজন ক’ভিড-১৯ পজিটিভ, মুঠ আক্ৰান্ত ৩৫লৈ বৃদ্ধি

অসমত আন এগৰাকী কোভিড-১৯ পজিটিভ ৰোগীৰ ঘটনা পোহৰলৈ আহিছে। ইয়াৰে সৈতে ৰাজ্যত কোভিড-১৯ আক্ৰান্তৰ সংখ্যা ৩৫ জনলৈ বৃদ্ধি পালে। শেহতীয়াকৈ ...

Read moreDetails

ক’ৰ’না ভাইৰাছ; এইবাৰ দুটা মেকুৰীৰ শৰীৰত ধৰা পৰিছে কোবিড১৯

বুধবাৰে নিউয়ৰ্কত দুটা মেকুৰীৰ শৰীৰত ধৰা পৰিছে ক’ৰ’না ভাইৰাছৰ উপস্থিতি। ইণ্ডিয়া টুডে’ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে ...

Read moreDetails
Page 123 of 151 1 122 123 124 151

Stay Connected

Recent News