• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৱটছএপ ব্যৱহাৰত সাৱধান, প্ৰতিমাহে ব্লকদ হৈছে ২ কোটি একাউণ্ট

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 8, 2019 9:29 pm

1 min read

Take care while using, WhatsApp blocks 2 million accounts per month

ৱটছএপৰ প্ৰতীকী ছবি। সৌজন্য-- techblorge.com

673
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বৰ লগতে উত্তৰ-পূবতো সৰ্বাধিক জনপ্ৰ্ৰিয় মে’ছেঞ্জাৰ এপ ৱটছএপ ব্যৱহাৰ কৰোঁতে সাৱধান হওক।

End-to-end এনক্ৰিপশ্বনেৰে ইউজাৰৰ গোপনীয়তা সুৰক্ষিত কৰাৰ দাবী কৰা এপটোৱে শেহতীয়াকৈ প্ৰতিমাহে বন্ধ কৰিছে ২ কোটি একাউণ্ট।

এপটোৱে একেবাৰতে বৃহৎ সংখ্যক মে’ছেজ পঠিওৱা আৰু সন্দেহজনক একাউণ্ট ব্লক কৰিছে।

লগতে পঢ়ক– কেন্দ্ৰৰ প্ৰস্তাৱিত বিধিয়ে ভাৰতৰ সংকট আনিছে ৱটছএপৰ

সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতত অধিক কঠোৰতা অৱলম্বন কৰিছে ফে’চবুক মালিকানাধীন এপটোৱে। ৱটছএপে ইতিমধ্যে ভাৰতত নিয়োগ কৰিছে এজন অভিযোগ নিষ্পত্তিকাৰী বিষয়া—যাক পোনপতীয়াকৈ যিকোনো লোকে যোগাযোগ কৰিব পাৰে।

এপটোৰ যোগেদি বিনামূলীয়া একেলগতে বৃহৎসংখ্যক মে’ছেজ পঠোৱাটোক তেওঁলোকে “অপব্যৱহাৰ” বুলি অভিহিত কৰিছে।

“বহুতে আমাৰ বিনামূলীয়া সেৱা অপব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি আছে। অপব্যৱহাৰ ৰোধ অভিযানেৰে প্লেটফৰ্মটো আমি সুৰক্ষিত ৰাখিব খুজিছো,” ৱটছএপৰ বিবৃতিৰ এই উদ্ধৃতি ইকনমিক টাইমছ-ৰ।

এপটোৱে ৰাজনৈতিক দলৰ কৰ্মীসকলৰ বাবে প্ৰশিক্ষণৰো ব্যৱস্থা কৰিছে।

Recent News

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

Arvind-Kejriwal-750x375

আম আদমি পাৰ্টিয়ে অহা দুই বছৰত উত্তৰ প্ৰদেশ, গুজৰাটসহ ৬ ৰাজ্যত খেলিব নিৰ্বাচন : কেজৰিৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd