• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৈয়দ মুস্তাক আলী টি-২০ প্ৰতিযোগিতাত তামিলনাডুৰ হাতত শোচনীয় পৰাজয় অসমৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 13, 2021 9:49 am

1 min read

চৈয়দ মুস্তাক আলী টি-২০ প্ৰতিযোগিতাত তামিলনাডুৰ হাতত শোচনীয় পৰাজয় অসমৰ
162
VIEWS
Share on FacebookShare on Twitter

চৈয়দ মুস্তাক আলী টি-২০ ক্ৰিকেট প্ৰতিযোগিতাৰ নিজৰ দ্বিতীয়খন খেলত শোচনীয় পৰাজয়ৰ সন্মুখিন হৈছে অসম।

কলকাতাৰ ইডেন গাৰ্ডেন ক্ৰিকেট ষ্টেডিয়ামত মঙলবাৰে নিশা অনুষ্ঠিত হোৱা খেলখনত তামিলনাডুই ১০ উইকেটত পৰাস্ত কৰে অসমক।

অসমে খেলখনত প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত সাত উইকেটৰ বিনিময়ত ১২৬ ৰান সংগ্ৰহ কৰে।

অসমৰ হৈ ৰাজাকুদ্দিন আহেমেদে সৰ্বাধিক ২৯ ৰান কৰাৰ লগতে ৰিয়ান পৰাগে ২৪ ৰান আৰু পল্লৱ কুমাৰ দাসে ১৯ ৰানৰ বৰঙণি আগবঢ়ায়।

ইপিনে, ১২৭ ৰানৰ বিজয় লক্ষ্য আগত ৰাখি খেলিবলৈ নমা তামিলনাডুৱে মাত্ৰ ১৫ অভাৰতে এটাও উইকেট নেহেৰুৱাকৈ বিজয় লক্ষ্যত উপনীত হয়।

তামিলনাডুৰ হৈ নাৰায়ণ জগদীছানে ৭৮ ৰান আৰু চি হৰি নিচান্তে ৪৭ ৰান কৰি অপৰাজিত হৈ থাকে।

অসমে প্ৰতিযোগিতাখনৰ প্ৰথমখন খেলত হায়দৰাবাদৰ বিৰুদ্ধে বিজয়ী হৈছিল।

Recent News

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd