• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দৰিদ্ৰ লোকৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ তামুলপুৰ প্ৰেছ ক্লাবৰ

Nenow দীপক কুমাৰ পাঠক
তামুলপুৰ , April 6, 2020 4:47 pm

1 min read

1.8k
VIEWS
Share on FacebookShare on Twitter

কৰ’নাভাইৰাছৰ বিৰুদ্ধে লকডাউনৰ বাবে বিপদত পৰা দৰিদ্ৰ লোকসকলৰ মাজত তামুলপুৰ প্ৰেছ ক্লাবে সোমবাৰে অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে।

লকডাউনৰ বাবে তামুলপুৰ অঞ্চলৰ ঠেলা আৰু ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা লোকসকলৰ আয়ৰ পথ বন্ধ হৈ পৰিছে।

ফলত পৰিয়ালসমূহ আয়ৰ পথ বন্ধ হৈ পৰাত লঘোণেও থাকিবলগীয়া হৈছে।

সেইসকলক সকাহ দিয়াৰ উদ্দেশ্যে তামুলপুৰ প্ৰেছ ক্লাবে অঞ্চলটোৰ ৮০গৰাকী লোকৰ মাজত চাউল, দাইল, মিঠাতেল, নিমখ, আলু আদি বিতৰণ কৰে।

তামুলপুৰ প্ৰেছ ক্লাবৰ সভাপতি খগেন বৈশ্যই আনুষ্ঠানিকভাৱে খাদ্য সামগ্ৰী বিতৰণৰ কাম  আৰম্ভ কৰে।

সভাপতি খগেন বৈশ্য, উপ-সভাপতি চক্ৰেশ্বৰ ডেকা, সাধাৰণ সম্পাদক ৰজনী বৰ্মনে ক্লাবৰ সদস্যসকলক নেতৃত্ব দিয়ে।

সদস্যসকলে অঞ্চলটোৰ ওডালগুৰি, কালাকুছি, চাৰাংবাৰী, পূনীয়া, কচুবাৰী, সৌৰাগুৰি আদিত ঘৰে ঘৰে গৈ সাহায্য সামগ্ৰীখিনি বিতৰণ কৰে।

Tags: COVID19

Recent News

Jack Ma, Missing For Months, Emerges for First Ti

উৎকণ্ঠাৰ অৱসান: সন্ধান পোৱা গ’ল চীনৰ ধন কুবেৰ জেক মাৰ

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd