• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’ণা অতিমাৰীৰ মাজতে নতুন সংসদ ভৱন নিৰ্মাণৰ ঠিকা : কোনে পালে ৮৬২ কোটি টকীয়া নিৰ্মাণৰ দায়িত্ব?

NE NOW NEWS
গুৱাহাটী , September 17, 2020 8:11 am

1 min read

house-2
353
VIEWS
Share on FacebookShare on Twitter

দেশত ক’ৰ’ণাৰ মহামাৰীৰ সন্ত্ৰাসৰ বাবে বিভিন্ন উন্নয়নমূলক কাম কাজ স্তব্ধ হৈ আছে যদিও নতুন সংসদ ভৱন নিৰ্মাণৰ যাৱতীয় প্ৰস্তুতি হ’লে দুৰন্ত গতিত অব্যাহত আছে।

হয়, এই ক’ৰ’ণা মহামাৰী মাজতে প্ৰস্তাৱিত নতুন সংসদ ভৱন নিৰ্মাণৰ নিবিদা প্ৰদান সম্পন্ন হৈ গৈছে।

এই নিবিদা লাভ কৰিছে টাটা গোষ্ঠীয়ে। ৮৬২ কোটি টকাৰ ন্যূনতম দৰত টাটাই বুধবাৰে লাভ কৰিছে নতুন সংসদ ভৱন নিৰ্মাণৰ নিবিদা।

এই নিবিদা দাখিলৰ দৌৰত মুঠ সাতটা সংস্থাই অংশগ্ৰহণ কৰিছিল। সংসদ ভৱন নিৰ্মাণৰ সৰ্বোচ্চ দৰ ধাৰ্য কৰা হৈছিল ৯৪০ কোটি টকা। কিন্তু সকলোতকৈ কম দৰ দি টাটাই লাভ কৰিলে এই নিবিদা।

উল্লেখ্য যে, নিবিদা লাভ কৰা টাটাই আগন্তুক ২০ৰ পৰা ২১ মাহৰ ভিতৰত নতুন সংসদ ভৱন নিৰ্মাণ সম্পূৰ্ণ কৰিব লাগিব।

এই নতুন সংসদ ভৱনটো বৰ্তমানৰ সংসদ ভৱনৰ সমীপতে নিৰ্মাণ কৰা হ’ব। ত্ৰিভূজাকাৰৰ এই নতুন সংসদ ভৱনটোত ৯০০ৰ পৰা ১২০০খন আসন থাকিব বুলি জানিব পৰা গৈছে।

ক’ৰ’ণা মহামাৰীয়ে দেশৰ অৰ্থনীতি বিধ্বস্ত কৰাৰ সময়তে বৃহৎ পৰিমাণৰ ধন ব্যয়েৰে নতুন সংসদ ভৱন নিৰ্মাণৰ চৰকাৰৰ এই উদ্যোগক বিৰোধিতা কৰিছে বিৰোধী পক্ষই।

ইফালে নতুন ভৱনৰ নক্সা তৈয়াৰ কৰা এটা গুজৰাটী প্ৰতিষ্ঠানে কেৱল নক্সা তৈয়াৰতে চৰকাৰৰ পৰা আদায় লৈছিল ২৩০ কোটি টকা।

কিদৰে এটা প্ৰতিষ্ঠানে কেৱল ভৱনৰ নক্সা তৈয়াৰতে এই বৃহৎ পৰিমাণৰ ধনৰাশি ল’লে তাকলৈও বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছে।

Recent News

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

New-Project-20

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd