• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰৱৰ্তন কৰা হৈছে ৭টা উদ্ভাৱনীমূলক নতুন শৈক্ষিক পাঠ্যক্ৰম

এন ই নাও নিউজ, তেজপুৰ by এন ই নাও নিউজ, তেজপুৰ
March 19, 2024 11:26 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেজপুৰ বিশ্ববিদ্যালয়ত উদ্ভাৱনীমূলক শৈক্ষিক পাঠ্যক্ৰম প্ৰৱৰ্তনৰ অংশ হিচাপে বিশ্ববিদ্যালয়খনে  ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ২০২৪-২৫  শৈক্ষিক বৰ্ষৰ পৰা ৭টা নতুন পাঠ্যক্ৰম প্ৰৱৰ্তন  কৰাৰ ব্যবস্থা গ্ৰহণ কৰাৰ বিষয়ে জানিব পৰা গৈছে।

চলিত শিক্ষা বৰ্ষৰ পৰা আৰম্ভ কৰা উদ্ভাৱনীমূলক পাঠ্যক্ৰম সমূহৰ ভিতৰত ডিজাইনৰ স্নাতক ( B.des), চীনা ভাষাৰ স্নাতক (Chinese), বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ এম টেক, তথ্য বিজ্ঞানৰ এম টেক ( Data Sciences), মহিলা অধ্যয়ন ( Women Studies)ৰ স্নাতকোত্তৰ পাঠ্যক্ৰম, শিক্ষা স্নাতকোত্তৰ ( M. Ed.), আইনৰ পি এইচ ডি ৰ লগতে উদ্যোগ বৃত্তিধাৰী সকল আৰু উদ্যোগৰ সৈতে জড়িত লোক সকলৰ বাবে পি এইচ ডি পাঠ্যক্ৰমৰ সংযোজন কৰা বুলি বিশ্ববিদ্যালয়ৰ এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে।

বিশ্ববিদ্যালয়খনৰ স্নাতক পাঠ্যক্ৰম সমূহ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ চাৰি বছৰীয়া স্নাতক পাঠ্যসূচী (এফ ৱাই ইউ জি পি) অনুসৰি পৰিচালিত হ’ব বুলিও বিজ্ঞপ্তিটোত লগতে কোৱা হৈছে।

Apply Now

লগতে পঢ়কঃ চাইবাৰ আক্ৰমণৰ সন্মুখীন সকলো ভাৰতীয় বেংক! ৰিজাৰ্ভ বেংকৰ সতৰ্কবাণীত আশংকা প্ৰকাশ

ডিজাইনৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি আণ্ডাৰ গ্ৰেজুৱেট কমন প্ৰবেশ পৰীক্ষা, জেইই (মেইন) অথবা তেজপুৰ বিশ্ববিদ্যালয় প্ৰবেশ পৰীক্ষাৰ নম্বৰৰ ভিত্তিত হব। চীনা ভাষাৰ স্নাতক পাঠ্যক্ৰমৰ বাবে ছাত্ৰ ছাত্ৰীয়ে চি ইউ ই টি (ইউ জি) ২০২৪ত অৱতীৰ্ণ হ’ব লাগিব। বৈদ্যুতিক অভিযান্ত্ৰিকত এম.টেক আৰু ডাটা বিজ্ঞানত এম.টেকৰ বাবে সংশ্লিষ্ট বিভাগৰ GATE ৰ নম্বৰৰ ওপৰত ভিত্তি কৰি  মেধা ভিত্তিত পোনপটীয়াকৈ নামভৰ্তি কৰা হ’ব। GATE ৰ যোগেদি নহা ছাত্ৰ ছাত্ৰী সকলে TUEE-2024 বা CUET-PG ত অৱতীৰ্ণ হ’ব লাগিব।

মহিলা অধ্যয়নৰ স্নাতকোত্তৰত নামভৰ্তিৰ বাবে বিশ্ববিদ্যালয়খনে ৰাষ্ট্ৰজুৰি  অনুষ্ঠিত কৰা  টি ইউ ই ই-২০২৪ ৰ কম্পিউটাৰ ভিত্তিক পৰীক্ষাত দেখুওৱা  প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰা হব। শিক্ষা স্নাতকোত্তৰ(M.Ed) ৰ নামভৰ্তি TUEE আৰু CUET-PG ৰ জৰিয়তে হব। আইনৰ পি এইচ ডিৰ নামভৰ্তি TUEE 2024  আৰু ব্যক্তিগত সাক্ষাৎকাৰ ভিত্তিত হ’ব।

লগতে পঢ়কঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ত মুছলমানক অপমান: এ আই ইউ ডি এফৰ তীব্ৰ প্ৰতিক্ৰিয়া

উদ্যোগ বৃত্তিধাৰী আৰু উদ্যোগৰ সৈতে জড়িত লোক সকলৰ বাবে আৰম্ভ কৰা পি এইচ ডি পাঠ্যক্ৰমত ইতিমধ্যেই ইনষ্টিটিউট অৱ চাৰ্টাৰ্ড একাউণ্টেণ্টছ অৱ ইণ্ডিয়াৰ দুজন, এজন ফেলো কষ্ট এণ্ড মেনেজমেণ্ট একাউণ্টেণ্টৰ এজন, দ্য ইনষ্টিটিউট অৱ কোম্পানী চেক্ৰেটাৰীজ অৱ ইণ্ডিয়াৰ এজন আৰু মেচিন লাৰ্নিং বিশেষজ্ঞ এগৰাকীৰ নামভৰ্তি সম্পন্ন কৰা হৈছে।

বিশ্ববিদ্যালয় খনত নতুনকৈ প্ৰৱৰ্তিত পাঠ্যক্ৰমসমূহে সাম্প্ৰতিক আধুনিক বিশ্বত খাপ খাব পৰা আৰু ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক প্ৰয়োজনীয়তা পূৰণ কৰিব  পৰাকৈ বিভিন্ন ধৰণৰ শাখা সমূহ  সামৰি লৈছে বুলিও বিজ্ঞপ্তিখনত কোৱাৰ লগতে প্ৰতিটো পাঠ্যক্ৰমৰ জৰিয়তে নিজ নিজ ক্ষেত্ৰত লাভৱান হ’ব পৰা আৰু  প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতাৰে সজ্জিত কৰাৰ লক্ষ্যৰে ছাত্ৰ-ছাত্ৰীসকলক এক বিস্তৃত শিক্ষা প্ৰদানৰ উদ্দেশ্যে অতি নিখুঁতভাৱে যুগুত কৰি উলিওৱা বুলি উল্লেখ কৰিছে ।

লগতে পঢ়কঃ এয়া কি, ইমান শীৰ্ণ চেহেৰা! ৰনদীপ হুদাই শ্বেয়াৰ কৰা ছবিক লৈ অনুৰাগীসকলৰ মাজত উন্মাদনা

উল্লেখ্য যে এইবাৰ বিশ্ববিদ্যালয়খনে সমগ্ৰ ভাৰতৰ ৩৯টা কেন্দ্ৰত আৰু পাঁচখন বিদেশী ৰাষ্ট্ৰ নেপাল (কাঠমাণ্ডু), বাংলাদেশ (ঢাকা), ভূটান (থিম্ফু) ম্যানমাৰ (ইয়াংগন) থাইলেণ্ড (বেংকক)ত সংশ্লিষ্ট নামভৰ্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা  গ্ৰহণ কৰিছে। এই সম্পৰ্কীয় সমস্ত তথ্য আৰু  বিৱৰণ https://www.tczuadmissions.in/public/ যোগে  পোৱা যাব বুলিও লগতে  জনোৱা হৈছে।

এন ই নাও নিউজ, তেজপুৰ

এন ই নাও নিউজ, তেজপুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd