• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইৰফান খানৰ অসম সংযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 29, 2020 5:17 pm
The Assam connection of actor Irrfan Khan

ইৰফান খান। ছবি--উইকিমিডিয়া কমনছ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসাধাৰণ অভিনয়েৰে জগত জিনা ইৰফান খানৰ অকাল বিয়োগে পেলোৱা শোকৰ ছাঁৰ মাজতে পোহৰলৈ আহিছে অভিনেতাজনৰ সৈতে থকা অসমৰ এক সম্পৰ্ক।

ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় বহু প্ৰখ্যাত ছবিত অভিনয় কৰা অভিনেতাজনে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ জ্ঞানপীঠ বঁটা বিজয়ী উপন্যাস “মৃত্যুঞ্জয়”ক লৈ নিৰ্মিত এক হিন্দী ছিৰিয়েলত অভিনয় কৰিছিল।

Apply Now

চাৰুকমল হাজৰিকাই নিৰ্মাণ কৰা “মৃত্যুঞ্জয়”ত ইৰফান খান হৈছিল অসমীয়া “ধনপুৰ”।

১৯৯২-৯৩ চনত দূৰদর্শনৰ বাবে নিৰ্মিত উক্ত হিন্দী ছিৰিয়েলত ইৰফান খানে “ধনপুৰ”ৰ চৰিত্রটো ৰূপায়ণ কৰিছিল।

ইৰফান খানৰ উপৰি ছিৰিয়েলখনৰ মুখ্য “গোসাঁই” চৰিত্ৰটোত অভিনয় কৰিছিল অতি জনপ্ৰিয় ধাৰাবাহিক “ৰামায়ণ” “ৰাম” অৰুণ গোভিলে।

নয়নমণি বৰুৱাই সংগীত দিয়া ধাৰাবাহিকখনত দূৰদৰ্শনত সম্প্ৰচাৰ হৈছিল।

ইৰফান খান।
অসমীয়াৰ ধনপুৰ।

১৯৯২-৯৩ চনত বীৰেন্দ্র কুমাৰ ভট্টাচার্য্যৰ বিখ্যাৎ অসমীয়া জ্ঞানপীঠ বিজয়ী উপন্যাস “মৃত্যুঞ্জয়”ৰ চাৰুকমল হাজৰিকাই কৰা দূৰদর্শন হিন্দী ছিৰিয়েলত ইৰফান খানে ধনপুৰৰ চৰিত্রটো ৰূপায়ণ কৰিছিল।

সেই ছিৰিয়েলৰ সৈতে জড়িত আছিলো, সেয়ে ইৰফানক ভালকৈ লগ পাইছিলো।

— Samudra G Kashyap (@samudragkashyap) April 29, 2020

নিউৰ’এণ্ড’ক্ৰাইন কেন্সাৰ নামৰ এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ বহুদিন ইৰফান খান ছবিজগতৰ পৰা আঁতৰি আছিল।

লণ্ডনত তেওঁ চিকিৎসা গ্ৰহণ কৰিছিল। শেহতীয়াকৈ “অংগ্ৰেজি মিডিয়াম” নামৰ বলিউদ ছবিখনেই আছিল তেওঁৰ অন্তিম ছবি।

লাইফ অৱ পাইৰ পৰা লাঞ্চবক্স হৈ পান সিং তোমাৰলৈকে অসংখ্য ছবিত তেওঁ অভিনয় কৰি গৈছে। তেওঁৰ অভিনয়ে ছিনএসমূহত এক অন্য মাত্ৰা প্ৰদান কৰিছিল আৰু এচাম নতুন দৰ্শক আৰু অভিনেতাৰো সৃষ্টি কৰিছিল।

জানিব পৰা মতে পেটৰ গুৰুতৰ সমস্যাত ভুগি থকা ইৰফানক মঙলবাৰে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। অভিনেতাগৰাকীৰ কলন ইনফেকশ্যন হৈছিল।

চিকিৎসাধীন অৱস্থাতে মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়তে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

August 22, 2026 11:51 am
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

August 22, 2026 11:30 am
তিনি বছৰৰ পাছত পুনৰ আৰম্ভ হ’ল মণিপুৰ-নাগালেণ্ড-অসম বাছ সেৱা

তিনি বছৰৰ পাছত পুনৰ আৰম্ভ হ’ল মণিপুৰ-নাগালেণ্ড-অসম বাছ সেৱা

August 22, 2026 11:04 am
সাংসদ পুত্ৰৰ গাড়ীয়ে মহতিয়াই নিহত কৰিলে যুৱতীক; পিতৃয়ে কৈছে, ‘সিতো হস্পিতাললৈ লৈ গৈছে…’

সাংসদ পুত্ৰৰ গাড়ীয়ে মহতিয়াই নিহত কৰিলে যুৱতীক; পিতৃয়ে কৈছে, ‘সিতো হস্পিতাললৈ লৈ গৈছে…’

August 22, 2026 11:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

August 22, 2026 11:51 am
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

August 22, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd