• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুগৰাকী প্ৰাপ্তবয়স্কই বিয়া পাতিব বিচাৰিলে পৰিয়াল আৰু সমাজৰ সন্মতিৰ প্ৰয়োজন নাই : উচ্চতম ন্যায়ালয়

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 13, 2021 12:10 pm

1 min read

supreme-court_of_India-570x320-750x375-1

উচ্চতম ন্যায়ালয়।

386
VIEWS
Share on FacebookShare on Twitter

দুগৰাকী প্ৰাপ্তবয়স্ক যুৱক-যুৱতীৰ বিবাহৰ ক্ষেত্ৰত পৰিয়াল আৰু সমাজৰ সন্মতিৰ প্ৰয়োজন নাই, এইক্ষেত্ৰত দুয়োগৰাকী প্ৰাপ্তবয়স্কৰ সন্মতিকহে অগ্ৰাধিকাৰ দিয়া হ’ব বুলি উচ্চতম ন্যায়ালয়ে কয়।

এইক্ষেত্ৰত প্ৰায়ে যুৱক-যুৱতী সকল বয়স্ক লোক সকলৰ দ্বাৰা ভাবুকিৰ সন্মুখিন হ’বলগীয়া হয় আৰু ন্যায়ালয়ে যুৱক-যুৱতী সকলক সহায়ৰ বাবে আহিবলগীয়া হয়।

আনহাতে, উচ্চতম ন্যায়ালয়ে শিক্ষিত যুৱসমাজে নিজৰ জীৱনসংগী নিজে বিচাৰি লোৱা কাৰ্য্যৰো প্ৰশংসা কৰে।

শিক্ষিত যুৱসমাজে নিজৰ জীৱনসংগী নিজে বাচি লোৱাৰ ফলত সমাজৰ জাত-পাতৰ নামত বিভাজন বহু পৰিমাণে হ্ৰাস পাব বুলিও লগতে কয়।

সৰ্বোচ্চ ন্যায়ালয়ে শেহতীয়া এক ৰায়দানত ছোৱালীৰ পৰিয়ালে এনে বিবাহক মানি লোৱাৰ লগতে ছোৱালী আৰু তেওঁৰ স্বামীৰ সৈতে সামাজিক সম্পৰ্ক আৰম্ভ কৰাৰ ক্ষেত্ৰত আগবঢ়া উচিত বুলি আশা প্ৰকাশ কৰে।

কৰ্ণাটকৰ বেলগভী জিলাত এগৰাকী যুৱতীয়ে পৰিয়ালৰ অসন্মতিত নিজৰ ইচ্ছামতে এগৰাকী যুৱকৰ সৈতে বিবাহত বহাৰ পাছত পৰিয়ালৰ লোকে দাখিল কৰা এক এজাহাৰৰ ভিত্তিত ৰুজু হোৱা গোচৰৰ উত্তৰত ন্যায়াধীশ সঞ্জয় কিষাণ আৰু হৃষিকেশ ৰয়ে এই ৰায়দান দিয়ে।

Recent News

index.jpgb

বোকাখাত মহকুমাত নির্বাচনী আচৰণ বিধি সম্পর্কত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰে মহকুমাধিপতিৰ বৈঠক

Hagrama-Mohilary-1

বিজেপি সংগ ত্যাগ বিপিএফৰ : কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত যোগ দিব হাগ্ৰামাৰ বিপিএফ-এ

index.jpgbbb

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাব প্ৰণৱ দলেই! : ব্যতিক্ৰমী প্ৰচাৰেৰে চৰ্চা লাভ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ

index.jpgaa

শিৱসাগৰত দিনজোৰা কাৰ্যসূচীৰে বীৰ চিলাৰায়ৰ ৫১১ সংখ্যক জন্ম জয়ন্তী পালন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd