• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভূমিকেন্দ্ৰিক বিবাদৰ বিষম পৰিণতি! থানাতে পুত্ৰই মাতৃক কৰিলে অগ্নিসংযোগ, মৃত্যু মহিলাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2024 11:04 am
প্ৰতিনিধিত্বমূলক ফটো
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভূমিকেন্দ্ৰিক বিবাদে ল’লে এক চূড়ান্ত ৰূপ! মাতৃ-পুত্ৰই থানালৈ আহিছিল পাৰিবাৰিক বিবাদ নিষ্পত্তি কৰিবলৈ। অভিযোগ অনুসৰি তাতেই তেওঁৰ পুত্ৰই মাতৃক অগ্নিসংযোগ কৰে। উত্তৰ প্ৰদেশৰ আলিগড়ৰ খাইৰ থানা অঞ্চলত এই ঘটনা সংঘটিত হৈছে।

ভূমি বিবাদ নিষ্পত্তি কৰিবলৈ খাইৰ আৰক্ষী থানাই মাক আৰু পুত্ৰক মাতি আনে। মঙলবাৰে দুপৰীয়াৰ ভাগত পুত্ৰৰ সৈতে থানাত হাজিৰ হয় হেমলতা নামৰ মহিলাগৰাকী। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, দীৰ্ঘদিন ধৰি পাৰিবাৰিক সমস্যাৰ বাবে দুয়োজনৰ মাজত সমস্যাৰ সৃষ্টি হৈছিল। আনকি হেমলতাই পুত্ৰৰ নামত থানাত এফআইআৰ দাখিল কৰে। আৰক্ষীয়ে দুয়োপক্ষক ফোন কৰি বিবাদ নিষ্পত্তি কৰে। কিন্তু আৰক্ষীৰ হস্তক্ষেপতো সমস্যাৰ সমাধান নহ’ল। ফলত আৰক্ষীৰ সন্মুখত দুয়োৰে মাজত তৰ্ক-বিতৰ্ক হয়। অভিযোগ অনুসৰি, সেই সময়ত তেওঁৰ পুত্ৰ গৌৰৱে মাতৃক জুই লগাই দিয়ে

সমগ্ৰ ঘটনাটো থানাৰ চিচিটিভি কেমেৰাত ধৰা পৰে। দেখা গৈছে এজন যুৱকে হঠাতে মহিলাগৰাকীৰ ওপৰত পেট্ৰল ঢালি দিয়ে। ইয়াৰ পাছত কোনোৱে একো গম পোৱাৰ আগতেই হাতত থকা লাইটাৰ এটাৰে পুত্ৰই মাতৃক জুই লগাই দিলে। আৰক্ষীৰ দলটোৱে তৎপৰতাৰে জুই নিৰ্বাপন কৰি মহিলাগৰাকীক বচাবলৈ চেষ্টা কৰে। কিন্তু যেতিয়ালৈকে তেওঁলোকে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছিল তেতিয়ালৈকে মহিলাগৰাকীৰ শৰীৰৰ ৪০ শতাংশ অংশ জ্বলি গৈছিল।

Apply Now

আৰক্ষীয়ে জ্বলি যোৱা মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। কিন্তু তেওঁক ৰক্ষা কৰিব পৰা নগ’ল। চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। এই ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গৌৰৱক। আৰক্ষী অধীক্ষক সঞ্জীৱ সুমনে জনোৱা মতে, পুত্ৰই থানাৰ ভিতৰতে মাতৃগৰাকীক জুই লগাই দিয়ে। পৰিয়ালৰ মাটিক লৈ মাক-পুত্ৰৰ মাজত বিবাদ দীৰ্ঘদিন ধৰি চলি আছিল। এফ আই আৰও দাখিল কৰা হয়। এই বিবাদ নিষ্পত্তি কৰিবলৈ দুজন লোকক থানালৈ মাতি অনা হয়। এনে ঘটনা সংঘটিত হৈছিল। এই অগ্নিকাণ্ডত কেইবাজনো আৰক্ষী জোৱানো আহত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“সম্পৰ্ক এটা শেষ কৰাৰ অধিকাৰ পুৰুষৰ নাই নেকি?”  ধৰ্ষণৰ ভুৱা গোচৰত প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

“সম্পৰ্ক এটা শেষ কৰাৰ অধিকাৰ পুৰুষৰ নাই নেকি?”  ধৰ্ষণৰ ভুৱা গোচৰত প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

October 31, 2026 9:46 am
হ্ৰাস পালে বিদেশী নিৰ্ভৰতা! ভাৰতৰ নতুন নেভিগেচন চেটেলাইট NVS-03 মহাকাশলৈ উৎক্ষেপণ

হ্ৰাস পালে বিদেশী নিৰ্ভৰতা! ভাৰতৰ নতুন নেভিগেচন চেটেলাইট NVS-03 মহাকাশলৈ উৎক্ষেপণ

October 31, 2026 9:22 am
ব্যৰ্থতা ঢাকিবলৈ ভয়ংকৰ কাণ্ড! মল-মূত্ৰ-বিষাক্ত দ্ৰব্যৰে ভৰা গেলা যমুনাৰ পানী খালে সাংসদ মনোজ তিৱাৰীয়ে

ব্যৰ্থতা ঢাকিবলৈ ভয়ংকৰ কাণ্ড! মল-মূত্ৰ-বিষাক্ত দ্ৰব্যৰে ভৰা গেলা যমুনাৰ পানী খালে সাংসদ মনোজ তিৱাৰীয়ে

October 31, 2026 9:18 am
গুৱাহাটীৰ ভাৰতীয় জলপানৰ একাধিক শাখাত জিএছটি বিভাগৰ অভিযান, জব্দ ইলেক্ট্ৰনিক সঁজুলি

গুৱাহাটীৰ ভাৰতীয় জলপানৰ একাধিক শাখাত জিএছটি বিভাগৰ অভিযান, জব্দ ইলেক্ট্ৰনিক সঁজুলি

October 31, 2026 9:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“সম্পৰ্ক এটা শেষ কৰাৰ অধিকাৰ পুৰুষৰ নাই নেকি?”  ধৰ্ষণৰ ভুৱা গোচৰত প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

“সম্পৰ্ক এটা শেষ কৰাৰ অধিকাৰ পুৰুষৰ নাই নেকি?”  ধৰ্ষণৰ ভুৱা গোচৰত প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

October 31, 2026 9:46 am
হ্ৰাস পালে বিদেশী নিৰ্ভৰতা! ভাৰতৰ নতুন নেভিগেচন চেটেলাইট NVS-03 মহাকাশলৈ উৎক্ষেপণ

হ্ৰাস পালে বিদেশী নিৰ্ভৰতা! ভাৰতৰ নতুন নেভিগেচন চেটেলাইট NVS-03 মহাকাশলৈ উৎক্ষেপণ

October 31, 2026 9:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd