• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

আই পি এল আৰম্ভ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী : তাৰ আগতেই ডাঙৰ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 14, 2025 2:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বৰ্ষৰ ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব বহু প্ৰত্যাশিত আই পি এল। অৰ্থাৎ মাত্ৰ কেইদিনমানৰ অপেক্ষা। চলিত বৰ্ষৰ আই পি এল আৰম্ভ হোৱাৰ পূর্বে কেন্দ্রীয় চৰকাৰে লৈছে এক ডাঙৰ সিদ্ধান্ত.

উল্লেখ্য যে আই পি এল আৰম্ভ হোৱাৰ ডাঙৰ লোকচানৰ সন্মুখীন হৈছে ভাৰতীয় ক্ৰিকেট ব’ৰ্ড।

Apply Now

সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি আগন্তুক আই পি এল ছিজনৰ পূৰ্বে ভাৰত চৰকাৰে বৃহৎ নিষেধাজ্ঞা আৰোপ কৰিছে। এই নিষেধাজ্ঞাৰ বাবেই বৃহৎ লোকচানৰ সন্মুখীন হৈছে বিচিচিআই ।

ইতিমধ্যে ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলে বহু প্ৰত্যাশিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল ২০২৫)ৰ ১৮ সংখ্যক সংস্কৰণৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। বছৰৰ এই সময়ত অৰ্থাৎ মাৰ্চ মাহত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে লীগ ক্ৰিকেটৰ পৰা বহু টকা উপাৰ্জন কৰে। ২০২৫ চনতো সেই লক্ষ্য পূৰণৰ বাবে আই পি এল ২০২৫ আয়োজন কৰাৰ পথত আগবাঢ়িছে বি চি চি আই। কিন্তু ভাৰত চৰকাৰে জাৰি কৰা নিষেধাজ্ঞাই সঁচাকৈয়ে ভাৰতীয় ব’ৰ্ডৰ বিষয়াসকলক যথেষ্ট আঘাত কৰিছে।

সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে বছৰৰ এই সময়ত যেতিয়া আই পি এল অনুষ্ঠিত হয় তেতিয়া বি চি চি আইয়ে একাধিক কোম্পানীৰ বিজ্ঞাপনৰ পৰা বহু টকা উপাৰ্জন কৰে। কেৱল সেয়াই নহয়, এনে বহু বিজ্ঞাপনত নিচাযুক্ত দ্ৰব্যৰ বিজ্ঞাপনও সন্নিবিষ্ট কৰা হৈছে। মোডী চৰকাৰে এইবাৰ সেই ধৰণৰ বিজ্ঞাপনক লক্ষ্য কৰি লৈছে।

কেন্দ্ৰীয় চৰকাৰে এনে ধঁপাত আৰু মদৰ বিজ্ঞাপনত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। আই পি এল আৰম্ভ হোৱাৰ ১১ দিন পূৰ্বে এনে সিদ্ধান্তৰ বাবে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে।

কেইবাটাও প্ৰতিবেদনত দাবী কৰা হৈছে যে চৰকাৰৰ নিৰ্দেশ অনুসৰি আগন্তুক আই পি এলত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে খেলপথাৰৰ কোনো ঠাইতে লাইভ মেচ বা ধঁপাতজাতীয় সামগ্ৰীৰ বিজ্ঞাপন দি ধন উপাৰ্জন কৰিব নোৱাৰিব।

বি চি চি আইৰ বাবে ধন উপাৰ্জনৰ সোণালী সুযোগ এতিয়া সম্ভৱ নহয়। জানিব পৰা মতে আগন্তুক ছিজনত ড্ৰাগছৰ বিজ্ঞাপন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব। যাৰ ফলত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ কোটি কোটি টকাৰ বৃহৎ আৰ্থিক লোকচান হ’ব।

মন কৰিবলগীয়া যে, আই পি এলৰ প্ৰাকক্ষণত দলসমূহক কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ মাজতে ভাৰত চৰকাৰে জাৰি কৰা নতুন নিষেধাজ্ঞাৰ ফলত কেৱল বি চি চি আইয়েই নহয়, আই পি এলৰ বিভিন্ন ফ্ৰেঞ্চাইজিও স্তম্ভিত হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am
মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

September 6, 2026 10:23 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 6, 2026 9:26 am
১৭০০ কোটিৰ অনুদান! গুজৰাটৰ ছটা ‘অচিনাকি’ দলৰ বাৰ্ষিক আয়ে কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলকো চেৰ পেলাইছে

১৭০০ কোটিৰ অনুদান! গুজৰাটৰ ছটা ‘অচিনাকি’ দলৰ বাৰ্ষিক আয়ে কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলকো চেৰ পেলাইছে

September 6, 2026 9:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am
মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

September 6, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd