DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ইউক্ৰেনত আৱদ্ধ লাহদৈগড়ৰ অলিভিয়া ৰাজমেধিৰ মাতৃৰ আহ্বান: চৰকাৰে সকলোকে নিৰাপদে অনাৰ ব্যৱস্থা কৰক

এন ই নাও নিউজ, টীয়ক by এন ই নাও নিউজ, টীয়ক
February 26, 2022 10:58 am
Ukrain stuck Assam girl olivia

ফটো: নৰ্থইষ্ট নাও।

148
VIEWS
Share on FacebookShare on Twitter

বিগত তিনিবছৰ ধৰি ইউক্ৰেইনত চিকিৎসাশাস্ত্ৰ অধ্যয়ন কৰি থকা যোৰহাটৰ টীয়কৰ লাহদৈগড়ৰ ছাত্ৰী অলিভিয়া ৰাজমেধিৰ পৰিয়ালৰ লোকসকল সম্প্ৰতি উদ্বিগ্ন হৈ পৰিছে।

ৰাছিয়াৰ আক্ৰমণত প্ৰায় অস্থিৰ হৈ পৰা ইউক্ৰেইনত থকা ছাত্ৰী গৰাকীৰ মাতৃয়ে কয় যে ‘’বৰ্তমান যদিও যোগাযোগ হৈ আছে, ইণ্টাৰনেট সেৱা কৰ্তন কৰি দিলে আমি অধিক শংকিত হৈ পৰিম।‘’

তেনে এক পৰিস্থিতিৰ পূৰ্বেই ভাৰতীয় শিক্ষাৰ্থীসকলক ওভোতাই আনিবলৈ কাতৰ আহ্বান জনাইছে অলিভিয়াৰ মাতৃয়ে।

ইপিনে, অলিভিয়াৰ সৈতে মাতৃয়ে যোগাযোগ কৰোতে তেওঁ আৰু তেওঁৰ সতীৰ্থসকল বৰ্তমান সুকলমে আছে বুলি জনাইছে যদিও অনতি পলমে তেওঁলোক ভাৰতলৈ অহাৰ ক্ষেত্ৰত চৰকাৰে যথোচিত ব্যৱস্থা লব’লৈ আহ্বান জনাইছে।

লগতে পঢ়ক: দেশৰক্ষাৰ পণ লৈ কীয়েভৰ ৰাজপথত নামিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি!

উল্লেখ্য যে যুদ্ধবিধস্ত ইউক্ৰেইনত থকা শিক্ষাৰ্থীসহ ভাৰতীয় নাগৰিকসকলৰ বাবে এক নতুন পৰামৰ্শ জাৰি কৰিছে কীয়েভস্থিত ভাৰতীয় দূতাবাসে।

ভাৰতীয় নাগৰিকসকলক ইউক্ৰেইনৰ পৰা স্থানান্তৰিত কৰাৰ লক্ষ্যৰে চৰকাৰে ৰোমানিয়া আৰু হাংগেৰীৰ মাজেৰে পথ নিৰ্ধাৰণৰ কাম কৰি আছে বুলি দূতাবাসে জানিবলৈ দিয়ে।

দূতাবাসে লগতে ভাৰতীয় নাগৰিকসকলক ভ্ৰমণৰ সময়ত ভাৰতীয় পতাকা ছপা কৰি বাহনত লগাই ল’বলৈও পৰামৰ্শ দিছে।

ইউক্ৰেইনত প্ৰায় ১৬,০০০ ভাৰতীয় নাগৰিক আছে আৰু ইয়াৰে অধিকাংশই শিক্ষাৰ্থী বুলি জানিব পৰা গৈছে।

শেহতীয়াকৈ যুদ্ধময় ইউক্ৰেইনৰ পৰা প্ৰাণৰক্ষাৰ তাগিদাত ৪০ জন ভাৰতীয় শিক্ষাৰ্থীয়ে ৮ কিলোমিটাৰ খোজকাঢ়ি পোলেণ্ড সীমান্ত অভিমুখী হোৱাৰ খবৰ পোৱা গৈছে।

লগতে পঢ়ক: ৰুছ ভাষাৰ ছবিতো অভিনয় কৰিছিল কৌতুক অভিনেতাৰ পৰা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি হোৱা জেলেনস্কিয়ে

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পশ্চিম ইউক্ৰেইনৰ লভিভ আৰু চেৰনিভটচিত ভাৰতীয় সকলৰ সহায়ৰ অৰ্থে শিবিৰ স্থাপন কৰিছে।

পোলেণ্ড অভিমুখী শিক্ষাৰ্থীসকলক সহায়ৰ বাবে বৈদেশিক মন্ত্ৰালয়ে এই শিবিৰসমূলৈ ৰাছিয়ান ভাষী বিষয়া প্ৰেৰণ কৰিছে বুলি সদৰি কৰা হৈছে।

Recent News

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

ৰাজ্যৰ স্বাস্থ্যসেৱাৰ বাবে ভাল খৱৰ; মহানগৰীৰ আৰ্য হাস্পাতললৈ NABHৰ স্বীকৃতি

ৰাজ্যৰ স্বাস্থ্যসেৱাৰ বাবে ভাল খৱৰ; মহানগৰীৰ আৰ্য হাস্পাতললৈ NABHৰ স্বীকৃতি

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd