• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

শীতকালত ছালৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজনীয়তা আৰু বিভিন্ন ধৰণৰ তেলৰ ব্যৱহাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 9, 2026 7:45 am
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শীতকাল অহাৰ লগে লগে আমাৰ ছালৰ বিভিন্ন সমস্যাই দেখা দিয়ে। বতৰৰ পৰিৱৰ্তনৰ বাবে প্ৰায় সংখ্যক লোকেই ছালৰ যতন লোৱাটো অতি প্ৰয়োজনীয় হৈ পৰে। এই সময়ছোৱাত ছাল শুকান হোৱা, বলিৰেখা পৰা বা ছাল কোঁচ খোৱা আৰু সংবেদনশীল ছালৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যা হোৱা দেখা যায়। বহুতে এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ বজাৰত উপলব্ধ বিভিন্ন ধৰণৰ তেল ব্যৱহাৰ কৰে। কিন্তু সকলোৰে ছালৰ ধৰণ একে নহয়, সেয়েহে নিজৰ ছালৰ প্ৰকৃতি অনুসৰি সঠিক তেল নিৰ্বাচন কৰাটো অতি জৰুৰী। ছালৰ ধৰণ অনুযায়ী কেনে ধৰণৰ তেল ব্যৱহাৰ কৰিলে সুফল পোৱা যাব পাৰে, সেই বিষয়ে তলত আলোচনা কৰা হ’ল।

যদি আপোনাৰ ছালত বয়সৰ চাপ পৰিছে অথবা বলিৰেখা বা ছাল কোঁচ খোৱা সমস্যাই দেখা দিছে, তেন্তে আপুনি প্ৰাইমৰ’জ অইল আৰু অলিভ অইল ব্যৱহাৰ কৰিব পাৰে। এই তেলসমূহে ছালৰ নমনীয়তা ধৰি ৰখাত সহায় কৰে। যদি আপুনি অনুভৱ কৰে যে ছালখন লাহে লাহে কোঁচ খাবলৈ আৰম্ভ কৰিছে, তেন্তে নিয়মিতভাৱে এই তেল ব্যৱহাৰ কৰি ছালৰ উজ্জ্বলতা পুনৰ ঘূৰাই আনিব পাৰে। আনহাতে, শীতকালত ছাল অত্যাধিক শুকান হোৱা সমস্যাটো অতি সাধাৰণ। এনে পৰিস্থিতিত নাৰিকল তেল এবিধ অতি কাৰ্যকৰী উপাদান। গা ধোৱাৰ আগতে আৰু ৰাতি শোৱাৰ সময়ত হাত, ভৰি আৰু মুখত নাৰিকল তেল মালিচ কৰিলে ছালখন দীৰ্ঘসময়ৰ বাবে কোমল আৰু সজীৱ হৈ থাকে।

Apply Now

যিসকলৰ ছালত ব্ৰণ বা পিম্পলৰ সমস্যা আছে, তেওঁলোকে কেমেলিয়া তেল ব্যৱহাৰ কৰিব পাৰে। এই তেলে ছালৰ গভীৰত থকা ছিদ্ৰবোৰত জমা হোৱা লেতেৰা আৰু মলি আঁতৰাই পেলায়। নিয়মীয়াকৈ এই তেল ব্যৱহাৰ কৰিলে ছালখন মসৃণ আৰু চাফা হৈ পৰে। তেনেদৰে সংবেদনশীল বা চেনচিটিভ ছালৰ অধিকাৰীসকলৰ বাবে এভোকেডো তেল অতি উত্তম। এই তেলত প্ৰচুৰ পৰিমাণে ভিটামিন ই, লেচিথিন আৰু পটাছিয়াম থাকে, যিয়ে ছালখনক গভীৰভাৱে পুষ্টি প্ৰদান কৰি আৰ্দ্ৰ কৰি ৰাখে। ইয়াৰ উপৰিও সংবেদনশীল ছালৰ বাবে আলমণ্ড অইল বা বাদাম তেলো অতি উপকাৰী, কাৰণ ইয়াত ভিটামিন এ, ডি আৰু ই প্ৰাকৃতিকভাৱে পোৱা যায়।

শেষত, যিসকলৰ ছাল স্বাভাৱিক অৰ্থাৎ ব্ৰণ বা তেনে কোনো বিশেষ সমস্যা নাই, তেওঁলোকৰ বাবে আৰ্গন অইল অতি উপযোগী। আৰ্গন অইলত থকা ভিটামিন ই-এ ছালৰ যিকোনো ক’লা দাগ আৰু বলিৰেখা আঁতৰোৱাত সহায় কৰে। গতিকে এই শীতত নিজৰ ছালৰ ধৰণ বুজি সঠিক তেল ব্যৱহাৰ কৰি আপুনি আপোনাৰ ছালখনক অধিক সুন্দৰ আৰু স্বাস্থ্যবান কৰি তুলিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Stay Connected

  • 117k Fans

Recent News

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm
দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি : আটক অসমৰ কেইবাগৰাকীও যুৱক-যুৱতী

দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি : আটক অসমৰ কেইবাগৰাকীও যুৱক-যুৱতী

October 2, 2026 5:25 pm
দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

October 2, 2026 4:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd