• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সদ্য সমাপ্ত অসম যুৱ অলিম্পিকত বোকাখাতৰ মল্লযোদ্ধাৰ সাফল্য; ১০টা পদক অৰ্জন

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
July 30, 2022 11:02 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদ্য সমাপ্ত অসম যুৱ অলিম্পিক প্ৰতিযোগিতাত মল্লযুদ্ধত ১০ টাকৈ পদক লাভ কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে বোকাখাত মহকুমা মল্লযুদ্ধ সন্থাৰ খেলুৱৈয়ে ৷ মল্ল যুদ্ধ প্ৰতিযোগিতাত বোকাখাতৰ ৪ গৰাকীয়ে সোণ, ৩ গৰাকীয়ে ৰূপ আৰু ৩ গৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷

৪৫ কিলোত জিন্টু পেগুৱে সোণ, ৪৮ কিলোত ভাস্কৰ পাটগিৰিয়ে সোণ, ৭১ কিলোত বসন্ত পাটগিৰিয়ে সোণ আৰু ৫৫ কিলোত অপূৰ্ৱ দাসে সোণৰ পদক লাভ কৰে ৷ ৪৩ কিলোত সুমিতা পেগুৱে ৰূপ, ৫১ কিলোত অপূৰ্ৱ নাথে ৰূপ আৰু ৬০ কিলোত ভীমকান্ত চিন্তেই ৰূপৰ পদক লাভ কৰে ৷

লগতে পঢ়ক: Allegations Against Gujarat Minister: মহিলাক বন্দী কৰি ধৰ্ষণ; গুৰুতৰ অভিযোগত তদন্তৰ সন্মুখীন গুজৰাটৰ বিজেপি চৰকাৰৰ মন্ত্ৰী!

Apply Now

সেইদৰে ৬৫ কিলোত চন্দন শৰ্মাই ব্ৰঞ্জ, ৪৯ কিলোত সেৱিকা শইকীয়াই ব্ৰঞ্জ আৰু ৪৬ কিলোত মঞ্জুমালা কাৰ্ডঙে ব্ৰঞ্জৰ পদক লাভ কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

অতি দৰিদ্ৰ পৰিয়ালৰ বিশেষভাৱে সক্ষম জিন্টু পেগুৱে সোণৰ পদক লাভ কৰাতো বিশেষভাৱে চৰ্চা লাভ কৰিছে ৷

মল্লযুদ্ধৰ প্ৰশিক্ষণৰ বাবে যেনেদৰে সা-সুবিধা লাভ কৰিব লাগিছিল সেইদৰে কিন্তু খেলুৱৈ সকলে সুবিধা লাভ কৰা নাই ৷ মল্ল যুদ্ধৰ প্ৰশিক্ষণ বা প্ৰতিযোগিতাৰ বাবে ৭২ খন মেটৰ প্ৰয়োজন হয় যদিও বোকাখাতৰ এইসকল খেলুৱৈয়ে ১৩ খন ফাটিছিটি যোৱা মেটতে প্ৰশিক্ষণ লৈ ৰাজ্যিক পৰ্যায়ত সন্মান বুটলিবলৈ সক্ষম হৈছে ৷

বোকাখাতৰ দৰে এখন সৰু চহৰৰ ভিতৰুৱা গাঁৱৰ এইসকল খেলুৱৈয়ে যদি সঠিক সুবিধা লাভ কৰে তেন্তে ৰাষ্ট্ৰীয় পৰ্যায়তো এইসকল খৈলুৱৈ উজলিবলৈ সক্ষম হ’ব ৷ এই ক্ষেত্ৰত বোকাখাতৰ বিধায়ক, কৃষিমন্ত্ৰী তথা বোকাখাত জিলা ক্ৰীড়া সন্থাৰো সভাপতি অতুল বৰাক এইসকল খেলুৱৈৰ প্ৰতি অকণমান দৃষ্টি দিবলৈ আহ্বান জনাইছে গোলাঘাট জিলা মল্লযুদ্ধ সন্থাই ৷

লগতে পঢ়ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আন্ত:ৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উদযাপন; ৩৯ গৰাকী বন কৰ্মীক সম্বৰ্ধনা

সদ্য সমাপ্ত অসম যুৱ অলিম্পিক প্ৰতিযোগিতাত মল্লযুদ্ধত ১০ টাকৈ পদক লাভ কৰা এই ১০ গৰাকী খেলুৱৈক গোলাঘাট জিলা মল্লযুদ্ধ সন্থাই শুক্ৰবাৰে বোকাখাত ৰাজহুৱা খেলপথাৰত সম্বৰ্ধনা জনায় ৷ অনুষ্ঠানত গোলাঘাট জিলা মল্লযুদ্ধ সন্থাৰ সভাপতি নৈতিক বৰগোহাঁই, সহকাৰী সম্পাদক বিজয় ফুকন, প্ৰশিক্ষক অনুষ্টুপ নৰহ আৰু পাপু চাওতাল উপস্থিত থাকি পদক লাভ কৰা খেলুৱৈ সকলক উৎসাহ প্ৰদান কৰে ৷

উত্তম শইকীয়া, বোকাখাত

উত্তম শইকীয়া, বোকাখাত

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd