• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুৰ্ভিক্ষ, মহামাৰী, বহু মানুহৰ মৃত্যুৰ সাক্ষী এইজন ককাই এইবাৰ দেখিলে লকডাউন

Nenow এন ই নাও নিউজ
গুৱাহাটী , May 2, 2020 9:59 pm

1 min read

This old man has seen Bengal famine, epidemics but lockdown is a first

হাৰাধন সাহা। ছবি সৌজন্য-- হিন্দুস্তান টাইমছ

1.5k
VIEWS
Share on FacebookShare on Twitter

হাৰাধন সাহা নামৰ পশ্চিম বংগৰ ১১০ বছৰীয়া বৃদ্ধজনে নিজৰ সুদীৰ্ঘ জীৱনত মহামাৰীৰ পৰা আৰম্ভ কৰি দুৰ্ভিক্ষলৈকে অসংখ্য ঘটনা আৰু মানুহৰ মৃত্যুৰ সাক্ষী হৈছে।

পিছে ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে জাৰি কৰা লকডাউন পশ্চিম বৰ্ধমানৰ সৰস্বতীগঞ্জ গাঁৱৰ এই বৃদ্ধজনৰ বাবে জীৱনৰ নতুন অভিজ্ঞতা।

তিনি দশকৰ পূৰ্বে পত্নীহাৰা হোৱা সাহা এতিয়াও নিয়মীয়াকৈ মন্দিৰলৈ যায়, কাণেৰে সামান্য কম শুনাৰ বাহিৰে আন ব্যাধিয়েও তেওঁক এতিয়াও লগ দিয়া নাই।

“মই ১৯৪০ৰ বিধ্বংসী বংগ দুৰ্ভিক্ষ আৰু ১৯৭৪ চনৰ বৰ আই মহামাৰী দেখিছো। তাৰ মাজতে কলেৰাৰ প্ৰাদুৰ্ভাৱো আছিল। কিন্তু, চলিত লকডাউন মোৰ বাবে প্ৰথম অভিজ্ঞতা,” হিন্দুস্তান টাইমছত সাহাৰ উদ্ধৃতি।

শতায়ু গৰকা ব্যক্তিজনে আশা প্ৰকাশ কৰে যে বিজ্ঞানীসকলে সোনকালেই ক’ভিড-১৯ৰ প্ৰতিষেধক উদ্ভাৱন কৰিবলৈ সক্ষম হ’ব।

“চিকিৎসা বিজ্ঞান আজি ইমান আগবঢ়া। এই বেমাৰৰ বিৰুদ্ধে প্ৰতিষেধক আমি কিয় পাব নোৱাৰিম?” তেওঁ কয়।

তেওঁ কয় যে বৰ আইৰ প্ৰাদুৰ্ভাৱৰ সময়ত তেওঁলোকৰ গাঁৱত চিকিৎসাৰ সুবিধা তেনেই কম আছিল আৰু তেওঁ তেওঁৰ কেইবাজনো বন্ধুক হেৰুৱাব লগা হৈছিল।

১১টা সন্তানৰ পিতৃ সাহাৰ লকডাউনত এতিয়া এটাই অসুবিধা হৈছে—তেওঁ তেওঁৰ নিয়মীয়া আড্ডাটো মিছ কৰিছে!

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd