• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

ঘটনাৰ বাবেই নিশা কাৰখানাটোত চৰম আতংক আৰু হুলস্থুল বিয়পি পৰে। এই খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী সেই স্থানত উপস্থিত হয়।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 22, 2026 12:16 pm
178
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাজ নিশা এটা বিদ্যুৎ কেন্দ্ৰত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ। চকুৰ পলকতে গোটেই কাৰখানাটোত জুই বিয়পি পৰে। এই মৰ্মান্তিক দুৰ্ঘটনাত তিনিজন অভিযন্তাই প্ৰাণ হেৰুৱালে। আন এজন ব্যক্তিয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজ দিছে। ঝাৰখণ্ডৰ ৰামগড় জিলাৰ এই ঘটনাত কাৰখানা কৰ্তৃপক্ষৰ চৰম গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে শ্ৰমিকসকলে।

জানিব পৰা মতে, ৰামগড়ৰ হেহল অঞ্চলত অৱস্থিত ‘মা ছিন্নমস্তিকা চিমেণ্ট এণ্ড ইস্পাট’ৰ বিদ্যুৎ কেন্দ্ৰত সংঘটিত হৈছে এই দুৰ্ঘটনা। হঠাৎ মাজ নিশা উদ্যোগটোৰ টাৰ্বাইন বিকল হৈ পৰাত ভয়ংকৰ বিস্ফোৰণ ঘটে। ইয়াৰ পিছতে এক ভয়াৱহ অগ্নিকাণ্ডই সমগ্ৰ প্ৰকল্পটোক আগুৰি ধৰে।

Apply Now

ঘটনাৰ বাবেই নিশা কাৰখানাটোত চৰম আতংক আৰু হুলস্থুল বিয়পি পৰে। এই খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী সেই স্থানত উপস্থিত হয়।

ইতিমধ্যে শ্ৰমিকসকলে বিস্ফোৰণৰ কাৰণ সন্দৰ্ভত কাৰখানা কৰ্তৃপক্ষক আঙুলিয়াই দিছে। কাৰখানাৰ কৰ্মী অমিত কুমাৰে অভিযোগ কৰে যে কৰ্তৃপক্ষৰ চৰম গাফিলতিৰ বাবে তিনিটা সতেজ জীৱন অকালতে হেৰুৱাইছে। তেওঁ কয় যে বিদ্যুৎ কেন্দ্ৰৰ বৈদ্যুতিক পেনেল শীতল কৰি ৰাখিবলৈ এচি স্থাপন কৰা থাকে। কিন্তু টাৰ্বাইনটো বিকল হৈ যোৱাৰ ফলতে পেনেলত ভয়াৱহ বিস্ফোৰণ সংঘটিত হয়।

অমিতৰ চাঞ্চল্যকৰ দাবী, “যোৱা এমাহ ধৰি আমি বাৰে বাৰে এই সমস্যাৰ বিষয়ে কৰ্তৃপক্ষক অৱগত কৰি আহিছো। অভিযোগ কৰাৰ পিছতো কোনেও আমাৰ কথা শুনা নাছিল, বিপৰীতে বিষয়টো সম্পূৰ্ণৰূপে আওকাণ কৰা হৈছিল।”

জানিব পৰা মতে বিস্ফোৰণৰ তীব্ৰতা ইমানেই বেছি আছিল যে থিতাতে তিনিজন অভিযন্তাৰ মৃত্যু হয়। গুৰুতৰভাৱে আহত আন এজন ব্যক্তিক উদ্ধাৰ কৰি ৰাঁচীৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। বৰ্তমান তেওঁ তাত চিকিৎসাধীন হৈ আছে।

টাৰ্বাইন বিস্ফোৰণৰ সঠিক কাৰণ কি আৰু কেনেকৈ সংঘটিত হ’ল সেয়া এতিয়াও কৰ্তৃপক্ষই স্পষ্টকৈ উল্লেখ কৰা নাই। অৱশ্যে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ ইতিমধ্যে প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm
ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

October 1, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd