• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হনুমান পইচা, বন মানুহৰ হাড়, হুদু পক্ষী…চাপৰৰ বাঙালডোবাৰ পৰা তিনি প্ৰৱঞ্চকক গ্ৰেপ্তাৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
October 5, 2022 9:23 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধুবুৰী, কোকৰাঝাৰ আৰু বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী তথা চাপৰৰ ৰঙামাটি, বাঙালডোবা আৰু পাৰ্শ্বৱৰ্তী ঢোলমাৰা, দুৰ্গামাৰী আদি অঞ্চলক কেন্দ্ৰ কৰি গঢ়ি উঠা এটা সংগঠিত প্ৰবঞ্চক চক্ৰই একাংশ লোকৰ অন্ধবিশ্বাসৰ সুযোগ গ্ৰহণ কৰি দীর্ঘদিনৰে পৰা হনুমান পইচা, বন মানুহৰ হাড়, হুদু পক্ষী, কেকো সাপ আদিৰ নামত প্ৰবঞ্চনাৰে লাখ লাখ টকা সৰকোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

এনে প্ৰবঞ্চক চক্ৰৰে তিনি প্ৰৱঞ্চকক চাপৰ আৰক্ষীয়ে বাঙালডোবাৰ পৰা হাতে লোটে গ্ৰেপ্তাৰ কৰি চাপৰ থানালৈ আনে। চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কাকতিয়ে জানিবলৈ দিয়া মতে প্ৰৱঞ্চক চক্ৰটোৱে বাক্সা জিলাৰ বৰবৰীৰ জনৈক জনতা ব্ৰহ্ম(৪২)ক প্ৰৱঞ্চনা কৰাৰ উদ্দেশ্য কালি চাপৰৰ বাঙালডোবালৈ মাতি আনে।উল্লেখযোগ্য যে নি:সন্তান জনতা ব্ৰহ্মক বাঙালডোবাত থকা এজন কবিৰাজে নিশ্চিত সন্তানপ্ৰাপ্তি কৰাব পাৰিব বুলি কৈ প্ৰৱঞ্চকৰ দলটোৱে উক্ত ঠাইলৈ লৈ আহে।

Apply Now

পিছত প্ৰবঞ্চকৰ দলটোৰ মূল নায়ক ৰঙামাটিৰ হলদিবাৰীৰ কৰিমুদ্দিন শ্বেখৰ পুত্ৰ চমিৰ আলী(৪২)য়ে নিজেই কবিৰাজৰ ভাও ধৰি বাঙালডোবাত থকা জমচেৰ দেৱানীৰ ঘৰত বিভিন্ন পূজাৰ সা- সামগ্ৰীৰে পূজা আৰম্ভ কৰি জনতা ব্ৰহ্মক সন্মোহণৰ চেষ্টা চলায়। কিন্তু জনতা ব্ৰহ্মৰ সম্বিত ঘূৰি আহে আৰু প্ৰৱঞ্চক চক্ৰৰ কাৰচাজি বুজি উঠিবলৈ সক্ষম হৈ কৌশলেৰে চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কাকতিক খবৰ দিয়ে।

লগে লগে ভাৰপ্ৰাপ্ত বিষয়া কাকতিৰ নেতৃত্বত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ জনতা ব্ৰহ্মক উদ্ধাৰ কৰাৰ লগতে প্ৰৱঞ্চনাৰ সৈতে জড়িত চমিৰ আলী, আনোৱাৰ হুছেইন(২৮, বাঙালডবা ২য় খণ্ড) আৰু বঙাইগাঁও জিলাৰ চেংমাৰীৰ মুস্তাফিজুৰ ৰহমান(৪২)ক বিভিন্ন আপত্তিজনক সামগ্ৰীৰ সৈতে আটক কৰি চাপৰ থানালৈ আনে যদিও আন কেইবাজনো প্ৰৱঞ্চকে পলায়ন কৰে।

পিছত প্ৰৱঞ্চনাৰ বলি হোৱাৰ পৰা কথমপি ৰক্ষা পোৱা জনতা ব্ৰহ্মই প্ৰৱঞ্চকৰ দলটোৰ বিৰুদ্ধে চাপৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰাৰ লগতে প্ৰৱঞ্চক তিনিটাক গ্ৰেপ্তাৰ কৰে।উক্ত অঞ্চলত সক্ৰিয় তথা সংগঠিত ৰূপত থকা সমগ্ৰ প্ৰৱঞ্চক চক্ৰটোক আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত কৰি উৎখাত কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে।

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd